Financial
Accounting Question Paper 2025 (Major)
Gauhati University
B.COM 1st SEM
(Sem-1/FYUGP)
BCM42MJ
COMMERCE (Major)
Paper: BCM4100204
MJ (Financial Accounting)
Full Marks: 60
Time: 2½ hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Answer the following questions as directed: 1*8=8
নিৰ্দেশানুসৰি তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখাঃ
(a) A Trading Account
is prepared to find out ________ profit. (Fill in the blank with appropriate
word/words)
এটা ক্রয়-বিক্রয় হিচাপ প্ৰস্তুত কৰা হয় ________ লাভ নিৰ্ধাৰণ কৰাৰ বাবে। (উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা)
(b) The first IFRS was
published in June ________. (Fill in the blank with appropriate word/words)
প্রথম IFRS জুন মাহত ________ প্রকাশ পাইছিল। (উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা)
(c) Debit balance of
Profit and Loss Account show net profit. (State whether the statement is True
or False)
লাভ-লোকচানে হিচাপৰ ডেবিট উদ্বৃত্তই প্রকাশ লাভ দেখুওৱায়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(d) Under stock and debtor’s
system, Profit/Loss of the branch is ascertained by opening a ________. (Fill
in the blank with appropriate word/words)
ষ্টক আৰু দেনাদাৰ প্ৰণালীত শাখাৰ লাভ/ক্ষতি নিৰ্দ্ধাৰণ কৰা হয় আৰম্ভণি ________ খুলি। (উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা)
(e) Where a buyer under
installment system makes default in making payment of installment, the seller
has a right to repose the goods sold. (State whether the statement is True or
False)
য'ত কিস্তি ব্যৱস্থাৰ অধীনত ক্রেতাই কিস্তিৰ ধন পৰিশোধ কৰাত ডিফল্ট কৰে, বিক্ৰী কৰা সামগ্ৰীসমূহ পুনৰ দখল কৰাৰ অধীকাৰ বিক্ৰেতাৰ আছে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা।)
(f) Computerized
Accounting System can significantly reduce the likelihood of human errors in
calculations and data entry. (State whether the statement is True or False)
কম্পিউটাৰকৃত হিচাপকৰণ পদ্ধতিয়ে তথ্যৰ গণনা আৰু নথিভূক্তকৰণত থকা মানৱীয় ভুলভ্ৰান্তিৰ সম্ভাৱনা উল্লেখযোগ্যভাৱে হ্রাস কৰে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(g) Discount allowed
to debtors is not shown the Branch Account. (State whether the statement is
True or False)
দেনাদাৰক বাট্টা প্ৰদান কৰা শাখা হিচাপত দেখুওৱা নহয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)
(h) The full form of
C.P.U. is ________. (Fill in the blank with appropriate word/words)
চি.পি. উ-ৰ সম্পূৰ্ণ নামটো হ'ল ________। (উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা)
2. Answer
in brief any six questions: 2*6=12
যিকোনো ছয়টা প্ৰশ্নৰ চমুকৈ উত্তৰ লিখাঃ
(a) Mention two
limitations of Accounting Principles.
হিচাপ-নিকাচৰ নীতিৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।
(b) What is Capital
Receipt?
মূলধনী প্রাপ্তি কি হয়?
(c) Mention any two
features of Tally 9.
Tally 9-ৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।
(d) Define Accounting
Standard.
হিচাপৰ মানকৰ সংজ্ঞা দিয়া।
(e) Mention any two
disadvantages of the Hire-Purchase System.
ভাড়া-ক্রয় পদ্ধতিৰ যিকোনো দুটা অসুবিধা উল্লেখ কৰা।
(f) Very briefly
explain any two advantages of Computerized Accounting.
কম্পিউটাৰকৃত হিচাপকৰণৰ যিকোনো দুটা সুবিধা অতি চমুকৈ ব্যাখ্যা কৰা।
(g) Mention any two
distinctions between 'Gross Profit' and 'Net Profit'.
'মুঠ লাভ' আৰু 'প্রকৃত লাভ'ৰ মাজত যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা।
(h) What is Prudence
or Conservatism concept?
সতর্কতা বা সংৰক্ষণশীলতাৰ নীতি কি?
(i) How expenses
recognised under AS-9?
AS-9 অনুসৰি খৰচৰ স্বীকৃতি কেনেকৈ নিৰ্ধাৰণ কৰা হয়?
(j) What is Balance
Sheet?
উদ্বৃত্ত-পত্র কি?
3. Answer
any four questions in brief: 5*4=20
যিকোনো চাৰিটা প্ৰশ্নৰ চমুকৈ উত্তৰ দিয়া:
(a) Distinguish
between Hire Purchase System and Installment Purchase System.
ভাড়া-ক্রয় ব্যৱস্থা আৰু কিস্তি-ক্ৰয় ব্যৱস্থাৰ মাজত পাৰ্থক্য লিখা।
(b) Write a
comprehensive note on inventory valuation and its significance.
