Anthropology Question Paper 2024 (Theory) [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2024 (Theory)
AHSEC Class 12 Anthropology Question Papers

Full Marks: 70 I Pass Marks: 21 I Time: Three hours

The figures in the margin indicate full marks for the questions.

Question Range

Marks per Question

Total Marks

Q. No. 1

1 mark each

1×5=5

Q. No. 2

1 mark each

1×3=3

Q. No. 3

2 marks each

2×10=20

Q. No. 4

3 marks each

3×7=21

Q. No. 5

3 marks each

3×2=6

Q. No. 6

5 marks each

5×3=15

Total

70

1. Answer the following questions briefly: (any five)

তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া: (যিকোনো পাঁচটা) 1×5=5

(i) What is called eugenics? সু-প্রজনন বিজ্ঞান কাক বোলে?

(ii) What is the meaning of the word 'chromosome'? 'ক্ৰ'মজ'' শব্দটোৰ অৰ্থ কি?

(iii) Provide the formula used for the estimation of facial index. মুখমণ্ডলৰ আনুপাতিক সূচনাৰ সূত্ৰটো দিয়া।

(iv) In which prehistoric cultural stage do we find evidence of cave art? প্রাগৈতিহাসিক যুগৰ কোনটো সাংস্কৃতিক কালত আমি গুহাকলা দেখিবলৈ পাওঁ?

(v) What was the tool making technique of Solutrean culture? ছলুট্রিয়ান কৃষ্টিৰ সঁজুলি নির্মাণ পদ্ধতি কি আছিল?

(vi) Name one pastoral tribe of North-East India. উত্তৰ-পূব ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

(vii) What is the name of the bachelor's dormitory found among the Garos? গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি?

(viii) Who first coined the term 'ecology'? 'Ecology' শব্দটো পোন প্রথমে কোনে উদ্ভাৱন কৰিছিল?

2. Choose the correct answer: (any three) শুদ্ধ উত্তৰটো বাছি উলিওৱা: (যিকোনো তিনিটা) 1×3=3

(a) The tribes of Assam are predominantly Caucasoid/Mongoloid/Negroid.

অসমৰ জনজাতিসকল প্রধানকৈ ককেছীয়/মঙ্গোলীয়/নিগ্র।

(b) End scraper is a core tool/flake tool.

এমূৰীয়া ৰোকনী এবিধ স্থল/চলি সঁজুলি।

(c) The seasonal migrations of people with their livestock is known as transhumance/shifting cultivation.

ঋতু অনুসৰি পশুৰ পাল লৈ ঘূৰি ফুৰা প্ৰথাক ট্রেহিউমেন/স্থানান্তৰী খেতি বোলে।

(d) The term 'ecosystem' was coined by V. Gordon Childe/A. G. Tansley.

'ইক'চিষ্টেম' শব্দটোৰ নামাকৰণ ভি. গর্ডন চাইল্ডে/. জি. টেনচল্লিয়ে কৰিছিল।

(e) The Scandinavians are typical representative of Nordic/Ainu.

স্কেণ্ডিনেভিয়াৰ অধিবাসীসকল নর্ডিক/আইনুৰ প্রতিনিধি।

3. Answer the following questions in short: (any ten)

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া: (যিকোনো দহটা) 2×10=20

(i) What are the two main types of human cell?

মানৱ কোষৰ দুটা প্রধান প্ৰকাৰ কি কি?

(ii) Define mitosis.

মাইট'ছিছৰ সংজ্ঞা লিখা।

(iii) What do you understand by genotype? Give example.

জিন টাইপ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(iv) What are the main purposes of positive and negative eugenics?

ধনাত্মক আৰু ঋণাত্মক সুপ্রজনন বিজ্ঞানৰ প্রধান উদ্দেশ্যবোৰ কি কি?

(v) Define race.

প্ৰজাতিৰ সংজ্ঞা লিখা।

(vi) What are the main racial criteria used for racial classifications?

প্রজাতি শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত হোৱা প্ৰধান নিকষসমূহ কি কি?

(vii) Write what you know about unifacial and bifacial side scraper.

এপিঠীয়া কাষৰীয়া ৰোকনী আৰু দুপিঠীয়া কাষৰীয়া ৰোকনীৰ বিষয়ে কি জানা লিখা।

(viii) What is meant by a tool? Distinguish between core tool and flake tool.

সঁজুলি মানে কি? স্থল সঁজুলি আৰু চলি সঁজুলিৰ পাৰ্থক্য দেখুওৱা।

(ix) What do you mean by horticulture? Give example.

উদ্যানকৃষি বুলিলে কি বুজা? উদাহৰণ দিয়া।

(x) Name six agricultural implements used in plough cultivation.

নাঙল কৃষিত ব্যৱহৃত ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা।

(xi) Mention four agricultural festivals of the Garos.

গাৰোসকলৰ চাৰিটা কৃষি-ভিত্তিক উৎসৱৰ উল্লেখ কৰা।

(xii) Write any four tribes of Assam.

