Business Laws
Question Paper 2025 (November)
Dibrugarh University
BCOM 5th SEM NEP Syllabus
COMMERCE (Core)
Paper: COMC5B
Full Marks: 60
The figures in the
margin indicate full marks for the questions
(a) সতর্কবাণী
এম্পটৰ
(b) অর্ধ চুক্তি
(c) বাতিলযোগ্য চুক্তি
(d) মিউচুৱেল এজেন্সী
(e) অফাৰ বনাম অফাৰ
কৰিবলৈ আমন্ত্রণ
(f) চেক এখনৰ অসম্মান
2. Write
short notes on the following:
(a) প্ৰকাৰ
(b) প্ৰকাৰ
(c) বিবেচনা
(d) নামমাত্র অংশীদাৰ
Part B
3. (a) চুক্তিব সংজ্ঞা দিয়া। বৈধ চুক্তিব প্রয়োজনীয়
কথাবোৰৰ বিষয়ে বিশদভাবে আলোচনা কবা। 12
Define contract. Discuss
elaborately upon the essentials of a valid contract.
অথবা / Or
Explain the modes of discharge of
a contract.
4. (a) সামগ্রী আৰু ক্রেতাৰ বিৰুদ্ধে
এজন অনাদায় বিক্ৰেতাৰ অধিকাৰৰ বিষয়ে বিশদভাবে আলোচনা কৰা। 12
Discuss elaborately upon the
rights of an unpaid seller against the goods and the buyer.
অথবা / Or
Define negotiable instruments.
Explain in detail the features and types of negotiable instruments.
5. (a) অংশীদাৰিত্বৰ সংজ্ঞা দিয়া। অংশীদাৰৰ অধিকাৰ আৰু কর্তব্যৰ বিষয়ে
বিশদভাৱে ব্যাখ্যা করা। 12
Define partnership. Explain in
detail the rights and duties of partners.
অথবা / Or
(b) এল. এল.
পি., অংশীদাবিত্ব আৰু কোম্পানীৰ মাজত
থকা পাৰ্থক্য বিচাৰ কৰা। 12
Distinguish among LLP, partnership
and company.
***
Post a Comment
Kindly give your valuable feedback to improve this website.