মজুত তথ্যৰ মূল্যায়ন আৰু ইয়াত তাৎপৰ্য্যৰ ওপৰত এটা বিস্তৃত টোকা লিখা।
(c) Briefly explain
any five distinctions between manual accounting and computerized accounting.
হস্তচালিত হিচাপৰক্ষণ আৰু কম্পিউটাৰকৃত হিচাপৰক্ষণৰ মাজৰ যিকোনো পাঁচটা পার্থক্য চমুকৈ ব্যাখ্যা কৰা।
(d) From the following
information, prepare a Trading A/c for the year ended 31.03.2025.
তলত দিয়া তথ্যৰ পৰা 31.03.2025 তাৰিখে সমাপ্ত হোৱা বছৰৰ বাবে Trading Account প্ৰস্তুত কৰা।
|
Particulars (বিৱৰণ) |
(Rs.) |
Particulars (বিৱৰণ) |
(Rs.) |
|
Stock on 01.04.2024 / মজুত পণ্য 01.04.2024 |
25,000 |
Sales / বিক্রী |
80,000 |
|
Wages / মজুৰি |
5,000 |
Sales Return / বিক্ৰী ৰিটাৰ্ণ |
500 |
|
Purchases / ক্ৰয় কৰা |
30,000 |
Wages Outstanding / মজুৰি বাকী আছে |
100 |
|
Purchase Return / ক্রয় ৰিটাৰ্ণ |
450 |
Carriage Outward / প্ৰেৰণ খৰচ |
1,000 |
|
Carriage Inward / অন্তর্মুখী পৰিবহণ ব্যয় |
500 |
Stock on 31.03.25 / মজুত পণ্য 31.03.25 |
7,000 |
|
Manufacturing Expenses / উৎপাদন খৰচ |
4,000 |
(e) Write the meaning
of the following accounting principles-
(i) Cost
Concept (ii) Consistency.
তলত উল্লেখ কৰা হিচাপবিদ্যাৰ নীতিৰ অৰ্থ লিখা-
(i) ক্রয় ধাৰণা (ii) সামঞ্জস্যৰ নীতি।
(f) One motor bike is
purchased on hire purchase system. The term of payment is four annual
installments of Rs. 16,920 at the end of each year. The rate of interest
charged is 5% p.a. Accounting year closes on 31st March each year. Calculate
the amount of interest and cash price.
ভাড়া ক্রয় ব্যৱস্থাত এটা মটৰ বাইক ক্ৰয় কৰা হয়। পৰিশোধৰ সময়সীমা প্রতি বছৰৰ শেষত 16,920 টকাৰ চাৰিটা বাৰ্ষিক কিস্তি। আদায় কৰা সুতৰ হাৰ 5% p.a. প্রতি বছৰে 31st মাৰ্চত একাউন্টিং বর্ষ কৰা হয়। সুতৰ পৰিমাণ আৰু নগদ ধনৰ মূল্য গণনা কৰা।
(g) Discuss four
methods/approaches of measurement of Business Income.
ব্যৱসায়ৰ আয় জোখাৰ চাৰিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা।
(h) Briefly describe
any five key users of Financial Accounting Information.
বিত্তীয় হিচাপ-নিকাচৰ তথ্যৰ যিকোনো পাঁচজন মূল ব্যৱহাৰকাৰীৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
4. Answer
any two questions: 10*2=20
যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া:
(a) From the following
Trial Balance of M/s Sarma Enterprise, prepare Trading and Profit & Loss
Account for the year ended on 31st March, 2025. 4+6=10
|
Particulars (বিবৰণ) |
Dr. (₹) |
Cr. (₹) |
|
Capital (মূলধন) |
4,00,000 |
|
|
Drawings (আহৰণ) |
50,000 |
|
|
Opening Stock (আৰম্ভণিৰ মজুত) |
75,000 |
|
|
Purchases (ক্রয়) |
4,20,000 |
|
|
Sundry Creditors (বিবিধ পাওনাদাৰ) |
75,000 |
|
|
Sales (বিক্রী) |
8,10,000 |
|
|
Sundry Debtors (বিবিধ দেনাদাৰ) |
1,20,000 |
|
|
Freight Inward (মালবাহী ভিতৰলৈ) |
20,000 |
|
|
Discounts (ৰেহাই) |
16,000 |
28,000 |
|
Commissions (কমিশন বা দস্তুৰ) |
12,000 |
14,000 |
|
Returns (ফিবৎ) |
16,000 |
20,000 |
|
Salaries (দৰমহা) |
1,20,000 |
|
|
Rent, Rates and Taxes (ঘৰ ভাড়া, হাৰ আৰু কৰ) |
40,000 |
|
|
Postage, Telegrams and Telephone (ডাকখৰচ আৰু ফোন) |
25,000 |
|
|
Loan (ঋণ) |
3,00,000 |
|
|
Interest (সুত) |
20,000 |
|
|
Brand name and design (ব্রেন্ড নাম আৰু ডিজাইন) |
60,000 |
|
|
Furniture (আчবাব) |
3,50,000 |
|
|
Advertisement (বিজ্ঞাপন) |
1,00,000 |
|
|
Cash in Bank (বেংকত জমা) |
1,50,000 |
|
|
Cash in hand (হাতত জমা) |
63,000 |
|
|
Duty Drawbacks (শুল্ক ৰেহাই) |
10,000 |
|
|
Total |
16,57,000 |
16,57,000 |
Other Information:
(i) Closing
Stock Rs. 1,70,000.
