Entrepreneurship Question Paper 2025 (Nov/Dec)
Dibrugarh University BCOM 3rd SEM NEP
Syllabus
COMMERCE (Core)
Paper: COMC3B (Entrepreneurship)
Full Marks: 60
Time: 2 hours
The figures
in the margin indicate full marks for the questions
1. (a) শুদ্ধ নে অশুদ্ধ লিখা: 1*3 = 3
Write True or False:
(i) ৰিচাৰ্ড কেন্টিলনে প্রথমে
'entrepreneur' শব্দটো ব্যৱহাৰ কৰিছিল।
Richard Cantillon first used the term
'entrepreneur'.
(ii) ভাৰতৰ উদ্যমিতা বিকাশ কার্যসূচী ১৯৭২ চনত আৰম্ভ কৰিছিল।
The first Entrepreneurship Development
Programme in India was launched in 1972.
(iii) উদ্যমিতা বিকাশ কার্যসূচীয়
(Entrepreneurship Development Programme) সকলো প্ৰশিক্ষাৰ্থীক চৰকাৰী ধনৰাশিৰ নিশ্চয়তা প্রদান কৰে।
The Entrepreneurship Development
Programme guarantees government funding to all trainees.
(b) খালী ঠাই পূৰ কৰা: 1*3 = 3
Fill in the blanks:
(i) __________ ক উদ্যমিতা বিকাশৰ পিতৃ বুলি জনা যায়।
__________ is known as the father of
entrepreneurship development.
(ii) 'Entrepreneur' শব্দটো __________ ভাষাৰ পৰা লোৱা হৈছে।
The word 'entrepreneur' has been
derived from __________ language.
(iii) উদ্যমিতা বিকাশ কার্যসূচী মূলতঃ __________ উদ্যোগৰ ওপৰত কেন্দ্ৰীভূত।
The Entrepreneurship Development
Programme mainly focuses on __________ enterprises.
2. চমু টোকা লিখা: 4*2 = 8
Write short notes on:
(a) উদ্যোগী বনাম পৰিচালক
Entrepreneur vs. Manager
(b) অসম ৰাজ্যৰ উদ্যোগিক নীতি
Industrial Policies of the State of
Assam
3. (a) 'উদ্যমী' বুলিলে তুমি কি বুজা? উদ্যমীসকলৰ আচৰণৰ ধৰণত প্ৰভাৱ পেলোৱা মুখ্য উপাত্তসমূহ কি কি? 11
What do you mean by an 'entrepreneur'?
What key factors influence the pattern of entrepreneurial behaviour?
অথবা/Or
(b) উদ্যমী আৰু অন্তঃপ্ৰৱৰ্তকৰ ভূমিকাৰ পাৰ্থক্য প্রতিষ্ঠানিক উন্নয়নত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে? 5 + 7 = 12
How do entrepreneurs and intrapreneurs
differ in their roles and impact on organizational growth?
4. (a) পিটাৰ ড্রাকৰে উদ্যোগক সুসংগঠিত নতুনত্বৰে পৰিচালিত প্রক্রিয়া বুলি বৰ্ণনা কৰিছিল। এই ধাৰণাটোৱে কি বুজায়, ব্যাখ্যা কৰা আৰু ইয়াক সমৰ্থন কৰিবলৈ বিভিন্ন নতুন সুযোগৰ উৎসসমূহ আলোচনা কৰা। 6 + 6 = 12
Peter Drucker described
entrepreneurship as a process of systematic innovation. Explain what he meant
by this idea and discuss the different sources of innovative opportunities that
support his view.
অথবা/Or
(b) অদৃশ্য ব্যয় আৰু লেনদেন ব্যয় তত্ত্বসমূহক সমালোচনামূলকভাৱে পৰ্যালোচনা কৰা। এই ব্যয়সমূহে আধুনিক অর্থনীতিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহৰ গঠন, পৰিচালনা আৰু কার্যদক্ষতাক কেনেকৈ আকাৰ দিয়ে? 6 + 6 = 12
Critically examine the theories of
invisible cost and transaction cost. How do these costs shape the structure,
governance and performance of firms in modern economies?
5. (a) উদ্যোগমূলক কার্যকলাপেই কেনেকৈ উদ্যোগিক বৃদ্ধি, ৰোজগাৰ সৃষ্টি আৰু আঞ্চলিক উন্নয়নলৈ অৱদান দিয়ে, বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত বৰ্ণনা কৰা। 12
Explain how entrepreneurial activities
contribute to industrial growth, employment generation and regional development
with special reference to the North-Eastern Region of India.
অথবা/Or
(b) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উদ্যোগিক প্রসাৰতা আৰু শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় নীতি আৰু ব্যৱস্থাবোৰ আলোচনা কৰা। 12
Discuss the specific policies and
measures required to strengthen entrepreneurial growth in the North-Eastern
States of India.
6. (a) উদ্যমিতা উন্নয়ন কার্যসূচীবোৰে (EDPs) উদ্যোগমূলক সংস্কৃতি আৰু আঞ্চলিক উন্নয়ন প্ৰচাৰত কৰা মুখ্য সাফল্যবোৰৰ মূল্যায়ন কৰা। 11
Evaluate the major achievements of EDPs
in promoting entrepreneurial culture and regional development.
অথবা/Or
(b) ভাৰতত উদ্যমিতা উন্নয়ন কার্যসূচী (EDP)ৰ সমালোচনামূলক মূল্যায়ন কৰা আৰু ইয়াক অধিক কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ দিয়া। 11
Make a critical evaluation of EDP in
India and give suggestions to make them more effective.
*****************
Post a Comment
Kindly give your valuable feedback to improve this website.