Labour and Industrial Laws Question Paper' May 2023 [Dibrugarh University BCOM 6th SEM]

Labour and Industrial Law Question Paper 2023 (May/June)

COMMERCE (Discipline Specific Elective)

(For Honours and Non-Honours)

Paper: DSE-601 (GR-II)

Full Marks: 80

Pass Marks: 32

Time: 3 hours

The figures in the margin indicate full marks for the questions

1. নিম্নলিখিত মন্তব্যবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা: 1x8=8

State whether the following statements are True or False:

(a) ট্রেড ইউনিয়ন আন্দোলন ঔদ্যোগিক বিপ্লৱৰ এক স্বাভাৱিক পৰিণতি

The Trade Union Movement is a natural outcome of Industrial Revolution.

(b) সমগ্র বিশ্বতে শ্রমিক আইন প্ৰণয়নৰ গতিপথ শক্তিশালী কৰাৰ ক্ষেত্ৰত আই. এল. এক শক্তিশালী কাৰক হিচাপে কাম কৰি আহিছে

The ILO has been a potent factor in of labour reinforcing the course legislation across the world.

(c) কাৰখানা আইন, 1948 অনুসৰি এজন শিশু হৈছে এনে এজন ব্যক্তি যিয়ে তেওঁৰ চতুৰ্দশ বছৰ সম্পূৰ্ণ কৰা নাই

According to the Factories Act, 1948, a child is a person who has not completed his fourteenth year of age.

(d) মজুৰি পৰিশোধ আইন, 1936 অনুসৰিমজুৰিশব্দটোত অতিৰিক্ত সময়ৰ কামৰ সন্দৰ্ভত পাৰিশ্রমিক অন্তর্ভুক্ত থাকে।

According to the Payment of Wages Act, 1936, the term 'wages' include remuneration in respect of overtime work.

(e) কাৰখানা আইনৰ অধীনত, “কাৰখানা' শব্দটোত ৰেষ্টুৰেন্ট, হোটেল বা খোৱাৰ স্থান অন্তৰ্ভুক্ত থাকে।

Under the Factories Act, the term 'factory' includes a restaurant, hotel or eating place.

(f) মজুৰি পৰিশোধ আইনৰ অধীনত নিযুক্তি দিয়া এজন পৰিদৰ্শকে যি কোনো কাৰখানাৰ প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰি চৌহদ পৰিদৰ্শন কৰাৰ ক্ষমতা আছে।

An Inspector appointed under the Payment of Wages Act has the power to enter and inspect the premises of any factory.

(g) পঞ্জীয়নভুক্ত ট্রেড ইউনিয়নৰ সাধাৰণ পুঁজি ইয়াৰ বিষয়ববীয়াৰ দৰমহা আৰু মজুৰি প্ৰদানৰ বাবে ব্যয় কৰিব নোৱাৰিব৷

The general fund of a registered trade union cannot be spent on payment of salaries and wages of its office-bearers.

(h) এজন নাবালক পঞ্জীয়নভুক্ত ট্রেড ইউনিয়নৰ বিষয়ববীয়া ' পাৰে

A minor can be an office-bearer of a registered trade union.

2. তলৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা: _4×4=16

Write short notes on any four of the following:

(a) কাৰখানা আইনত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থাসমূহ - Provisions for cleanliness in the Factories Act

(b) শ্ৰমিক আইনৰ প্ৰয়োজনীয়তা - Need for labour legislations

(c) নতুনকৈ স্থাপন কৰা প্ৰতিষ্ঠানসমূহৰ সন্দৰ্ভত বোনাচ পৰিশোধ আইনত বিশেষ ব্যৱস্থাসমূহ - Special provisions in the Payment of Bonus Act with respect to newly set up establishments

(d) মজুৰি পৰিশোধৰ দায়িত্ব - Responsibility for payment of wages

(e) ন্যূনতম মজুৰি নিৰ্ধাৰণ - Fixation of minimum wages

3. (a) আধুনিক শ্রমিক আইনৰ নীতিবোৰ বৰ্ণনা কৰা 14

Describe the principles of modern labour legislation.

অথবা / Or

 (b) শ্ৰমিক আইনৰ উদ্দেশ্যবোৰ কি? বিভিন্ন প্ৰকাৰৰ শ্ৰমিক আইনৰ বিষয়ে বৰ্ণনা কৰা 5+9=14

What are the objectives of labour legislation? Describe the various categories of labour legislation.

4. কাৰখানা আইন, 1948 সন্নিৱিষ্ট স্বাস্থ্য-সম্পৰ্কীয় প্রধান বিধানসমূহৰ বিষয়ে আলোচনা কৰা

Discuss the major provisions relating to health embodied in the Factories Act, 1948.

অথবা / Or

(b) কাৰখানাৰ সংজ্ঞা দিয়া সৰু 'ৰা-ছোৱালীক কাৰখানাত নিয়োগ কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা 6+8=14

Define factory. Discuss the provisions for employment of young children in factories.

5. (a) “ট্রেড ইউনিয়ন' শব্দটোৰ সংজ্ঞা দিয়া পঞ্জীয়নভুক্ত ট্রেড ইউনিয়নসমূহৰ আইনী ৰক্ষাকৱচৰ বিধানসমূহৰ বিষয়ে আলোচনা কৰা   2+12=14

Define the term 'trade union'. Discuss the provisions for legal immunity of registered trade unions.

অথবা / Or

(b) ট্রেড ইউনিয়নৰ পঞ্জীয়নৰ ব্যৱস্থাবোৰ আলোচনা কৰা    14

Discuss the provisions for registration of trade unions.

6. (a) মজুৰি পৰিশোধ আইন, 1936 অনুসৰিমজুৰিশব্দটোৰ অৰ্থ কি? উক্ত আইনৰ অধীনত মজুৰিৰ পৰা অনুমোদিত কৰ্তনবোৰ কি কি?  2+12=14

According to the Payment of Wages Act, 1936, what does the term 'wages' mean? What are the permissible deductions from wages under the Act?

অথবা / Or

(b) শ্রমিকক বোনাছ দিয়াৰ আঁৰৰ ন্যায্যতা কি? কোন কোন কৰ্মচাৰী বোনাছৰ অধিকাৰী? আবণ্টনযোগ্য উদ্বৃত্ত নাথাকিলেও নিয়োগকর্তাই দিবলগীয়া ন্যূনতম বোনাছ কিমান? 5+3+6=14

Justify the payment of bonus to workers. Which employees are entitled to bonus? What is the minimum bonus an employer is required to pay even if there is no allocable surplus?

Also Read: Labour and Industrial Laws Question Papers (Dibrugarh University BCOM 6th SEM)

- Labour and Industrial Laws Question Paper 2014

- Labour and Industrial Laws Question Paper 2015

- Labour and Industrial Laws Question Paper 2016

- Labour and Industrial Laws Question Paper 2017

- Labour and Industrial Laws Question Paper 2018

- Labour and Industrial Laws Question Paper 2019

************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.