Anthropology Question Paper 2025 (Theory) [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2025 (Theory)
AHSEC Class 12 Anthropology Question Papers

Full Marks: 70 I Pass Marks: 21 I Time: Three hours

The figures in the margin indicate full marks for the questions.

Question Type

Marks per Question

Total Marks

Q. No. 1 carries 1 mark each

1*5 = 5

5

Q. No. 2 carries 1 mark each

1*3 = 3

3

Q. No. 3 carries 2 marks each

2*10 = 20

20

Q. No. 4 carries 3 marks each

3*7 = 21

21

Q. No. 5 carries 3 marks each

3*2 = 6

6

Q. No. 6 carries 5 marks each

5*3 = 15

15

Total Marks

70

1. Answer the following questions briefly: (any five) 1* 5 = 5

তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া: (যিকোনো পাঁচটা)

(i) Write the formula of Cephalic Index.

মস্তক আনুপাতিক সূচনাৰ সূত্ৰটো লিখা।

(ii) What is called gene?

জিন কাক বোলে?

(iii) Who discovered ABO blood group?

ABO ৰক্ত সমষ্টি কোনে আৱিষ্কাৰ কৰিছিল?

(iv) What is the typical tool of Oldowan culture?

অলডোৱান সংস্কৃতিৰ বিশেষ সঁজুলিবিধ কি?

(v) Which African ethnic group is known as 'African Pigmy'?

'আফ্রিকাৰ পিগ্নি' হিচাপে কোনটো জনগোষ্ঠীক জনা যায়?

(vi) In which tribal group 'Buliang' is an important social institution?

'বুলিয়াং' কোন জনগোষ্ঠীৰ উল্লেখযোগ্য সামাজিক অনুষ্ঠান?

(vii) In which Lithic Period did fishing start?

কোনটো প্ৰস্তৰ যুগত মৎসজীৱিকা আৰম্ভ হৈছিল?

(viii) What is Global Warming?

গোলকীয় উষ্ণতা মানে কি?

2. Choose the correct answer: (any three) 1*3 = 3

শুদ্ধ উত্তৰটো বাছি উলিওৱা: (যিকোনো তিনিটা)

(a) The Scandinavians are typical representative of Nordic/Ainu.

স্কেণ্ডিনেভিয়াৰ অধিবাসীসকল নর্ডিক/আইনুৰ প্ৰকৃত প্রতিনিধি।

(b) Mousterian point is a core/flake tool.

মুছটেৰীয় জোং এবিধ স্থূল/চলি সঁজুলি।

(c) The Mishing practises jhum/terrace/plough cultivation.

মিছিংসকলে ঝুম/বেদিকা/নাঙল কৃষি কৰে।

(d) Bathow Puja/Wangala/Ali-Aye-Ligang is a festival of the Garos.

বাথৌ পূজা/ৱানগালা/আলি-আই-লিগাং গাৰোসকলব এটি উৎসৱ।

(e) Pebble tool/Hand axe/Celt is the earliest stone tool type of man.

শিলগুটিৰ অস্ত্র/হস্তকুঠাৰ/চেল্ট মানুহৰ সৰ্বপ্ৰথম পাথৰৰ হাতিয়াৰ।

3. Answer the following questions in short: (any ten) 2*10 = 20

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া: (যিকোনো দহটা)

(i) What do you mean by enzyme?

উৎসেচক বুলিলে কি বুজা?

(ii) What is heredity? Who discovered heredity?

 বংশগতি মানে কি? বংশগতি কোনে আৱিষ্কাৰ কৰিছিল?

(iii) What is epicanthic fold? In which major race it is frequently observed?

নেত্রচ্ছেদ ভাঁজ কি? কোনটো মুখ্য প্ৰজাতিৰ মাজত এনে ভাঁজ সঘনাই দেখা যায়? নেত্রচ্ছেদ ভাঁজ কী?

(iv) Explain Mendel's law of dominance.

মেণ্ডেলৰ প্ৰভাৱী সূত্র ব্যাখ্যা কৰা।

(v) In what ways the upper palaeolithic industries were more advanced than those of previous periods?

কি ধৰণে উচ্চ প্রত্নপ্ৰস্তৰ যুগৰ উদ্যোগবোৰ ইয়াৰ আগৰ উদ্যোগবোৰতকৈ অধিক উন্নত আছিল?

(vi) What is striking platform?

প্ৰহাৰ মঞ্চ কি?

(vii) What is flake tool? Give two examples of flake tool.

চলি সঁজুলি মানে কি? চলি সঁজুলিৰ দুটা উদাহৰণ দিয়া।

(viii) What is cylinder hammer technique?

গোটা হাতুৰী কৌশল কি?

(ix) What do you mean by terrace cultivation? Mention one community of North-East India who practices terrace cultivation.

বেদিকা কৃষি বুলিলে কি বুজা? উত্তৰ-পূৰ্বাঞ্চলৰ বেদিকা কৃষি কৰা এটা সম্প্ৰদায়ৰ নাম লিখা।

(x) Why is simple or primitive economy called production consumption economy?

সৰল বা আদিম অর্থনীতিক কিয় উৎপাদন ব্যৱহাবমূলক অর্থনীতি বোলা হয়?

(xi) What is Antigen?

এন্টিজেন মানে কি?

(xii) How do the Ao Naga settle their disputes?

