Business Economics Question Papers December 2025
Dibrugarh University BCOM 3rd SEM NEP Syllabus
COMMERCE (Core)
Paper: COMC3A (Business Economics)
Full Marks: 60
Time: 2 hours
The figures in the margin indicate full marks for the questions
(b) অর্থনৈতিক বিশ্লেষণে গ্রাহকে এনেদৰে আচৰণ কৰিব বুলি আশা কৰে যিটো যুক্তিসংগত। (শুদ্ধ নে অশুদ্ধ লিখা)
(c) গিফেন সামগ্ৰীৰ বাবে এংগেল ৰেখা ধনাত্মক ঢালযুক্ত হয়। (শুদ্ধ নে অশুদ্ধ লিখা)
(d) শুদ্ধ একচেটিয়া ব্যৱসায়ীৰ বাবে সাম্য অৱস্থাৰ উৎপাদন-স্তৰ সেই ঠাইত হয় য'ত (শুদ্ধ উত্তৰটো বাচি উলিওৱা)
(e) মূল্য নিৰ্ধাৰণৰ বাবে 'Rule of Thumb' কি?
(f) একচেটিয়া প্রতিযোগিতামূলক বজাৰত প্রতিযোগীসকলৰ
__________ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণ থাকে। (খালী ঠাই পূৰ কৰা)
(g) কিংকড চাহিদা মডেলে যোগানৰ স্থিৰতা ব্যাখ্যা কৰিছে। (শুদ্ধ নে অশুদ্ধ লিখা)
(h) VMPৰ সম্পূৰ্ণ ৰূপটো লিখা।
2. চমু টোকা লিখা (যি কোনো তিনিটা): 4* 3
= 12
(b) চাহিদাৰ প্ৰাক্ভাবাস
(c) প্রান্তিক উপযোগিতা
(d) উৎপাদনৰ গড় আৰু প্রান্তীয় ব্যয়ৰ মাজৰ সম্পৰ্ক
3. (a) ব্যৱসায়িক অর্থনীতিৰ সংজ্ঞা দিয়া। ব্যৱসায়িক অর্থনীতি পৰম্পৰাগত অর্থনীতিৰ পৰা কেনেদৰে পৃথক? 2 + 8 = 10
অথবা / Or
(b) সমষ্টিবাদী অর্থনীতিৰ প্ৰকৃতি আৰু পৰিসৰ চমুকৈ আলোচনা কৰা। 5 + 5 = 10
4. (a) চাহিদাৰ সংজ্ঞা দিয়া। কোনো একটা সামগ্ৰীৰ চাহিদাক প্ৰভাৱিত কৰা দায়বদ্ধ কাৰকসমূহ কি কি? 2 + 8 = 10
অথবা / Or
(b) যোগানৰ বিধিটো ব্যাখ্যা কৰা। যোগান বিধিৰ ব্যতিক্ৰমসমূহ উল্লেখ কৰা। 7 + 3 = 10
5. (a) হ্রস্বকালীন আৰু দীর্ঘকালীন গড় ব্যয় ৰেখাৰ প্রকৃতি ব্যাখ্যা কৰা। হ্রস্বকালীন গড় ব্যয় ৰেখাতকৈ দীর্ঘকালীন গড় ব্যয় ৰেখা কিয় বেছি সমতল? 5 + 5 =
10
অথবা / Or
(b) উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিটো উদাহৰণসহ ব্যাখ্যা কৰা। 10
6. (a) সময় উপাদান আৰু প্রতিযোগিতাৰ ওপৰত ভিত্তি কৰি বজাৰৰ গাঁথনিৰ বিষয়ে আলোচনা কৰা। 10
অথবা / Or
(b) একচেটিয়া প্রতিযোগিতাৰ সংজ্ঞা দিয়া। একচেটিয়া প্রতিযোগিতাৰ অধীনত মূল্য-উৎপাদন নির্ণয়ৰ বিষয়ে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী উভয়তে আলোচনা কৰা। 2 + 8 = 10
Post a Comment
Kindly give your valuable feedback to improve this website.