অসমৰ যিকোনো চাৰিটা জনজাতিৰ নাম লিখা।

(xiii) What do you mean by primary consumer?

প্রাথমিক উপভোক্তা বুলিলে কি বুজা?

(xiv) What are decomposers?

বিযোজক কি?

(xv) What is anvil technique?

 নিয়াৰি কৌশল কি?

4. Briefly answer the following questions: (any seven)

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ সংক্ষেপে লিখা: (যিকোনো সাতটা) 3×7=21

(a) Write any six differences between mitosis and meiosis.

মাইট'ছিছ আৰু মিঅ'ছিছৰ মাজৰ যিকোনো ছয়টা পার্থক্য লিখা।

(b) What do you understand by cell division? Who first introduced the idea of cell division?

কোষ বিভাজন বুলিলে কি বুজা? কোষ বিভাজনৰ ধাৰণা পোন প্রথমে কোনে দাঙি ধৰিছিল?

(c) Write briefly about homozygous and heterozygous.

সমযুগ্মনজী আৰু বিষমযুগ্মনজীৰ বিষয়ে চমুকৈ লিখা।

(d) What is Turner syndrome? Explain.

টার্নাৰ ৰোগ কি? ব্যাখ্যা কৰা।

(e) Give reasons for considering blood group as a racial criterion.

ৰক্তসমষ্টিক প্রজাতীয় নিকষ হিচাপে গণ্য কৰাৰ যুক্তি আগবঢ়োৱা।

(f) Write briefly about Levallois technique.

লেভালোৱা কৌশলৰ বিষয়ে চমুকৈ লিখা।

(g) In what ways the upper Palaeolithic industries were more advanced than those of previous periods?

কি কি বিষয়ত উচ্চ প্রত্নপ্রস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগ বোৰতকৈ অধিক আগবঢ়া আছিল?

(h) What is domestication of animals? What were the objectives of domestication of animals in early times?

জন্তুৰ গৃহীকৰণ কি? মানুহে আদিতে কি উদ্দেশ্যলৈ জীৱজন্তু পুহিছিল?

(i) What are the methods of plough cultivation? Mention any four features of plough cultivation.

নাঙল কৃষিৰ পদ্ধতিসমূহ কি কি? নাঙল কৃষিৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

(j) Write briefly about the social organisation of the Garos.

গাৰোসকলৰ সমাজ সংগঠন সম্পর্কে চমুকৈ লিখা।

(k) Write a note on the 'age-grade' system of the Ao-Nagas.

আও-নগাসকলৰ 'বয়স পর্যায়' পদ্ধতিৰ ওপৰত এটা টোকা লিখা।

(l) What is ecology? Why is it important to study?

বাস্তৱবিদ্যা কি? ইয়াৰ অধ্যয়নৰ আবশ্যকতা কি?

5. Write short notes on (any two) চমু টোকা লিখা: (যিকোনো দুটা) 3×2=6

(a) Down's syndrome or Mongoloid idiocy ডাউনৰ ৰোগ বা মঙ্গোলীয় মূঢ়তা

(b) Biosphere জীৱমণ্ডল

(c) Kitchen midden culture কিছেন মিডেন সংস্কৃতি

(d) Terrace cultivation খাপখেতি বা বেদিকা কৃষি

6. Answer the following questions: (any three) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া: (যিকোনো তিনিটা) 5×3=15

(i) Who first used the word 'enzyme'? Describe the functions of enzyme. 1+4=5

উৎসেচক শব্দটো পোন প্রথমে কোনে প্রয়োগ কৰিছিল? উৎসেচকৰ কাৰ্য্যসমূহ বর্ণনা কৰা।

(ii) Who was Mendel? Describe Mendel's laws of inheritance. 1+4=5

মেণ্ডেল কোন আছিল? মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ বর্ণনা কৰা।

(iii) Compare between the main features of Palaeolithic and Neolithic cultures. 5

প্রত্ন-প্ৰস্তৰ আৰু নৱ-প্ৰস্তৰ যুগৰ সংস্কৃতিৰ মুখ্য বৈশিষ্ট্যসমূহৰ তুলনা কৰা।

(iv) What is Jhum cultivation? Discuss its merits and demerits. 1+(2+2)=5

ঝুম খেতি মানে কি? ইয়াৰ সুফল আৰু কুফলবোৰ আলোচনা কৰা।

(v) Discuss the agricultural practices of the Mishings. 5

মিচিংসকলৰ কৃষি পদ্ধতিৰ আলোচনা কৰা।

(vi) Discuss 'ecological balance versus Man'. 5

'পৰিস্থিতিক সমতা বনাম মানৱ'- আলোচনা কৰা।

Also Read:  [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2025 (Theory)

Anthropology Question Paper 2024 (Theory)

Anthropology Question Paper 2022 (Theory)

Anthropology Question Paper 2020 (Theory)

Anthropology Question Paper 2019 (Theory)

Anthropology Question Paper 2018 (Theory)

*********************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.