আও নগাসকলে তেওঁলোকৰ বিবাদসমূহ কেনেদৰে মীমাংসা কৰে?

(xiii) What are the main gases found in atmosphere?

বায়ুমণ্ডলত পোৱা প্রধান গেছসমূহ কি কি?

(xiv) What do you mean by ecological balance?

পাৰিস্থিক সমতা বুলিলে কি বুজা?

(xv) What is phenotype? Give example.

ফিনোটাইপ মানে কি? উদাহৰণ দিয়া।

4. Briefly answer the following questions: (any seven) 3*7 = 21

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ সংক্ষেপে লিখাঃ (যিকোনো সাতটা)

(a) What is racial criterion? Mention the racial criteria used for racial classification.

প্ৰজাতীয় নিকষ কি? প্রজাতি শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত প্ৰজাতীয় নিকষসমূহ উল্লেখ কৰা।

(b) What is called chromosome? Write briefly about the structure of chromosome.

ক্র'ম'জম কাক বোলে? ক্ৰ'ম'জম গঠনৰ বিষয়ে সংক্ষেপে লিখা।

(c) What is Neolithic Revolution? Who coined this term?

নৱপ্ৰস্তৰীয় বিপ্লব মানে কি? কোনে এই শব্দটো ব্যৱহাব কবিছিল?

(d) What are microliths? In which prehistoric period microliths were found?

ক্ষুদ্রাস্ত্র কি? কোনটো প্ৰাঐতিহাসিক যুগত ক্ষুদ্রাস্ত্ৰবোৰ পোৱা গৈছিল?

(e) "Food producing economy is superior to food gathering economy." Discuss.

"উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্রেয়।” আলোচনা কৰা।

(f) Briefly describe the pecking and grinding technique.

সংক্ষেপে ঠুকি ঠুকি ক্ষয়ন আৰু ঘৰ্ষণ কৌশল বৰ্ণনা কৰা।

(g) Describe the technique of hunting by disguise with examples.

উদাহৰণসহ ভেশচন ধৰি চিকাৰ কৰা কৌশল বৰ্ণনা কৰা।

(h) Write briefly about the horticulture.

উদ্যানকৃষিৰ বিষয়ে চমুকৈ লিখা।

(i) What is ploughless cultivation? Which parts of North-East India ploughless cultivation is done? Why is ploughless cultivation done in those areas?

নাঙলবিহীন কৃষি কি? উত্তৰ-পূৰ ভাৰতৰ কোন কোন অঞ্চলত নাঙলবিহীন কৃষি কৰা হয়? নাঙলবিহীন কৃষি এই অঞ্চলবোৰত কিয় কৰা হয়?

(j) Write the names of the states of North-East India along with an ethnic community of each state.

একোটা জনগোষ্ঠীসহ উত্তৰ-পূৰ ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

(k) Define race. Write down the names of major races.

প্ৰজাতিৰ সংজ্ঞা দিয়া। মুখ্য প্রজাতি কেইটাৰ নাম লিখা।

(l) Discuss the relation between ecology and environment.

বাস্তুবিদ্যা আৰু পাৰিপাৰ্শ্বিকতাৰ সম্বন্ধ সম্পর্কে আলোচনা কৰা।

5. Write short notes on: (any two) 3*2 = 6

চমু টোকা লিখা: (যিকোনো দুটা)

(a) Dankmeijer’s Index ডাংকমেইজাৰৰ আনুপাতিক সূচনা

(b) Azilian Culture আজিলিয়ান সংস্কৃতি

(c) Advantages of domestication of animals পশুপালনৰ সুফলসমূহ

(d) Decomposers বিয়োজক

6. Answer the following questions: (any three) 5*3 = 15

তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া: (যিকোনো তিনিটা)

(i) Distinguish between mitosis and meiosis cell division.

মাইটোছিছ আৰু মিঅ'ছিছ কোষ বিভাজনৰ মাজৰ পাৰ্থক্য লিখা।

(ii) Discuss face form as a racial criterion. প্ৰজাতীয় নিকষ হিচাপে মুখমণ্ডলৰ বিষয়ে আলোচনা কৰা।

(iii) What is scraper? Mention its different types and functions. 1+2+2=5

ৰোকনী কি? ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু কাৰ্যসমূহ উল্লেখ কৰা।

(iv) Mention the agricultural implements with their utility used by the rural peasants of Assam.

অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি সঁজুলিবোৰৰ নাম লিখি তাৰ ব্যৱহাৰ উল্লেখ কৰা।

(v) What is subsistence economy? What are its different types? Mention the general characteristics of food gathering society. 1+2+2=5

জীৱিকা প্ৰবৰ্তন প্ৰণালী কি? ই কেই প্ৰকাৰৰ? অন্বেষণজীৱী সমাজৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

(vi) Who are the Apatanis? Discuss the village organisation of the Apatanis. 1+4=5

আপাটানিছকল কোন? আপাটানিছকলৰ গাঁৱৰ শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

Also Read:  [AHSEC Class 12 Anthropology Question Papers]

Anthropology Question Paper 2025 (Theory)

Anthropology Question Paper 2024 (Theory)

Anthropology Question Paper 2022 (Theory)

Anthropology Question Paper 2020 (Theory)

Anthropology Question Paper 2019 (Theory)

Anthropology Question Paper 2018 (Theory)

************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.