Indian Banking System
Question Paper 2025
Dibrugarh
University BCOM 1st SEM NEP Syllabus
1 SEM FYUGP
COM COMMERCE
Paper: MINBNI1
(Indian Banking System)
Total Marks: 60,
Pass Marks: 24
1. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা: 1*4 = 4
Write whether True or False of the following:
(a)
সহযোগী বেংকিং পদ্ধতিত এটা বেংকে আন এটা বেংকক ভিন্ন স্থানত সেৱা প্ৰদান কৰে।
Correspondent
banking involves one bank providing services to another bank in different
locations.
(b)
'বেংক-বীমা'ৰ অৰ্থ হ'ল বেংকে বীমা সামগ্রী বিক্রী কৰা।
'Bancassurance'
refers to banks selling insurance products.
(c)
'ব্রিজ ঋণ' এটা দীর্ঘম্যাদী অর্থ সংগ্ৰহৰ উৎস ।
A
'bridge loan' is a long-term source of finance.
(d)
'ফেক্টৰিং' হৈছে এটা প্ৰত্যাৱৰ্তনৰ পদ্ধতি য'ত বেংকে অচল সম্পত্তিৰ বিপৰীতে ঋণ প্ৰদান কৰে।
'Factoring'
is a method of repayment where banks lend against immovable properties.
2.
তলত দিয়া যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা: 4*4 = 16
Write
short notes on any four of the following:
(a)
তালিকাভুক্ত বেংক
Scheduled
bank
(b)
বেংক ডিজিটেলাইজেশন
Bank
digitalization
(c)
সার্বজনীন বেংকিং
Universal
banking
(d)
মিউচুৱেল ফাণ্ড
Mutual
funds
(e)
চৰকাৰী বেংকৰ সুবিধাসমূহ
Advantages
of public sector banks
(f)
এ. টি. এম.
ATM
3.
(a) বেংকিঙৰ সংজ্ঞা দিয়া। বেংকৰ সাধাৰণ উপযোগিতা সেৱাসমূহৰ বিষয়ে ব্যাখ্যা কৰা। 3 + 7 = 10
Define
banking. Explain the general utility services of bank.
অথবা / Or
(b)
বেংকৰ শ্ৰেণীবিভাজন উপযুক্ত উদাহৰণসহ আলোচনা কৰা। 10
Discuss
the classifications of banks with examples.
4.
(a) শাখা বেংকিং পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। 10
Discuss
the advantages and disadvantages of branch banking system.
অথবা / Or
(b)
খুচুৰা বেংকিং কি? খুচুৰা বেংকিঙব বৈশিষ্ট্যসমূহ আলোচনা কৰা। 10
What
is retail banking? Discuss the features of retail banking.
5.
(a) ভাৰতত চৰকাৰী বেংকৰ বেচৰকাৰীকৰণৰ আৰু অসুবিধাসমূহ আলোচনা কৰা। 10
Discuss
the advantages and disadvantages of privatization of public sector banks.
অথবা / Or
(b)
চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহৰ মাজৰ পাৰ্থক্যসমূহ লিখা। 10
Distinguish
between public sector banks and private sector banks.
6.
(a) ভাৰতীয় বেংকে ব্যৱহাৰ কৰা বিভিন্ন 'থার্ড পার্টি প্রডাক্টসমূহ'ৰ বিষয়ে ব্যাখ্যা কৰা। 10
Explain
the different types of 'third-party products' that Indian banks deal with.
অথবা / Or
(b)
ইন্টাৰনেট বেংকিঙৰ সুবিধা আৰু সীমাৱদ্ধতাসমূহ আলোচনা কৰা। 10
Discuss
the advantages and limitations of Internet Banking.
(2023 বর্ষব শিক্ষার্থীৰ বাবে 20 মূল্যাংকৰ অতিৰিক্ত প্রশ্ন)
(Additional Questions, 20 marks for 2023 Batch)
7.
তলত দিয়াবোৰ ব্যাখ্যা কৰা: 10*2 = 20
Explain
the following:
(a)
বাণিজ্যিক বেংক বনাম কেন্দ্রীয় বেংক
Commercial
Bank vs. Central Bank
(b)
শাখা বেংকিং বনাম গোট বেংকিং
Branch
banking vs. Unit banking
Post a Comment
Kindly give your valuable feedback to improve this website.