Trade Unionism Question Paper June/July 2023, Dibrugarh University B.Com 6th Sem CBCS and Non-CBC Pattern

Trade Unionism Question Paper June/July 2023
COMMERCE (Discipline Specific Elective)
(Honours and Non-Honours)
Paper: DSE-602 (GR-II)
(Trade Unionism)
Full Marks: 80
Pass Marks: 32
Time: 3 hours.

The figures in the margin indicate full marks for the questions

The figures in the margin indicate full marks for the questions

1. নিম্নলিখিত মন্তব্যবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা: 1x5=5

State whether the following statements are True or False:

(a) ট্রেড ইউনিয়ন আইন, 1926 ট্রেড ইউনিয়নৰ বাধ্যতামূলক স্বীকৃতিৰ ব্যৱস্থা আছে

The Trade Unions Act, 1926 has provisions for mandatory recognition of trade unions.

(b) অপেন ছপ চুক্তিত ইউনিয়নত সদস্যপদ কোনো কাৰণতে বাধ্যতামূলক নহয়

In open shop agreement, membership in a union is in no way compulsory.

(c) 1919 চনত আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থা স্থাপন কৰা হয়

International Labour Organization was established in the year 1919.

(d) চেম্বাৰ অফ কমার্চক আই. এল. ’.লৈ প্ৰতিনিধি প্ৰেৰণ কৰাৰ বাবে নিয়োগকর্তা সংস্থা হিচাপে গণ্য কৰিব পাৰি

Chambers of Commerce can be treated as employers' association for sending delegates to ILO.

(e) নিয়োগকর্তা সংস্থাৰ প্ৰধান লক্ষ্য হৈছে ইয়াৰ সদস্যসকলৰ অৰ্থনৈতিক স্বাৰ্থৰ প্ৰসাৰ আৰু সুৰক্ষা

The primary goal of employers' association is to promote and protect the economic interest of its members.

2. নিম্নলিখিতবোৰৰ সম্পূৰ্ণ ৰূপটো লিখা: Write the full forms of the following:

(a) AITUC

(b) FICCI

(c) AIMO

(3) তলৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা: 4×4=16

Write short notes on any four of the following:

(a) ক্রাফ্ ইউনিয়ন Craft unions

(b) স্বীকৃত ইউনিয়নৰ অধিকাৰ Rights of recognized unions

(c) একাধিক সংঘবাদ Multiple unionism

(d) বগা-কলাৰ ইউনিয়নৰ বৈশিষ্ট্য Characteristics of white-collar unions

(e) ইণ্টাৰনেচনেল লেবাৰ কনফেৰেন্স International Labour Conference

4. ট্রেড ইউনিয়নৰ কাৰ্যসমূহ কি কি ? ভাৰতত ট্ৰেড ইউনিয়নৰ স্বীকৃতি-সম্পৰ্কীয় আইনী বিধানৰ বিষয়ে আলোচনা কৰা। 7+7=14

What are the functions of a trade union? Discuss the legal provisions regarding recognition of trade unions in India.

অথবা / Or

(b) ভাৰতৰ ট্রেড ইউনিয়নত বাহিৰৰ নেতৃত্বৰ সমস্যাটো স্পষ্ট কৰা ভাৰতত ট্রেড ইউনিয়নৰ গাঁথনি বিশদভাৱে লিখা 5+9=14

Elucidate the problem of outside leadership in trade unions of India. Elaborate the structure of trade unions in India.

5. (a) বগা-কলাৰ শ্ৰমিকৰ বিশেষত্ববোৰ আলোচনা কৰা। ভাৰতত বগা-কলাৰ ইউনিয়নৰ বিকাশৰ ওপৰত এটা টোকা লিখা 6+8=14

Discuss the characteristics of white- collar workers. Write a note on the growth of white-collar unions in India.

অথবা / Or

(b) পৰিচালনা সংস্থাৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা পৰিচালনা সংস্থাৰ উত্থানৰ আঁৰৰ কাৰণ কি? 6+8=14

Discuss the nature of managerial associations. What are the reasons behind the emergence of managerial associations?

6. (a) ভাৰতত নিয়োগকর্তা সংস্থাৰ উত্থান আৰু বিকাশৰ বিষয়ে আলোচনা কৰা    14

Discuss the emergence and growth of Employers' Association in India.

অথবা / Or

(b) ভাৰতত নিয়োগকর্তা সংস্থাৰ সংগঠন আৰু পৰিচালনাৰ বিষয়ে বৰ্ণনা কৰা

Elucidate the organization and management of Employers' Association in India.  14

7. (a) আই. এল. ' স্থাপনৰ সূচনা কৰা পৰিঘটনাসমূহৰ বৰ্ণনা কৰা। আই. এল. ' প্ৰধান কাৰ্যকলাপসমূহৰ বিষয়ে আলোচনা কৰা 5+9=14

Trace the events that led to the establishment of ILO. Discuss the major activities of ILO.

অথবা / Or

(b) ফিলাডেলফিয়া ঘোষণাপত্ৰখন বিশদভাৱে লিখা 14

Elaborate the Philadelphia Declaration.

Also Read: Dibrugarh University B.Com 6th Sem

Trade Unionism Question Paper May 2014

Trade Unionism Question Paper May 2015

Trade Unionism Question Paper May 2016

Trade Unionism Question Paper May 2017

Trade Unionism Question Paper July' 2022 (CBCS Pattern)

Trade Unionism Question Paper July' 2023 (CBCS Pattern)

***

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.