Political Science Question Paper 2026, ASSEB Assam Board Class 12 New Syllabus Question Papers

Political Science Question Paper 2026
ASSEB Assam Board Class 12 Question Paper

Full Marks: 80

Pass Marks: 24

Time: 3 hours

The figures in the margin indicate full marks for the questions.

ALLOTMENT OF MARKS (Part-A / -অংশ)

Q. No. 1 carries 1 mark each (any six): 1 * 6 = 6

Q. No. 2 carries 2 marks each (any five): 2*5 = 10

Q. No. 3 carries 4 marks each (any three): 4*3 = 12

Q. No. 4 carries 6 marks each (any two): 6*2 = 12

Total = 40

Part-B / -অংশ

Q. No. 5 carries 1 mark each (any six): 1*6 = 6

Q. No. 6 carries 2 marks each (any five): 2*5 = 10

Q. No. 7 carries 4 marks each (any three): 4*3 = 12

Q. No. 8 carries 6 marks each (any two): 6*2 = 12

Total = 40

Part-A / -অংশ

(Contemporary World Politic) / (সমসাময়িক বিশ্ব ৰাজনীতি)

1. Answer any six from the following questions: 1* 6 = 6

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো ছটাৰ উত্তৰ লিখাঁ:

(a) In which year was the Berlin Wall constructed?

বার্লিন দেৱাল কোন চনত নিৰ্মাণ কৰা হৈছিল?

(b) Who declared the Open Door Policy in China in the year 1978?

1978 চনত কোনে চীনত মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল?

(c) Is India a signatory to SAFTA?

ভাৰত SAFTA- স্বাক্ষৰকাৰী হয়নে?

(d) Write the full form of SEATO.

SEATO- সম্পূৰ্ণ ৰূপটো লিখাঁ।

(e) Fill in the blank:

খালী ঠাই পূৰণ কৰাঁ:

The United Nations Organization was born as a successor of ________.

________ উত্তৰাধিকাৰী হিচাপে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল।

(f) Write Yes or No:

হয় নে নহয় লিখাঁ:

The Anti-Ballistic Missile Treaty was signed in 1972 between the United States of America and Soviet Union.

এন্টি-বেলিষ্টিক মিছাইল চুক্তিখন 1972 চনত আমেৰিকা যুক্তৰาষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হৈছিল।

(g) In which year was the World Council of Indigenous Peoples constituted?

কোন চনত খিলঞ্জীয়া লোকৰ বিশ্ব সংসদ গঠিত হৈছিল?

(h) Write one objective of the World Social Forum (WSF).

বিশ্ব সামাজিক 'ৰামৰ এটা উদ্দেশ্য লিখাঁ।

(i) What is the Kyoto protocol?

কিয়'টো আচৰণবিধি কি?

(j) Who became the General Secretary of the Communist Party of the USSR in 1985?

1985 চনত ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক কোন হৈছিল?

2. Answer any five from the following questions: 2* 5 = 10

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো পাঁচটাৰ উত্তৰ লিখাঁ:

(a) What is Amnesty International?

এমনেষ্টি ইন্টাৰনেচনেল কি?

(b) What do you mean by the term 'globalization'?

'বিশ্বায়ন' বুজিলে কি বুজা?

(c) Fill in the blanks:

খালী ঠাইবোৰ পূৰণ কৰাঁ:

The UN Security Council has ________ permanent and ________ non-permanent members.

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ________ জন স্থায়ী আৰু ________ জন অস্থায়ী সদস্য আছে।

(d) Mention two areas of cooperation between India and Bangladesh.

ভাৰত আৰু বাংলাদেশৰ সহযোগিতাৰ দুটা ক্ষেত্ৰ উল্লেখ কৰাঁ।

(e) Write two new sources of threat to human security.

মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ দুটা নতুন উৎস লিখাঁ।

(f) What is cooperative security?

সহযোগিতামূলক নিৰাপত্তা কি?

Or / নাইবা

Write a note on the Brundtland Report.

Brundtland প্ৰতিবেদনৰ ওপৰত এটি টোকা লিখাঁ।

3. Answer any three from the following questions: 4*3 = 12

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো তিনিটাৰ উত্তৰ লিখাঁ:

(a) Should India be given permanent membership in the UN Security Council? Give the arguments supporting your answer.

ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰা উচিতনে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

(b) What is Soviet System? Were the people of the USSR satisfied with the Soviet System? Give three arguments in favour of your answer.

ছোভিয়েট ব্যৱস্থা কি? ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট ব্যৱস্থাৰ সৈতে সন্তুষ্ট আছিলনে? তোমাৰ উত্তৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱাঁ।

(c) Write the differences between traditional and non-traditional securities.

পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্য লিখাঁ।

Or / নাইবা

Discuss terrorism as a new source of threat to human security.

মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ নতুন উৎস হিচাপে সন্ত্ৰাসবাদৰ ধাৰণাটো আলোচনা কৰাঁ।

(d) What is Global Commons? What steps are being taken globally to safeguard the Global Commons?

সামূহিক সম্পদ কি? সামূহিক সম্পদসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে?

(e) Is the European Union a political organization? Explain.

ইউৰোপীয় সংঘ এটা ৰাজনৈতিক অনুষ্ঠাননে? ব্যাখ্যা কৰাঁ।

Or / নাইবা

Explain any four causes of globalization.

বিশ্বায়নৰ যিকোনো চাৰিটা কাৰণ ব্যাখ্যা কৰাঁ।

4. Answer any two from the following questions: 6* 2 = 12

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো দুটাৰ উত্তৰ লিখাঁ:

(a) Do you think Nepal to be a democratic country? Explain briefly.

নেপালক এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ভাবানে? চমুকৈ ব্যাখ্যা কৰাঁ।

Or / নাইবা

Discuss the main areas of conflict between India and Pakistan.

ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মূল ক্ষেত্ৰসমূহ আলোচনা কৰাঁ।

(b) Discuss the causes of disintegration of the USSR.

ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণসমূহ আলোচনা কৰাঁ।

(c) Explain the role of ASEAN in the political and economic growth of Southeast Asia.

দক্ষিণ-পূব এছিয়াৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ASEAN- ভূমিকা ব্যাখ্যা কৰাঁ।

Part-B / -অংশ

(Politics in India Since Independence)/ (স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি)

5. Answer any six from the following questions: 1*6 = 6

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো ছটাৰ উত্তৰ লিখাঁ:

(a) Who was the first Chief Election Commissioner of Independent India?

স্বাধীন ভাৰতৰ প্ৰথমজন মুখ্য নিৰ্বাচনী আযুক্তৰ নাম কি আছিল?

(b) In which year was the BAMCEF formed?

BAMCEF কোন চনত গঠন কৰা হৈছিল?

(c) How many Princely States were there at the time of Independence of India?

canস্বাধীনতাৰ সময়ত ভাৰতত কিমানখন দেশীয় ৰাজ্য আছিল?

(d) Write Yes or No:

হয় নে নহয় লিখাঁ:

A. K. Gopalan was a leader of the Communist Party of India.

. কে. গোপালন ভাৰতৰ সাম্যবাদী দলৰ এজন নেতা আছিল।

(e) In which year was the Planning Commission of India constituted?

কোন চনত ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

(f) Who started the 'Jai Jawan, Jai Kisan' slogan?

'জয় জোৱান, জয় কিষাণ' শ্লোগান কোনে আৰম্ভ কৰিছিল?

(g) Who was the founder of the Mizo National Front (MNF)?

মিজো নেচনেল ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক কোন আছিল?

(h) When was the Shimla Agreement signed?

চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(i) When did the Supreme Court of India declare the verdict of Kesavananda Bharati case?

উচ্চতম ন্যায়ালয়ে কেশৱানন্দ ভাৰতী গোচৰৰ ৰায় কেতিয়া ঘোষণা কৰিছিল?

(j) Who was the architect of the Second Five-Year Plan of India?

ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থপতি কোন আছিল?

6. Answer any five from the following questions: 2* 5 = 10

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো পাঁচটাৰ উত্তৰ লিখাঁ:

(a) What is Bombay Plan?

বম্বে পৰিকল্পনা কি?

(b) Give two reasons for the failure of the Morarji Desai Government.

মোৰাৰজী দেশাই চৰকাৰৰ বিফলতাৰ দুটা কাৰণ দিয়া।

(c) What is Congress Syndicate?

কংগ্ৰেছ চিণ্ডিকেট কি?

(d) What is the Two-Nation theory?

