Business Organisation and Management Question Paper 2025 [Gauhati University BCOM 1st SEM NEP Syllabus]

Business Organisation and Management Question Paper 2025 (Minor)

(Sem-1/FYUGP) BCM41MN/(A)

COMMERCE (Minor)

Paper: BCM4100104 MN (SET-A)

(Business Organisation and Management)

Full Marks: 60

Time: 2½ hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

1. Choose the correct choice: 1*8=8

উপযুক্ত বিকল্পটো বাচনি কৰা:

(i) Which of the following is NOT a form of business organisation? তলত দিয়া কোনটো ব্যৱসায়িক সংগঠনৰ ৰূপ নহয়?

(a) Sole Proprietorship / একক স্বত্বাধিকাৰী

(b) Social Club / সামাজিক সংঘ

(c) Partnership / অংশীদাৰী

(d) Joint Stock Company / যৌথ ষ্টক কোম্পানী

(ii) The main purpose of business is- ব্যৱসায়ৰ মুখ্য উদ্দেশ্য হৈছে-

(a) Profit earning / লাভ অর্জন

(b) Social service / সামাজিক সেৱা

(c) Charity / দান

(d) Public welfare / জনহিত

(iii) Which of the following is an example of e-commerce? তলৰ কোনটো -কমাৰ্চৰ উদাহৰণ?

(a) Flipkart / ফ্লিপকার্ট

(b) Local shop / স্থানীয় দোকান

(c) Wholesale market / পাইকাৰী বজাৰ

(d) Departmental store / বিভাগীয় ভাণ্ডাৰ

(iv) Managerial competency means- ব্যৱস্থাপনাগত সক্ষমতা বুলিলে কি বুজায়

(a) Decision power / সিদ্ধান্ত ক্ষমতা

(b) Managerial skill / ব্যৱস্থাপনাগত কৌশল

(c) Technical skill / প্ৰযুক্তিগত কৌশল

(d) Administrative rule / প্রশাসনিক নিয়ম

(v) The micro-environment includes ________. ________ ক্ষুদ্ৰ-পৰিৱেশৰ অন্তৰ্গত।

(a) Customers and suppliers / গ্রাহক আৰু যোগানদাৰ

(b) Political system / ৰাজনৈতিক প্রণালী

(c) Technology / প্ৰযুক্তি

(d) International trade / আন্তর্জাতিক বাণিজ্য

(vi) Delegation refers to ________. অধিকাৰ অৰ্পণ বুলিলে ________ বুজায়।

(a) Transfer of authority / অধিকাৰ হস্তান্তৰ

(b) Retention of power / ক্ষমতা সংৰক্ষণ

(c) Reduction of responsibility / দায়িত্ব হ্রাস

(d) None of the above / ওপৰৰ কোনোটেৱেই নহয়

(vii) Leadership style refers to- নেতৃত্ব শৈলী বুলিলে বুজায়-

(a) Way of influencing subordinates / অধীনস্থক প্ৰভাৱিত কৰাৰ পদ্ধতি

(b) Method of planning / পৰিকল্পনাৰ প্ৰক্ৰিয়া

(c) Communication technique / যোগাযোগৰ কৌশল

(d) None of the above / ওপৰৰ কোনোটেৱেই নহয়

(viii) Six Sigma is mainly related to ________. ছিক্স ছিগমা মূলতঃ ________ লগত সম্পর্কিত।

(a) Quality management / গুণমান ব্যৱস্থাপনা

(b) Human relations / মানৱ সম্পর্ক

(c) Accounting system / হিচাপ প্ৰণালী

(d) Advertising / বিজ্ঞাপন

2. Write short answers to the following questions: (any six) 2*6=12

তলৰ প্ৰশ্নবোৰৰ চুটি উত্তৰ দিয়া: (যিকোনো ছয়টা)

(i) Define business and write its main purpose.

ব্যৱসায়ৰ সংজ্ঞা দিয়া আৰু ইয়াৰ মুখ্য উদ্দেশ্য লিখা।

(ii) What are the key factors to be considered before starting a business?

ব্যৱসায় আৰম্ভ কৰাৰ আগতে বিবেচনা কৰিবলগীয়া মুখ্য কাৰকসমূহ কি কি?

(iii) Write any two key characteristics of management.

ব্যৱস্থাপনাৰ যিকোনো দুটা মুখ্য বৈশিষ্ট্য লিখা।

(iv) What do you mean by 'Franchising'?

'অধিকৃত বাণিজ্য ব্যৱস্থা' বুলিলে কি বুজা?

(v) Define business environment.

