Basics of Human Resource Management
Question Paper 2025
Dibrugarh University BCOM 1st
SEM NEP Syllabus
1 SEM FYUGP GECCOMM1 (A/B/C/D)
COMMERCE (Generic Elective Course)
Paper: GECCOM1
Full Marks: 80 (60 for 2023 Course)
Pass Marks: 24 (18 for 2023 course)
Time: 3 hours
The figures in the margin indicate full marks
for the questions.
Paper: GECCOM1C
(Basics of Human Resource Management)
1. (a) শুদ্ধ নে অশুদ্ধ লিখা:
Write True or False: 1*3=3
(i) মানৱ সম্পদ ব্যৱস্থাপনা মূলতঃ ধন-সম্পত্তি পৰিচালনাৰ সহিত জড়িত।
Human
Resource Management is primarily concerned with managing money.
(ii) কৰ্ম পৰিৱেশত নৈতিকতাৰ অৰ্থ হ'ল কঠোৰ পৰিশ্ৰম।
Ethics in a
work environment implies hardwork.
(iii) প্ৰৰোচনাই উৎপাদন বৃদ্ধিত সহায় কৰে ।
Induction
helps to increase production.
(b) তলত দিয়া খালী ঠাইবোৰ পূৰণ কৰা:
Fill in the
blanks of the following: 1*3=3
(i) মানৱ সম্পদ ব্যৱস্থাপনা এক _______________ কার্য।
Human Resource
Management is a _______________ function.
(ii) মানৱ সম্পদ পৰিকল্পনা বুলিলে _______________ ৰ প্ৰয়োজনীয়তা অনুমান কৰাকে বুজায়।
Human
Resource Planning refers to estimating _______________ requirements.
(iii)
_______________ কৌশল মানৱ সম্পদৰ চাহিদা অনুমানৰ বাবে ব্যৱহাৰ কৰা হয়।
_______________
technique is used for estimating demand of human resource.
2. তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা:
Write short
notes on the following: 4+4=8
(a) কেন্দ্ৰীকৃত নিয়োগ
Centralized
Recruitment
(b) Refresher
Training
3. (a) এটা সংগঠনত মানৱ সম্পদ ব্যৱস্থাপনা কিয় প্ৰয়োজনীয়? মানৱ সম্পদ উন্নয়নৰ পৰা ই কেনেকৈ পৃথক? 6+5=11
Why is
Human Resource Management essential for an organization? How is it different
from Human Resource Development?
অথবা / Or
(b) সংস্থাসমূহৰ কৰ্মচাৰী নীতিৰ লাভ আৰু সীমাবদ্ধতাসমূহ কি?
What are
the benefits and limitations of personnel policies in organizations?
4. (a) মানৱ সম্পদ পৰিকল্পনাৰ সংজ্ঞা দিয়া। মানৱ সম্পদ পৰিকল্পনা কিয় প্ৰয়োজনীয়? ভাৰতীয় সংস্থাসমূহে ইয়াক কিমান পৰ্যন্ত গ্ৰহণ কৰিছে? 3+4+4=11
Define
Human Resource Planning. Why is it necessary? How far has it been adopted by
Indian organization?
অথবা / Or
(b) উদ্যোগত মানৱ সম্পদ পৰিকল্পনাত জড়িত ধাপসমূহ সংক্ষেপে আলোচনা কৰা।
Briefly
discuss the steps involved in Human Resource Planning in an industry.
5. (a) ভাৰতত প্ৰচলিত নিয়োগ প্ৰথাসমূহ বৰ্ণনা কৰা।
Describe
the practices of recruitment followed in India.
অথবা / Or
(b) এটা প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় সংখ্যক আৰু বিভিন্ন প্ৰকাৰৰ কৰ্মচাৰী সহজে নিয়োগ কৰাটো কিয় কঠিন? ব্যাখ্যা কৰা।
Why is it
difficult for an enterprise to easily recruit the number and kinds of personnel
it requires? Explain.
6. (a) প্ৰশিক্ষণৰ সংজ্ঞা দিয়া। আধুনিক উদ্যোগখণ্ডত প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। 3+9=12
Define
training. Explain the need for training in modern industry.
অথবা / Or
(b) কৰ্মচাৰী প্ৰশিক্ষণৰ সাধাৰণ পদ্ধতিসমূহ ব্যাখ্যা কৰা।
Explain
briefly the general methods of training personnel. 12
(Additional
20 marks for 2023 Batch)
7. তলত দিয়া প্ৰশ্নসমূহৰ যি কোনো দুটাৰ উত্তৰ দিয়া: 10*2=20
Answer any
two of the following questions:
(a) হ্ৰস্বম্যাদী মানৱ সম্পদ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা।
Discuss
about the short-term human resource planning.
(b) নিযুক্তিৰ পৰা নিৰ্বাচন কেনেকৈ পৃথক? আলোচনা কৰা।
How is
selection different from recruitment? Discuss.
(c) কৰ্মচাৰী নিৰ্বাচনৰ বাবে কৰা বিভিন্ন পৰীক্ষাৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Discuss in
brief various tests conducted for the selection of employees.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.