(ii)
Depreciate furniture 10% p.a.
(iii) The
enterprise spent heavy expenditure in advertisement for launching new products
which is to be written off over 5 years.
(iv) Salary
Outstanding Rs. 12,000.
(v) Salary
paid in advance Rs. 10,000.
(b) Assam Motor Service Co. buys a motor car on
installment payment system from Hind Motor Ltd. on 01.01.2018 under which
payment is to be made on December 31st each year for 4 years @ Rs. 50,000 per
annum, interest being calculated @ 5% p.a. The cash down price of the car is
Rs. 1,77,300. Depreciate the car @ 10% p.a. on diminishing balance method.
Prepare-
(i) Motor Car A/c
(ii) Hind Motors Ltd. A/c and
(iii) Interest Suspense A/c in the book of Assam Motors Service Co. for
4 years.
অসম মটৰ ছাৰ্ভিচ কোম্পানীয়ে 01.01.2018 তাৰিখে হিন্দ মটৰ্ছ লিমিটেডৰ পৰা এখন মটৰকাৰ কিস্তিভিত্তিক পদ্ধতিত ক্রয় কৰে। এই চুক্তি অনুসৰি প্ৰতি বছৰৰ 31st ডিচেম্বৰত Rs. 50,000 টকা মুঠ 4 বছৰৰ বাবে পৰিশোধ কৰিব লাগিব, য'ত বছৰি 5% হাৰত সুদ গণনা করা হ'ব। গাড়ীখনৰ নগদ মূল্য হৈছে Rs. 1,77,300। গাড়ীখনৰ মূল্যহ্রাস বছৰৰ 10% ক্রমহ্রাসমান পদ্ধতি হাৰত Diminishing
balance method -এ গণনা কৰিব লাগিব। অসম মটৰ চাৰ্ভিচ কোম্পানীৰ বহীত তলত উল্লেখ কৰা হিচাপসমূহ প্ৰস্তুত কৰা।
(i) মটৰকাৰ একাউন্ট
(ii) হিন্দ মটৰ্ছ লিমিটেড একাউন্ট
(iii) সুদ Suspense একাউন্ট
(c) Explain the
procedure for setting Accounting Standards in India.
ভাৰতত হিচাপৰ মানদণ্ড নিৰ্ধাৰণৰ পদ্ধতিসমূহ ব্যাখ্যা কৰা।
(d) Explain the rights
of Hire Purchaser and Hire Vendor under hire purchase system. 5+5=10
ভাড়া-ক্রয় ব্যৱস্থাৰ অধীনত ভাড়া ক্রেতা আৰু ভাড়া বিক্রেতাৰ অধিকাৰ ব্যাখ্যা কৰা।
(e) The Guwahati Head
Office sends goods to its Dibrugarh Branch at cost plus 20%. The following
particulars relate to the branch for the year ended 31st March, 2024:
|
Particulars |
Rs. |
|
Opening Stock at Branch (Invoice Price) / আৰম্ভণি মজুত পণ্য (বিল মূল্যত) |
30,000 |
|
Goods sent to Branch (Invoice Price) / শাখালৈ পঠিওৱা পণ্যসামগ্রী (বিল মূল্যত) |
1,50,000 |
|
Cash Sales / নগদ বিক্রী |
80,000 |
|
Credit Sales / বাকীত বিক্রী |
60,000 |
|
Goods returned by customer to Branch / পণ্যসামগ্রী গ্রাহকে শাখালৈ ঘুৰাই দিয়া |
5,000 |
|
Cash received from Debtors / দেনাদাৰৰ পৰা সংগ্রহ |
50,000 |
|
Branch Expenses (Paid by Head Office) / মুখ্য কাৰ্য্যালয়ে দিয়া শাখাৰ খৰচ |
20,000 |
|
Bad debts written off / অনুদ্ধাৰণীয় দেনা |
2,000 |
|
Closing Stock at Branch (Invoice Price) / সামৰণি মজুত পণ্যসামগ্রী (বিল মূল্যত) |
40,000 |
You are
required to prepare the Dibrugarh Branch Account in the Books of Head Office to
find out the Branch Profit or Loss.
মুখ্য কাৰ্য্যালয়ৰ বহীত ডিব্ৰুগড় শাখাৰ হিচাপ প্ৰস্তুত কৰিব লাগিব যাতে শাখাৰ লাভ বা লোকচান নির্ণয় কৰিব পাৰি।

Post a Comment
Kindly give your valuable feedback to improve this website.