ব্যৱসায়িক পৰিৱেশৰ সংজ্ঞা দিয়া।

(vi) What do you mean by business ethics?

ব্যৱসায়িক নৈতিকতা বুলিলে কি বুজা?

(vii) What is centralisation?

কেন্দ্ৰীকৰণ কি?

(viii) Define motivation.

অনুপ্ৰেৰণাৰ সংজ্ঞা দিয়া।

(ix) What is meant by 'Work-life balance'?

'কর্ম-জীৱন সন্তুলন' বুলিলে কি বুজা?

(x) What is a virtual organisation?

'প্রতিনিকল্পিত সংগঠন' কি?

3. Answer the following questions: (any four) 5*4=20

তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া: (যিকোনো চাৰিটা)

(i) Explain the various forms of business organisation with examples.

উদাহৰণসহ ব্যৱসায়িক সংগঠনৰ বিভিন্ন ৰূপ ব্যাখ্যা কৰা।

(ii) Discuss the importance and functions of management in a business enterprise.

ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যৱস্থাপনাৰ গুৰুত্ব আৰু কাৰ্যাৱলী আলোচনা কৰা।

(iii) Explain the meaning and process of decision-making in management.

ব্যৱস্থাপনাত সিদ্ধান্ত গ্ৰহণৰ অৰ্থ আৰু প্ৰক্ৰিয়া বুজাই লিখা।

(iv) Describe the different layers of the business environment.

ব্যৱসায়িক পৰিৱেশৰ বিভিন্ন স্তৰৰ বিৱৰণ কৰা।

(v) Discuss the main factors affecting organisational design.

সংগঠনৰ গঠনক প্ৰভাৱিত কৰা মুখ্য কাৰকসমূহ আলোচনা কৰা।

(vi) Explain the principles of controlling and its importance in management.

নিয়ন্ত্ৰণৰ মূলনীতি আৰু ব্যৱস্থাপনাত ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।

(vii) What is leadership? Describe various styles of leadership.

নেতৃত্ব বুলিলে কি বুজা? নেতৃত্বৰ বিভিন্ন শৈলীৰ বিৱৰণ দিয়া।

(viii) Explain the concept and advantages of Business Process Reengineering (BPR).

ব্যৱসায়িক প্ৰক্ৰিয়া পুনৰ সংৰচনা (BPR)- ধাৰণা আৰু সুবিধাসমূহ ব্যাখ্যা কৰা।

4. Answer the following questions: (any two) তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া: (যিকোনো দুটা)

(i) Define management. Discuss its functions and importance in modern business organisations. 2+5+3=10

ব্যৱস্থাপনাৰ সংজ্ঞা দিয়া। আধুনিক ব্যৱসায়িক সংগঠনত ইয়াৰ কাৰ্য আৰু গুৰুত্ব আলোচনা কৰা।

(ii) What is the business environment? Explain factors influencing the business environment with suitable examples. 2+8=10

ব্যৱসায়িক পৰিৱেশ বুলিলে কি বুজা যায়? উপযুক্ত উদাহৰণসহ ব্যৱসায়িক পৰিৱেশক প্ৰভাৱিত কৰা কাৰকসমূহ ব্যাখ্যা কৰা।

(iii) Discuss in detail the process of planning and the techniques of effective decision-making in management. 5+5=10

পৰিকল্পনাৰ প্ৰক্ৰিয়া আৰু ফলপ্রসূ সিদ্ধান্ত গ্ৰহণৰ কৌশলসমূহ বিস্তাৰিতভাৱে আলোচনা কৰা।

(iv) Explain the meaning of various forms of business organisation, such as Sole Proprietorship, Partnership, Joint Stock Company, and Co-operative Society. Discuss the merits and demerits of any one form. 4+6=10

ব্যৱসায়িক সংগঠনৰ বিভিন্ন ৰূপ-একক স্বত্বাধিকাৰী, অংশীদাৰী, যৌথ ষ্টক কোম্পানী আৰু সমবায় সমিতিৰ অর্থ ব্যাখ্যা কৰা। যিকোনো এটা ৰূপৰ সুবিধা আৰু অসুবিধাভিলাক আলোচনা কৰা।

(v) What is motivation? Explain the factors affecting motivation. Also, discuss the meaning and importance of leadership in management. 2+4+4=10

অনুপ্ৰেৰণাৰ অৰ্থ কি? অনুপ্ৰেৰণাক প্ৰভাৱিত কৰা কাৰকবোৰ ব্যাখ্যা কৰা। লগতে ব্যৱস্থাপনাত নেতৃত্বৰ অৰ্থ আৰু গুৰুত্ব আলোচনা কৰা।

**********************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.