Basics of Human Resource Management
Question Paper 2024
Dibrugarh University BCOM 1st
SEM NEP Syllabus
1 SEM FYUGP GECCOMM1 (A/B/C/D)
COMMERCE (Generic Elective Course)
Paper: GECCOM1
Full Marks: 80 (60 for 2023 Course)
Pass Marks: 24 (18 for 2023 course)
Time: 3 hours
The figures in the margin indicate full marks
for the questions.
Paper: GECCOM1C
(Basics of Human Resource Management)
1. (a) তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা: 1*3
State whether the following statements are True or False:
(i) বৰ্তমান মানৱ সম্পদ পৰিচালনা এক সক্রিয় প্ৰকৃতিৰ।
At present, human resource management is a
proactive in nature.
(ii) ডেল্ফি কৌশল মানৱ সম্পদ পৰিচালনাৰ চাহিদা অনুমানৰ বাবে ব্যৱহাৰ কৰা হয়।
Delphi technique is used for estimating demand of
human resource management.
(iii) মানৱ সম্পদ পৰীক্ষণে সংগঠনৰ মানৱ সম্পদৰ খৰচ আৰু মূল্য নির্ধাৰণ কৰে।
HR audit measures the cost and value of the human
resources to the organization.
(b) উপযুক্ত শব্দেৰে খালী ঠাই পূৰ কৰা: 1*3
Fill in the blanks with appropriate word(s):
(i) প্রশিক্ষণ কার্যসূচীৰ সময়সীমা _______________ এটা অংশ।
Time span of training programmes is a part of
_______________.
(ii) _______________ সংগঠনত উন্নত মানৱ সম্পর্ক বৃদ্ধি কৰাত সহায় কৰে।
_______________ helps to increased better human
relations in the organizations.
(iii) প্রতিক্রিয়া প্রকাশ _______________ মডেলৰ শেষ উপাদান।
Feedback is the last component of _______________
model.
2. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া:
Answer the following questions:
(a) নিযুক্তি দৰ্শনৰ প্ৰকাৰসমূহ উল্লেখ কৰা।
Mention the types of recruitment philosophies. 1
(b) প্ৰশিক্ষণৰ দুটা মূল্যায়ন কৌশল উল্লেখ কৰা।
Mention two techniques of evaluation of training. 2
(c) তত্ত্বাবধায়ক কর্মচাৰী কোন? উদাহৰণ দিয়া ।
Who are the supervisory employees? Give examples. 2
(d) আণ্ডাৰস্টাদি কি?
What is understudy? 3
3. তলত দিয়াবোৰৰ চমু টোকা লিখা: 4+4
Write short notes on the following:
(a) প্রক্ষেপিত পৰীক্ষণ
Projective Test
(b) প্রশিক্ষণ বনাম শিক্ষা
Training vs. Education
4. (a) মানৱ সম্পদ পৰিচালনা বুলিলে কি বুজা? মানৱ সম্পদ পৰিচালনাৰ প্ৰাথমিক নীতিসমূহ ব্যাখ্যা কৰা। 3+7=10
What do you mean by human resource management?
Discuss the basic principles of human resource management.
অথবা / Or
(b) "মানৱ সম্পদ পবিচালনা এক কর্মচাৰীৰ কাৰ্যাৱলী কিন্তু লাইন দায়িত্ব।” ব্যাখ্যা কৰা। 10
"Human resource management is a staff function
but a line responsibility." Explain.
5. (a) এটা ব্যৱসায় সংগঠনৰ মানৱ সম্পদ পৰিকল্পনা প্ৰস্তুতকৰণৰ সময়ত তুমি বিবেচনা কৰিবলগীয়া বিষয়সমূহ আলোচনা কৰা। 10
Discuss the points you have consider in preparing
human resource planning for a business organization.
অথবা / Or
(b) মানৱ সম্পদ পৰিকল্পনা বুলিলে তুমি কি বুজা? মানৱ সম্পদ পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। 10
What do you mean by human resource planning?
Discuss the objectives of human resource planning.
6. (a) ব্যৱসায় প্ৰতিষ্ঠানত নিযুক্তিৰ উৎসসমূহ কি কি? নিযুক্তিৰ আভ্যন্তৰীণ উৎস আৰু ইয়াৰ সুবিধাসমূহ ব্যাখ্যা কৰা। 3+7=10
What are the sources of recruitment in business
firm? Explain the internal sources of recruitment and its advantages.
অথবা / Or
(b) সাক্ষাৎকাৰ কেনেকৈ অধিক ফলপ্রসূ কবি তুলিব পাবি? প্ৰকাৰ নির্বিশেষে সাক্ষাৎকাৰৰ অন্তর্নিহিত সমস্যাসমূহ কি কি? 5+5=10
How interviews be made more effective? What are the
inherent problems of interviews regardless of their types?
7. (a) প্রশিক্ষণ কৌশলৰ শ্ৰেণী বিভাজনৰ ভিত্তি কি? প্রশিক্ষণৰ মূল কৌশলবিলাক উল্লেখ কৰা। প্ৰশিক্ষণৰ অন-দ্য-জব কৌশলৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰা। 1+3+6=10
What is the basis for classification of training
techniques? Mention the main techniques of training. Discuss about the types of
on-the-job training techniques of training.
অথবা / Or
(b) প্ৰশিক্ষণৰ সংজ্ঞা দিয়া। শুদ্ধভাৱে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা বিশ্লেষণ কৰাৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা। 2+8=10
Define training. Suggest tips for conducting
training needs analysis accurately.
(Additional
20 marks for 2023 Batch)
8. (a) মানৱ সম্পদ পৰিচালনাৰ সামাজিক উদ্দেশ্যব বিষয়ে আলোচনা কৰা। 5
Discuss the social objectives of human resource
management.
অথবা / Or
(b) মানৱ সম্পদ পৰিচালকৰ ভূমিকা ব্যাখ্যা কৰা। 5
Explain the role of HR manager.
9. (a) "সাম্প্রতিক সময়ত মানৱ সম্পদ পৰিকল্পনাৰ বৃহৎ প্রাসংগিকতা আছে।” মতামত দিয়া। 5
"Human resource planning has greater relevance
in the present-day context." Give comments.
অথবা / Or
(b) মানৱ সম্পদ পৰিকল্পনাৰ প্ৰয়োজনৰ দুটা কাৰণ ব্যাখ্যা কৰা। 5
Explain any two causes for need of human resource
planning.
10. (a) নিযুক্তি প্রক্ৰিয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কবা। 5
Discuss the constraints of recruitment process.
অথবা / Or
(b) পৰিস্থিতিগত পৰীক্ষাৰ ওপৰত এটি টোকা লিখা। 5
Write a detailed note on situational test.
11. (a) প্ৰশিক্ষণৰ পাঁচটা নীতি উল্লেখ কৰা। 5
Mention five principles of training.
অথবা / Or
(b) শিকণৰ ধাৰণাটো স্পষ্ট কৰা। 5
Elucidate the concept of learning.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.