Fundamentals of Accounting Question Paper 2025 [Dibrugarh University BCOM 1st SEM NEP Syllabus]

Fundamentals of Accounting Question Paper November 2025
Dibrugarh University B.Com 1st SEM NEP Syllabus

COMMERCE (Generic Elective Course)

Paper: GECCOM1 (Fundamentals of Accounting)

Full Marks: 60 (80 for 2023 Batch)

Time: 2 hours (3 hours for 2023 Batch)

The figures in the margin indicate full marks for the questions.

1. (a) শুদ্ধ নে অশুদ্ধ লিখা:

State True or False: (1*4 = 4)

(i) সামগ্রী ক্রয়ত লাভ কৰা বেহাই এটা আয়।

Discount Received on the purchase of goods is a Revenue Receipt.

(ii) বাকীত ক্ৰয় কৰা যন্ত্রপাতি ক্রয় জাবেদাত অন্তর্ভুক্ত হয়।

Credit purchase of machine is entered in purchase journal.

(iii) ভাৰতীয় হিচাপ মানক প্রযোজ্য হয় তালিকাভুক্ত নোহোৱা কোম্পানীসমূহ, যাৰ প্রকৃত সম্পদ 250 কোটি টকাৰ ওপৰত।

Ind-AS applies to unlisted companies having a net worth of ₹250 crores or more.

(iv) স্বেচ্ছাকৃত অৱসৰ আঁচনিৰ অধীনত কৰ্মচাৰী ক্ষতিপূৰণ প্ৰদান এক মূলধনীয় ব্যয়।

Compensation paid to employees under Voluntary Retirement Scheme is a capital expenditure.

(b) খালী ঠাই পূৰ কৰা: Fill in the blanks: (1*4 = 4)

(i) ________ হিচাপ-নিকাচৰ সময়ছোৱাত সঠিক লাভ বা লোকচান প্রকাশ কৰে।

________ discloses correct profit or loss during the accounting period.

(ii) গ্ৰাহকৰ পৰা পোৱা পৰৱৰ্তী-তাৰিখ চেক ________ লিপিবদ্ধ কৰা হয়।

Post-dated cheque received from a customer is recorded in ________.

(iii) অপ্রাপ্ত লাভসমূহ হিচাপ-নিকাচত ________ ধাৰণাৰ ফলত বিবেচনা কৰা নহয়।

Unrealized gains are not considered in accounting as a result of ________ concept.

(iv) পাছবুক হৈছে বেংকৰ লেজাৰত থকা ________ প্রতিলিপি।

Passbook is a copy of ________ appears in the bank's ledger.

2. তলত দিয়াবোৰৰ যি কোনো দুটাৰ ওপৰত চমু টোকা লিখা: Write short notes on any two of the following: (5*2 = 10)

(a) আয়জনিত খৰচ / Revenue Expenditure

(b) লেখাংকনৰ সমীকৰণ / Accounting Equation

(c) বকেয়া ধাৰণা / Accrual Concept

(d) বিশেষ উদ্দেশ্যৰ বহী / Special Purpose Book

3. (a) “দ্বি-প্রৱিষ্টি হিচাপ প্ৰণালীত লেনদেনৰ দুয়োটা দিশ চিনাক্ত আৰু লিপিবদ্ধ কৰে।এই বিবৃতিটো উপযুক্ত উদাহৰণৰ সৈতে বর্ণনা কৰা।

"Double Entry System of accounting recognizes and records both aspects of a transaction." Explain the statement with suitable examples. (8)

অথবা / Or

(b) তলৰ লেনদেনবোৰক পুঁজিৰ গ্ৰহণ আৰু আয়ৰ গ্ৰহণ হিচাপে চিনাক্ত কৰা। তোমাৰ উত্তৰটোৰ কাৰণ উল্লেখ কৰা:

Identify the following as Capital Receipts and Revenue Receipts. Give reasons for your answer: (2*4 = 8)

(i) চৰকাৰী বিদ্যালয়ত বিদ্যালয়ৰ মাচুল / School fees in Government School

(ii) মাটিৰ এটা প্লট ক্রয়ত হোৱা আইনী ব্যয় / Legal expenses incurred in purchase of plot of land

(iii) স্বত্বাধিকাৰীৰ দ্বাৰা 10,00,000 টকা মূলধন প্ৰদান / Introduction of capital by the owner ₹10,00,000

