Environmental Studies Question Paper 2024 (VAC) [Gauhati University B.COM 1st SEM NEP Syllabus]

Environmental Studies Question Paper 2024 (VAC)
Gauhati University B.COM 1st SEM NEP Syllabus

(Sem-1/FYUGP) VAC EVS

(Value Added Course)

Paper: VAC0101002-N/VAC0102102N (Environmental Studies)

Full Marks: 30

Time: 1½ hours

The figures in the margin indicate full marks for the questions

Answer either in English or in Assamese

1. Choose the correct answer: 1×5=5

শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(a) Which of the following is a renewable resource?

তলত উল্লেখ কৰা কোনটো নৱীকৰণযোগ্য সম্পদ?

(i) Fossil fuel

জীৱাশ্ম ইন্ধন

(ii) Solar energy

সৌৰশক্তি

(iii) Coal

কয়লা

(iv) Natural gas

প্ৰাকৃতিক গেছ

(b) Which of the following is not an example of producer?

তলত উল্লিখিত কোনটো উৎপাদকৰ উদাহৰণ নহয়?

(i) Green plants

সেউজীয়া উদ্ভিদ

(ii) Algae

শৈবাল

(iii) Bacteria

বেক্টেৰিয়া

(iv) Fungi

ভেঁকুৰ

(c) In which year was the Wildlife Protection Act enacted in India?

বন্যজীৱ সংৰক্ষণ আইন ভাৰতবৰ্ষত কোন চনত বলৱৎ কৰা হৈছিল?

(i) 1970

(ii) 1980

(iii) 1972

(iv) 1976

(d) Which of the following is not an abiotic component of ecosystem?

তলত উল্লিখিত কোনটো পৰিস্থিতিতন্ত্ৰৰ অজৈৱিক উপাদান নহয়?

(i) Water

পানী

(ii) Gas

গেছ

(iii) Light

পোহৰ

(iv) Green plant

সেউজীয়া উদ্ভিদ

(e) Which of the following is not a greenhouse gas?

তলত উল্লিখিত কোনটো সেউজগৃহ গেছ নহয়?

(i) CO2

কাৰ্বন ডাই-অক্সাইড

(ii) CH4

মিথেন

(iii) Water vapour

জলীয় বাষ্প

(iv) CO

কাৰ্বন মনোক্সাইড

2. Answer any five of the following questions in short : 2×5=10

তলত দিয়া প্ৰশ্নকেইটাৰ যি কোনো পাঁচটাৰ উত্তৰ চমুকে লিখা :

(a) What is food chain?

খাদ্যশৃংখল কি?

(b) Mention two non-renewable resources.

দুটা অনৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা।

(c) What is ecological succession?

ইকলজিকেল অনুক্ৰম কি?

(d) Name four primary air pollutants.

চাৰিটা প্ৰাথমিক বায়ু প্ৰদূষক নাম উল্লেখ কৰা।

(e) Mention two measures for the control of noise pollution.

শব্দ প্ৰদূষণ ৰোধৰ বাবে বলগা দুটা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা।

(f) What are decomposers?

বিয়োজকবোৰ কি?

(g) Distinguish between natural and artificial ecosystem.

প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ পাৰ্থক্য লিখা।

(h) Write a brief note on the Kyoto Protocol.

কিঅটো প্ৰটকলৰ ওপৰত এটি চমু টোকা লিখা।

(i) What do you mean by sustainable development?

বহনক্ষম উন্নয়ন বুলিলে কি বুজা?

(ii) Write about the effects of industrial waste.

ঔদ্যোগিক আৱৰ্জনাৰ প্ৰভাৱৰ বিষয়ে লিখা।

3. Answer any three of the following questions : 5×3=15

তলত দিয়া প্ৰশ্নবোৰৰ যি কোনো তিনিটাৰ উত্তৰ দিয়া :

(a) Discuss the meaning and importance of environmental studies.

পৰিবেশ অধ্যয়নৰ অৰ্থ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

(b) Discuss the causes and effects of water pollution.

পানী প্ৰদূষণৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱসমূহ আলোচনা কৰা।

(c) Describe the flow of energy in an ecosystem.

এটা পৰিস্থিতিতন্ত্ৰত হোৱা শক্তিৰ প্ৰৱাহ বৰ্ণনা কৰা।

(d) Describe the causes of global warming and its impact on environment.

গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ আৰু পৰিবেশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা।

(e) Write a short note on the Forest Conservation Act.

বন সংৰক্ষণ আইনৰ ওপৰত এটি চমু টোকা লিখা।

(f) Discuss about 'food web' with suitable examples.

উপযুক্ত উদাহৰণসহখাদ্য জাল বিষয়ে আলোচনা কৰা।

********************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.