Anthropology Question Paper 2022 (Theory) [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2022 (Theory)
AHSEC Class 12 Anthropology Question Papers

Full Marks: 70 I Pass Marks: 21 I Time: Three hours

The figures in the margin indicate full marks for the questions.

Question Type

Marks per Question

Total Marks

Q. No. 1 carries 1 mark each

1*5 = 5

5

Q. No. 2 carries 1 mark each

1*3 = 3

3

Q. No. 3 carries 2 marks each

2*10 = 20

20

Q. No. 4 carries 3 marks each

3*7 = 21

21

Q. No. 5 carries 3 marks each

3*2 = 6

6

Q. No. 6 carries 5 marks each

5*3 = 15

15

Total Marks

70

1. Answer in short: চমু উত্তৰ দিয়া: 1*5 = 5

(a) Which race the Eskimos belong to? এস্কিম'সকল কোনটো প্ৰজাতিৰ অন্তর্ভুক্ত?

(b) Name a Bronze Age civilization. ব্ৰ'ঞ্জযুগৰ সভ্যতা এটাৰ নাম উল্লেখ কৰা।

(c) Mention a name of terrace cultivation community of North-East India. উত্তৱ-পূৱ ভাৰতৰ এটি বেদিকা কৃষক সম্প্রদায়ৰ নাম উল্লেখ কৰা।

(d) Who coined the term 'gene'? 'জিন' শব্দটো পোন প্রথমে কোনে উদ্ভাৱন কৰিছিল?

(e) Name one major cultivated product of the Apatanis. আপাটানিসকলৰ এটা মুখ্য কৃষিজাত শস্যৰ নাম লিখা।

2. Choose the correct answer: শুদ্ধ উত্তৰ বাছি উলিওৱা: 1*3 = 3

(a) The Scandinavians are typical representative of Nordic/Ainu.

স্কেণ্ডিনেভিয়াৰ অধিবাসীসকল নর্ডিক/আইনুৰ প্ৰকৃত প্রতিনিধি।

(b) Mousterian point is a core/flake tool.

মুহূটেৰীয় জোং এবিধ স্কুল/চলি সঁজুলি।

(c) The Nuer people of Africa are hunters/pastoralists.

আফ্রিকাৰ নুৱেৰসকল পশুপালক/চিকাৰী।

3. Write what do you know about unifacial and bifacial side-scraper. 1+1=2

এপিঠীয়া কাষৰীয়া ৰোকনী আৰু দুপিঠীয়া কাষৰীয়া ৰোকনীৰ বিষয়ে কি জানা লিখা।

4. What do you understand by phenotype? Give example. 2

ফিন'টাইপ বুলিলে কি বুজা? উদাহৰণ দিয়া।

5. Mention two reasons why blood group system is considered to be the most reliable racial criterion. 2

প্রজাতি শ্ৰেণীকৰণত ৰক্তসমষ্টিক সকলোতকৈ শুদ্ধ আৰু বিশ্বাসযোগ্য প্রজাতীয় নিকষ বুলি কিয় ধৰা হয়, তাৰ দুটা কাৰণ উল্লেখ কৰা।

6. What is meant by a tool? Distinguish between core tool and flake tool. 2

সঁজুলি মানে কি? স্কুল সঁজুলি আৰু চলি সঁজুলিৰ পাৰ্থক্য দেখুওৱা।

7. Provide the definition of family as provided by G. P. Murdock. 1+1=2

জি. পি. মার্ডকে দাঙি ধৰা পৰিয়ালৰ সংজ্ঞাটো লিখা।

8. What do you understand by compound family? 2

যৌগিক পৰিয়াল বুলিলে কি বুজা?

9. Write the definition of Ecology and Ecosystem. 1+1=2

পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা লিখা।

10. Write the names of two tools used in the solutrean culture. What technique was used to make these tools? 1+1=2

ছলুট্রিয়ান সংস্কৃতিত ব্যৱহৃত হোৱা দুটা সঁজুলিৰ নাম লিখা। এই সঁজুলিবোৰ কোনটো পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল?

11. Show the differences between a naturally broken piece of stone and a tool. 2

প্রাকৃতিক কাৰণত খণ্ডিত শিলাখণ্ড আৰু সঁজুলিৰ মাজত পাৰ্থক্য দেখুওৱা।

12. Ecology can also be referred to as Environmental Biology. Why? 2

পাৰিস্থিতিক বিজ্ঞানক কিয় পাৰিৱেশিক জীৱবিজ্ঞান বুলিও কোৱা হয়?

