Business Organization and Management Question Paper' 2025, Dibrugarh University B.Com 1st Sem (NEP)

Business Organisation and Management Question Paper November 2025
Dibrugarh University B. Com 1st SEM NEP Syllabus

COMMERCE (Core) - Paper: COM C1

(Business Organization and Management)

Full Marks: 60 (80 for 2023 Batch)

Time: 2 hours (3 hours for 2023 Batch)

The figures in the margin indicate full marks for the questions

1. (a) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা: 1*3 = 3

Fill in the blanks with appropriate word(s):

(i) যৌথ হিন্দু পৰিয়ালত পৰিচালনা ________ দ্বাৰা নিয়ন্ত্ৰিত হয়।

Management in Joint Hindu Family is controlled by ________.

(ii) প্ৰত্যৰ্পণ ' জ্যেষ্ঠজনৰ ________ পৰা ________

Delegation is done from a superior to a ________.

(iii) মূল্যবোধ হৈছে ________ বাবে নিয়ম আৰু নিৰ্দেশনা।

Values are rules and guidelines for ________.

(b) তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা: 1*3 = 3

State whether the following statements are True or False:

(i) এটা সিদ্ধান্তৰ লগত এটা কাৰ্যপন্থা বাছনি কৰাটো জড়িত হৈ থাকে।

A decision involves selecting a course of action.

(ii) এজন নৈতিক পৰিচালকে অধীনস্থৰ প্ৰতি পক্ষপাতী ' লাগে।

An ethical manager should be partial towards subordinates.

(iii) নিয়ন্ত্ৰণ কঠোৰভাৱে কাৰ্যকৰী কৰাটো প্ৰয়োজন।

Controlling needs to be rigidly implemented.

2. চমু টোকা লিখা (যি কোনো দুটা): 4*2 = 8

Write short notes on (any two):

(a) আনুষ্ঠানিক সংগঠন

Formal organization

(b) কাৰ্যকৰী বিভাগীয়তা

Functional departmentation

(c) গণতান্ত্ৰিক বা অংশগ্ৰহণমূলক নেতৃত্ব

Democratic or participative leadership

3. (a) অংশীদাৰিত্বৰ সংজ্ঞা দিয়া। আজিৰ কৰ্পৰেট যুগত অংশীদাৰী ব্যৱসায় এতিয়াও প্ৰাসংগিক নে? আলোচনা কৰা। 2 + 8 = 10

Define partnership. Is partnership still a relevant form of business in today's era? Discuss.

অথবা / Or

(b) বহুজাতিক কোম্পানীৰ লাভসমূহ কি কি? ভাৰতীয় প্ৰেক্ষাপটত বহুজাতিক নিগমৰ ভূমিকা আলোচনা কৰা। 5 + 5 = 10

What are the benefits of multinational companies? Discuss the role of multinational corporations in Indian context.

4. (a) পৰিকল্পনাৰ ক্ষেত্ৰ নিৰ্ধাৰক পূৰ্ব ধাৰণাসমূহ বুলিলে কি বুজা যায়? কাৰ্যকৰী পৰিকল্পনাৰ বিভিন্ন বাধাৰ বিষয়ে আলোচনা কৰা। 3 + 5 = 8

What do you mean by planning premises? Discuss the various barriers to effective planning.

অথবা / Or

(b) "কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ যুক্তিসংগত ' লাগিব।ব্যাখ্যা কৰা। সিদ্ধান্ত গ্ৰহণৰ লগত জড়িত বিভিন্ন পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰা। 3 + 5 = 8

"Effective decision making must be rational." Explain. Describe the various steps involved in decision making.

5. (a) বিভাগীয়তা কি? বিভাগীয়কৰণৰ বিভিন্ন পদ্ধতি বৰ্ণনা কৰা। 2 + 8 = 10

What is departmentation? Explain the various methods of departmentation.

অথবা / Or

(b) সংগঠনৰ গাঁথনি কি? লাইন সংগঠন আৰু কাৰ্যকৰী সংগঠনৰ মাজত কেনেকৈ পাৰ্থক্য কৰিবা? 2 + 8 = 10

What is an organization structure? How will you distinguish between line organization and functional organization?

6. (a) বিত্তীয় আৰু -বিত্তীয় প্ৰেৰক বুলিলে কি বুজোৱা হয়? মাছল' নিড হাইৰাৰ্কি প্ৰেৰণাৰ তত্ত্ব ব্যাখ্যা কৰা। 2 + 6 = 8

What are financial and non-financial motivators? Explain Maslow's Need Hierarchy theory of Motivation.

অথবা / Or

(b) “যি কোনো পৰিচালনাৰ এক অপৰিহাৰ্য অংগ ' যোগাযোগ।এই বক্তব্যৰ পটভূমিত যোগাযোগৰ গুৰুত্ব আলোচনা কৰা। 8

"Communication is an indispensable part of any management." In the light of this statement, analyze the importance of communication.

7. (a) মূল্যবোধ কি? ভাৰতত অনৈতিক ব্যৱসায়িক আচৰণৰ বাবে দায়ী মুখ্য সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা। 2 + 8 = 10

What are values? Discuss the issues that account for unethical business practices in India.

অথবা / Or

(b) ব্যৱসায়িক প্ৰক্ৰিয়া পুনৰ-অভিযান্ত্ৰিকীকৰণ (BPR) আৰু জ্ঞান প্ৰক্ৰিয়া আউটচ'ৰ্চিং (KPO) কি? আউটচ'ৰ্চিঙৰ সীমাবদ্ধতাসমূহৰ বিষয়ে আলোচনা কৰা। (2 + 2) + 6 = 10

What is business process re-engineering (BPR) and knowledge process outsourcing (KPO)? Discuss the limitations of outsourcing.

(২০২৩ বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে ২০ মূল্যাঙ্কৰ অতিৰিক্ত প্ৰশ্ন)

(Additional 20 marks for 2023 Batch)

8. তলত দিয়া প্ৰশ্নসমূহৰ পৰা যি কোনো দুটাৰ উত্তৰ দিয়া: 10*2 = 20

Answer any two from the following questions:

(a) “নেতৃত্ব পৰিস্থিতির ওপৰত নিৰ্ভৰশীল।ব্যাখ্যা কৰা।

"Leadership is based on situation." Explain.

(b) মিচন আৰু উদ্দেশ্যৰ মাজত পাৰ্থক্য লিখা।

Distinguish between mission and objectives.

(c) ভাৰতীয় মূল্যবোধৰ গুৰুত্ব আলোচনা কৰা।

Discuss the importance of Indian ethos.

********************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.