(iv) বিনিয়োগৰ ওপৰত সুত—3,000 টকা / Interest on Investment — ₹3,000

4. (a) দিনেশে এটা ব্যৱসায় আৰম্ভ কবি আৰু লেনদেনসমূহ তলত উল্লেখ কবিলে। হিচাপবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা আৰু কোনবিলাক হিচাপ ডেবিট বা ক্রেডিট কৰিব লাগে সেয়া উল্লেখ কৰা:

Dinesh started a business and had the following transactions. Determine the nature of accounts and state the accounts to be debited or credited: (8)

(i) ব্যৱসায় আৰম্ভ নগদ 5,00,000 টকাৰে / Commenced business with cash — ₹5,00,000

(ii) মহেশৰ পৰা ঋণ লোৱা '—2,00,000 টকা / Borrowed from Mahesh — ₹2,00,000

(iii) যন্ত্রপাতি নগদ ক্ৰয় কৰা '-1,00,000 টকা / Machinery purchased for cash — ₹1,00,000

(iv) পণ্য ক্রয়-50,000 টকা / Goods purchased — ₹50,000

(v) একাউন্ট খোলাৰ বাবে বেংকত নগদ জমা-50,000 টকা / Deposited cash into bank for opening an account — ₹50,000

(vi) ৰামক সামগ্রী বিক্ৰী কৰা ' আৰু 10,000 টকা বেংক যোগে প্রাপ্তি ' / Sold goods to Ram and amount received through bank — ₹10,000

(vii) কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে বেংকৰ পৰা নগদ উলিওৱা '-5,000 টকা / Withdrew cash from bank for office use — ₹5,000

(viii) কৰ্মচাৰীকে দৰমহা প্রদান-30,000 টকা / Paid salary — ₹30,000

অথবা / Or

(b) জাবেদাৰ উপ-বিভাগ কৰা কিয় প্রয়োজন? জাবেদাৰ বিভিন্ন উপ-বিভাগৰ নাম আৰু সেইসমূহ বর্ণনা কৰা।

Why is it necessary to sub-divide a journal? Name and describe the various sub-divisions of journal. (8)

5. (a) তলৰ প্ৰত্যেকটো পৰিস্থিতিৰ সৈতে জড়িত হিচাপৰ ধাৰণাটো/প্রচলিত পদ্ধতি উল্লেখ কৰা আৰু উত্তৰৰ সপক্ষে যুক্তি দিয়া:

State the accounting concept/convention involved in each of the following situations and give reasons for your answer: (12)

(i) গ্ৰাহকৰ পৰা গ্ৰহণ কৰা অগ্রিম প্রাপ্তি আয় হিচাপে গণনা কৰা নহয় / Advances received from a customer is not taken as income

(ii) সম্পত্তিসমূহ হিচাপৰ বহীত খবচৰ ভিত্তিত লিপিবদ্ধ কৰা হয় / Assets are recorded at costs incurred in the books of accounts

(iii) অধিকাৰীৰ দ্বাৰা অৱদান কৰা মূলধন তেওঁৰ মূলধন হিচাপত জমা কৰা হয় / Capital contributed by the proprietor is credited to his Capital A/c

(iv) ব্যৱস্থাপনা দলৰ গুণগত মান বা বিশেষত্ব উদ্বৃত্ত-পত্রত প্ৰকাশ কৰা নহয় / The calibre or quality of the management team is not disclosed in the Balance Sheet

অথবা / Or

(b) IFRS বুলিলে কি বুজা? ভাৰতীয় হিচাপ মানকৰ সৈতে ইয়াৰ মিলনৰ প্ৰয়োজনীয়তা বর্ণনা কৰা।

What do you understand by IFRS? Explain the need of its convergence with Indian Accounting Standards. (12)

6. (a) নিম্নলিখিত বাণিজ্য ক্লাবৰ জমা আৰু খৰছ হিচাপৰ পৰা 31 মার্চ, 2025 তাৰিখে সমাপ্ত বৰ্ষৰ বাবে আয় আৰু ব্যয় হিচাপ প্ৰস্তুত কৰা:

From the following Receipts & Payments A/c of Commerce Club, prepare Income & Expenditure A/c for the year ended 31st March, 2025: (12)

