Environmental
Studies Question Paper 2025 (VAC)
Gauhati University B.COM 1st SEM NEP Syllabus
(Sem-1/FYUGP) VAC
EVS
(Value Added
Course)
Paper:
VAC0101002-N/VAC0102102N (Environmental Studies)
Full Marks: 30
Time: 1½ hours
The figures in the margin indicate full marks for the questions
Answer either in English or in Assamese
1. Choose the correct answer: 1*5=5 শুদ্ধ উত্তৰটো বাচি উলিওৱা:
(a) Which one of the
following is a non-renewable resource?
তলত উল্লেখ কৰা কোনটো অ-নৱীকৰণযোগ্য সম্পদ?
(i)
Freshwater / নির্মল পানী
(ii)
Natural gas / প্রাকৃতিক গেছ
(iii)
Forest / অৰণ্য
(iv) Solar
energy / সৌৰশক্তি
(b) Which of the
following is not an abiotic component of ecosystem?
তলৰ কোনটো পৰিৱেশ তন্ত্ৰৰ অজৈৱিক উপাদান নহয়?
(i) Water /
পানী
(ii) Gas / গেছ
(iii) Light
/ পোহৰ
(iv) Green
plant / সেউজীয়া উদ্ভিদ
(c) Which of the
following is a secondary air pollutant?
তলত উল্লিখিত কোনটো এটা গৌণ বায়ু প্রদূষক?
(i) Ozone /
অ'য'ন
(ii) Carbon
dioxide / কার্বন ডাইঅক্সাইড
(iii)
Carbon monoxide / কার্বন মনোক্সাইড
(iv)
Sulphur dioxide / ছালফাৰ ডাইঅক্সাইড
(d) In which year was
the Forest Conservation Act enacted in India?
বন সংৰক্ষণ আইন ভাৰতবৰ্ষত কোন চনত বলবৎ কৰা হৈছিল?
(i) 1986 / ১৯৮৬
(ii) 1974 /
১৯৭৪
(iii) 1972
/ ১৯৭২
(iv) 1980 /
১৯৮০
(e) Energy flow in
ecosystem is ________.
পৰিৱেশ তন্ত্ৰত শক্তিৰ প্ৰবাহ হ'ল ________।
(i)
unidirectional / একদিশীয়
(ii)
multidirectional / বহুমুখী
(iii)
bidirectional / দ্বিমুখী
(iv) None
of the above / ওপৰৰ এটাও নহয়
2. Answer
any five of the following questions in short: 2*5=10
তলত দিয়া প্ৰশ্নকেইটাৰ যি কোনো পাঁচটাৰ উত্তৰ চমুকৈ লিখা:
(a) What are
decomposers?
বিযোজোকবোৰ কি?
(b) What are the
functional components of ecosystem?
পৰিৱেশ তন্ত্ৰৰ কাৰ্যকৰী উপাদানসমূহ কি কি?
(c) Write a brief note
on greenhouse gases.
সেউজগৃহ গেছৰ বিষয়ে এটা চমু টোকা লিখা।
(d) What is trophic
structure?
ট্রফিক গঠন কি?
(e) What do you mean
by sustainable development?
বহনক্ষম উন্নয়ন বুলিলে কি বুজা?
(f) Name four primary
air pollutants.
চাৰিটা প্ৰাথমিক বায়ু প্ৰদূষকৰ নাম লিখা।
(g) What is the
primary ecological succession? Give one example.
পাৰিস্থিতিবিদ্যাত প্রাথমিক অনুক্রমণ মানে কি? এটা উদাহৰণ দিয়া।
(h) Define
biodegradable waste with one example.
এটা উদাহৰণৰ সৈতে জৈৱ বিয়োজকৰ সংজ্ঞা দিয়া।
(i) Differentiate
between hazardous and non-hazardous waste.
বিপজ্জনক আৰু অ-বিপজ্জনক বর্জনীয় পদাৰ্থৰ মাজৰ পার্থক্য লিখা।
(j) State any two
objectives of the Environment (Protection) Act, 1986.
পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ৰ যি কোনো দুটা উদ্দেশ্য উল্লেখ কৰা।
3. Answer
any three of the following questions: 5*3=15
তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো তিনিটাৰ উত্তৰ দিয়া:
(a) Discuss the
meaning and scope of environmental studies.
পৰিৱেশ অধ্যয়নৰ অৰ্থ আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা।
(b) Describe the
biotic and abiotic components of an ecosystem.
পৰিৱেশ তন্ত্ৰৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ বর্ণনা কৰা।
(c) Discuss about food
chain with suitable examples.
উপযুক্ত উদাহৰণসহ খাদ্য শৃংখলৰ বিষয়ে আলোচনা কৰা।
(d) Discuss the causes
and effects of water pollution.
পানী প্ৰদূষণৰ কাৰণ আৰু প্ৰভাৱসমূহ আলোচনা কৰা।
(e) What are the major
objectives of sustainable development? Explain its importance.
বহনক্ষম উন্নয়নৰ প্ৰধান উদ্দেশ্য কি কি? ইয়াৰ গুৰুত্ব বুজাই দিয়া।
(f) Write a short note
on the Wildlife (Protection) Act, 1972.
বন্যজীৱ সংৰক্ষণ আইন, ১৯৭২ৰ ওপৰত এটি চমু টোকা লিখা।
Post a Comment
Kindly give your valuable feedback to improve this website.