দ্বিজাতি তত্ত্ব কি?

(e) Mention the names of any two leaders of the Bharatiya Jana Sangh.

ভাৰতীয় জন সংঘৰ যিকোনো দুজন নেতাৰ নাম উল্লেখ কৰাঁ।

(f) Which countries were the parties to the 20-Year Treaty of Peace and Friendship of 1971?

1971 চনৰ শান্তি আৰু বন্ধুত্বৰ 20-বছৰীয়া চুক্তিৰ পক্ষ হিচাপে কোন কোন ৰাষ্ট্ৰ আছিল?

(g) Why was the Eastern India Tribal Union formed?

ইষ্টাৰ্ণ ইণ্ডিয়া ট্ৰাইবেল ইউনিয়ন কিয় গঠন কৰা হৈছিল?

7. Answer any three from the following questions: 4* 3 = 12

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো তিনিটাৰ উত্তৰ লিখাঁ:

(a) Explain any four consequences of the Partition of India.

ভাৰত বিভাজনৰ যিকোনো চাৰিটা পৰিণাম ব্যাখ্যা কৰাঁ।

(b) Evaluate the First Five-Year Plan of India.

ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল্যায়ন কৰাঁ।

(c) Write a brief note on the Socialist Party.

সমাজবাদী দলৰ ওপৰত এটি চমু টোকা লিখাঁ।

(d) What is defection? Explain.

দলত্যাগ কি? ব্যাখ্যা কৰাঁ।

Or / নাইবা

Discuss the main causes of the Assam Movement.

অসম আন্দোলনৰ মুখ্য কাৰণসমূহ আলোচনা কৰাঁ।

(e) Write four principles mentioned in the Article 51 of the Indian Constitution for promotion of international peace and security.

আন্তৰ্জাতিক শান্তি আৰু সুৰক্ষাৰ উন্নতিকৰণৰ উদ্দেশ্যে ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদত উল্লেখ কৰা নীতি চাৰিটা লিখাঁ।

Or / নাইবা

How will you differentiate the 1977 Lok Sabha election from previous ones?

1977 চনৰ লোকসভা নিৰ্বাচনক আগৰ নিৰ্বাচনৰ পৰা কেনেকৈ পৃথক কৰিবা?

8. Answer any two from the following questions: 6* 2 = 12

তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো দুটাৰ উত্তৰ লিখাঁ:

(a) Briefly discuss the approach of the Government of India towards the Princely States immediately after Independence.

স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে দেশীয় ৰাজ্যসমূহৰ প্ৰতি গ্ৰহণ কৰা দৃষ্টিভংগী চমুকৈ আলোচনা কৰাঁ।

(b) What do you mean by the concept of development? What role did the Five-Year Plans play in the development of the Nation? Explain. 2 + 4 = 6

বিকাশ বুলিলে কি বুজা? ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহে কি ভূমিকা গ্ৰহণ কৰিছিল? ব্যাখ্যা কৰাঁ।

Or / নাইবা

Discuss the key aspects of the Second Five-Year Plan of India.

ভাৰতৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল দিশসমূহ আলোচনা কৰাঁ।

(c) Discuss Nehru's role as the chief architect of India's foreign policy.

ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য খনিকৰ হিচাপে নেহৰুৰ ভূমিকা আলোচনা কৰাঁ।

Or / নাইবা

Discuss India's changing relations with China.

চীনৰ সৈতে ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰাঁ।

Also Read: AHSEC Class 12 Political Science Question Paper

AHSEC Class 12 Political Science Question Paper 2012

AHSEC Class 12 Political Science Question Paper 2013

AHSEC Class 12 Political Science Question Paper 2014

AHSEC Class 12 Political Science Question Paper 2015

AHSEC Class 12 Political Science Question Paper 2016

AHSEC Class 12 Political Science Question Paper 2017

AHSEC Class 12 Political Science Question Paper 2018

AHSEC Class 12 Political Science Question Paper 2019

AHSEC Class 12 Political Science Question Paper 2020

AHSEC Class 12 Political Science Question Paper 2022

AHSEC Class 12 Political Science Question Paper 2023

AHSEC Class 12 Political Science Question Paper 2024

AHSEC Class 12 Political Science Question Paper 2025

AHSEC Class 12 Political Science Question Paper 2026

***********

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.