13. What is an Antibody? When does agglutination occur in blood? 1+2=3

এন্টিবডি বা প্ৰতিৰক্ষী জনানুকুলক কি? তেজত সংলগ্নীভৱন কেতিয়া ' পাৰে?

14. What are microliths? In which prehistoric period were these used? 2+1=3

ক্ষুদ্রাস্ত্ৰবোৰ কি? কোন প্রাগৈতিহাসিক যুগত এইবোৰ ব্যৱহৃত হৈছিল?

15. What do you understand by patrilocal and matrilocal joint family? Mention two communities from North-East India where matrilocal joint family is evident. 2+1=3

পিতৃস্থানিক আৰু মাতৃস্থানিক সংযুক্ত পৰিয়াল বুলিলে কি বুজা? উত্তৰ-পূৱ ভাৰতৰ দুটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা ' মাতৃস্থানিক সংযুক্ত পৰিয়াল দেখা পোৱা যায়।

16. Why the rules of descent are significant in a society? 3

এখন সমাজত বংশানুক্ৰমৰ নিয়মাৱলীবোৰ কিয় গুৰুত্বপূৰ্ণ?

17. Write briefly on any two hunting techniques adopted by the hunting communities. 1+2=3

চিকাৰীজীৱি সম্প্রদায়সকলে চিকাৰ কৰিবলৈ অৱলম্বন কৰা যিকোনো দুটা কৌশলৰ বিষয়ে চমুকৈ লিখা।

18. Write about unilateral and bilateral descent. 3

একপার্শ্বিক আৰু দ্বি-পার্শ্বিক বংশানুক্ৰমৰ বিষয়ে লিখা।

19. What is Ali-Ai-Ligang? Provide a brief note on hunting and fishing practices of the Mishing tribe in Assam. 1+2=3

আলি-আয়ে-লিগাং কি? অসমৰ মিচিং জনগোষ্ঠীৰ চিকাৰ আৰু মাছ মৰা কাৰ্যৰ বিষয়ে এটা চমু টোকা লিখা।

20. Write short notes on: (any two) 3*2 = 6

চমু টোকা লিখা: (যিকোনো দুটা)

(a) Greenhouse effect / সেউজ গৃহ প্রভাব

(b) Causes of soil erosion / মাটি ক্ষয়ৰ কাৰণ

(c) Human and Ecosystem / মানৱ আৰু পৰিস্থিতি তন্ত্র

(d) Role of decomposers in the ecosystem. / পৰিস্থিতি তন্ত্রত বিযোজক বা অপঘটকৰ ভূমিকা।

21. Who rediscovered Mendel's Laws of Inheritance? Discuss the Law of Dominance and the Law of Segregation. 1+2+2=5

মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ পুনৰ আৱিষ্কাৰ কোনে কৰিছিল? প্ৰভাৱী সূত্ৰ আৰু পৃথকীকৰণ সূত্ৰৰ বিষয়ে আলোচনা কৰা।

Or/ অথবা

Which ethnic group is known as Khoikhoi? Give an account of skin colour as a racial criterion. 1+4=5খোইখোই হিচাপে কোন জনগোষ্ঠীক জনা যায়? চর্মবর্ণ প্রজাতীয় নিকষ হিচাপে বর্ণনা কৰা।

22. Discuss the characteristics of a Joint family. Also mention its merits. 5

সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এনে পৰিয়ালৰ সুফল বা সুবিধাসমূহ উল্লেখ কৰা।

Or/ অথবা

Discuss the habitation, family and livelihood of the Apatani tribe. 5

আপাটানি জনগোষ্ঠীৰ বাসস্থান, পৰিয়াল আৰু জীৱিকা সম্বন্ধে আলোচনা কৰা।

23. "Shifting cultivation should be replaced by permanent cultivation." Discuss with reasons. 5

"স্থানান্তৰিত কৃষিক স্থায়ী কৃষিলৈ স্থলাভিষিক্ত কৰা উচিত।কাৰণ দর্শাই আলোচনা কৰা।

Or/ অথবা

What is Jhum cultivation? Discuss its merits and demerits. 1+2+2=5

ঝুম খেতি মানে কি? ইয়াৰ সুফল আৰু কুফলবোৰ আলোচনা কৰা।

Also Read:  [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2025 (Theory)

Anthropology Question Paper 2024 (Theory)

Anthropology Question Paper 2022 (Theory)

Anthropology Question Paper 2020 (Theory)

Anthropology Question Paper 2019 (Theory)

Anthropology Question Paper 2018 (Theory)

********

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.