31 মার্চ, 2025 তাৰিখত জমা আৰু খৰছ হিচাপ

Receipts & Payments A/c for the year ended 31st March, 2025

ডেবিট / Dr. প্রাপ্তি (Receipts)

Amount

ক্রেডিট / Cr. নগদ (Payments)

Amount

হাতত থকা নগদ (01.04.2024)

To Cash in Hand (01.04.2024)

45,000

দৰমহা

By Salaries

4,95,000

বেংকত থকা নগদ (01.04.2024)

To Cash at Bank (01.04.2024)

12,60,000

লিখন সামগ্রী

By Stationery

89,700

বৰঙণি

To Subscription

15,24,000

বিলিয়ার্ড টেবল

By Billiard Table

5,80,500

দান

To Donation

7,20,000

বিনিয়োগ

By Investments

6,19,800

বিনিয়োগৰ ওপৰত সুত

To Interest on Investment

18,000

অন্যান্য খৰছ

By Miscellaneous Expenses

75,000

প্ৰৱেশ মাচুল

To Entrance Fees

1,80,000

আচবাবপত্র

By Furniture

12,30,000

বেংকৰ পৰা লাভ কৰা সুত

To Interest Received from Bank

63,000

বীমা অধিহাৰ

By Insurance Premium

27,000

পুৰণা কাকত বিক্ৰী

To Sale of Old Newspaper

9,000

হাতত থকা নগদ (31.03.2025)

By Cash in Hand (31.03.2025)

33,000

বেংকত থকা নগদ (31.03.2025)

By Cash at Bank (31.03.2025)

6,69,000

Total

38,19,000

Total

38,19,000

অতিৰিক্ত তথ্য: Additional Information:

(i) 31 মার্চ, 2023 তাৰিখত বকেয়া অনুদান 1,35,000 টকা আৰু

 31 মার্চ, 2025 তাৰিখত আগতীয়া অনুদান 39,000 টকা

Subscriptions in arrears for the year ended 31st March, 2023 — ₹1,35,000 and subscriptions received in advance during the year ended 31st March, 2025 — ₹39,000

(ii) বীমা অধিহাৰ প্ৰদান—3,000 টকা অগ্রিম

Insurance premium pre-paid — ₹3,000

(iii) লিখন সামগ্ৰীৰ সম্পূর্ণ তথ্য তলত দিয়া ': / The details with respect to stationery are as follows:

Particulars

01.04.2024 টকা (₹)

31.03.2025 টকা (₹)

মজুত লিখন সামগ্রী / Stock of Stationery

26,000

30,000

লিখন সামগ্ৰীৰ পাওনাদাৰ / Creditors for Stationery

40,000

5,000

লিখন সামগ্ৰীৰ বাবে প্ৰদান কৰা অগ্রিম খৰচ (2024-25)

Advance for Stationery paid in 2024-25

7,000

লিখন সামগ্ৰীৰ বাবে প্ৰদান কৰা অগ্রিম খৰচ (2023-24)

Advance paid for Stationery carried from 2023-24

5,000

অথবা / Or

(b) ভুলৰ সংশোধনৰ সংজ্ঞা দিয়া। সঠিক উদাহৰণসহ বিভিন্ন সংশোধনৰ পদ্ধতিসমূহ বর্ণনা কৰা।

Define rectification of errors. Explain the various methods of rectification by giving suitable examples. (12)

(Additional 20 marks for 2023 Batch)

7. তলত দিয়া প্রশ্নসমূহৰ যি কোনো দুটাৰ উত্তৰ দিয়া:

Answer any two of the following questions: (10*2 = 20)

(a) হিচাপবিজ্ঞানৰ বিভিন্ন শাখাসমূহ কি কি? সিহঁতৰ গুৰুত্ব ব্যাখ্যা কৰা।

What are the different branches of accounting? Explain their importance. (10)

(b) ৰোকৰ বহী কি? ৰোকৰ বহীৰ প্ৰপ্রয়োজনীয়তা আলোচনা কৰা।

What is Cashbook? Discuss the significance of Cashbook. (3 + 7 = 10)

(c) তলত দিয়াবোৰৰ ব্যাখ্যা কৰা: / Explain the following: (5 + 5 = 10)

(i) বেংক সমিলমিল বিবৃতি / Bank Reconciliation Statement

(ii) অৱক্ষয় / Depreciation

************************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.