Human Resource Management
Question Paper 2025
Dibrugarh University B. Com 1st
SEM Question Papers NEP syllabus
1 SEM FYUGP
COMMERCE (Paper: MINHRM1)
(Human Resource Management -
I)
Full Marks: 60 (80 Marks for
2023 Course)
Pass Marks: 18 (24 for 2023
Course)
Time: 2 hours (3 Hours for
2023 Course)
The figures in the margin
indicate full marks for the questions
1. (a) তলত দিয়া উক্তিসমূহ শুদ্ধ নে অশুদ্ধ লিখা: 1*3=3
State whether the following
statements are True or False:
(i) মানৱ সম্পদ
পৰিচালনা সংগঠনত এটা শুদ্ধ মানৱ
সম্পৰ্ক বৰ্তাই ৰখা।
Human resource management is
responsible for maintaining good human relations in the organization.
(ii) বাছনিৰ ক্ষেত্ৰত
কৰ্মীৰ নিয়োগেৰে সমাপ্ত হয়।
The selection procedure ends with
the placement of a worker on the job.
(iii) পদোন্নতি মানে
ৰেংক হ্রাস পোৱা আৰু পদচ্যুতি
হৈছে ৰেংক বৃদ্ধি।
Promotion means decrease in rank
and demotion means increase in rank.
(b) উপযুক্ত শব্দৰে
খালী ঠাই পূৰ কৰা:
1*3=3
Fill in the blanks with
appropriate words:
(i) HRM সংগঠনত ___________ সৈতে সম্পর্কিত।
HRM is concerned with the
___________ in the organization.
(ii) পৰীক্ষা প্ৰাৰ্থীৰ
___________ বাবে প্ৰয়োগ কৰা হয়।
Tests are used for the purpose of
___________ of candidates.
(iii) অকাৰ্যকৰণ সংক্রান্ত
মূল্যাংকন নিখুঁত আৰু ___________ পক্ষপাতৰ পৰা মুক্ত।
No performance appraisal system
can be perfect and free from ___________ biases.
2. চমু
টোকা লিখা (যি কোনো দুটা):
4*2=8
Write short notes on (any two):
(a) স্বেচ্ছামূলক অৱসৰ
VRS
(b) পৰীক্ষা আৰু
সাক্ষাৎকাৰ
Test and Interview
(c) Job analysis
3. (a) মানৱ সম্পদ
ব্যৱস্থাপনা (HRM)ৰ উদ্দেশ্য আৰু
কাৰ্যাৱলী ব্যাখ্যা কৰা। 11
Explain the objectives and
functions of HRM.
অথবা / Or
(b) এটা সংগঠনত
মানৱ সম্পদ তথ্য ব্যৱস্থা (HRIS)ৰ
গুৰুত্ব আৰু প্ৰয়োগ সম্পর্কে
আলোচনা কৰা। 11
Describe the importance and
application of HRIS in any organization.
4. (a) মকৰলৰ বিভিন্ন
উৎসসমূহ কি কি? প্ৰতিটো
উৎসৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা
কৰা। 7+4=11
What are the different sources of
recruitment? Explain each source by giving its merits and demerits.
অথবা / Or
(b) বাছনি কি?
আধুনিক প্রতিষ্ঠানত বাছনিৰ প্ৰক্ৰিয়াসমূহ আলোচনা কৰা। 3+8=11
What is selection? Discuss the
process of employee selection in a modern organization.
5. (a) কৰ্মচাৰীৰ প্ৰশিক্ষণৰ
উদ্দেশ্য আৰু গুৰুত্বসমূহ বর্ণনা
কৰা। 12
What are the objectives and
significance of employee training?
অথবা / Or
(b) কেৰিয়াৰ বিকাশ
বুলিলে কি বুজা? কেৰিয়াৰ
বিকাশৰ সৈতে জড়িত বিভিন্ন
স্তৰসমূহ ব্যাখ্যা কৰা। 4+8=12
What do you mean by career
development? Explain the various steps involved in career development process.
6. (a) সাম্প্রতিক কৰ্মচাৰীসকলক
প্ৰদান কৰা বিভিন্ন বিত্তীয়
আৰু অনা-বিত্তীয় পুৰস্কাৰসমূহ
আলোচনা কৰা। 12
Discuss the various financial and
non-financial rewards in motivating modern employees.
অথবা / Or
(b) দক্ষতা মূল্যায়নৰ
বিভিন্ন বাধাসমূহ কি কি? 12
What are the barriers to
performance evaluation?
(2023 বৰ্ষৰ শিক্ষাৰ্থীৰ
বাবে
20 মূল্যাংকৰ
অতিৰিক্ত
প্ৰশ্ন)
(Additional Questions, 20 marks for 2023 Batch)
7. তলত
দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা):
10*2=20
Answer the following questions
(any two):
(a) অভিযোগ বুলিলে
কি বুজা? এটা সংগঠনত কৰ্মচাৰীৰ
অভিযোগৰ যি কোনো চাৰিটা
সাধাৰণ কাৰণ আলোচনা কৰা।
4+6=10
What do you mean by grievance?
Discuss any four common causes of employee grievances in an organization.
(b) ভাৰতীয় উদ্যোগসমূহত
এক ফলপ্রসূ অভিযোগ মোকাবিলা প্ৰক্ৰিয়াৰ অত্যাৱশ্যকীয় পদক্ষেপসমূহ ব্যাখ্যা কৰা। 10
Explain the essential steps of an
effective grievance handling procedure in Indian industries.
(c) অভিযোগ নিষ্পত্তি
প্রণালীক অধিক ফলপ্ৰসূ কৰি
তোলাত ব্যবস্থাপকসকলৰ ভূমিকা আলোচনা কৰা। 10
Discuss the role of managers in
making grievance redressal system more effective.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.