Financial Management Question Paper November 2025
COMMERCE (Minor) - Paper: MINFIN1 (Financial
Management)
Full Marks: 60 (80 for 2023 Batch)
Time: 2 hours (3 hours for 2023 Batch)
The
figures in the margin indicate full marks for the questions
1. (a) সঁচা নে মিছা লিখা: 1* 4 = 4
Write True or False:
(i) লাভ সৰ্বাধিক কৰা আৰু সম্পদ সৰ্বাধিক কৰাটো মূলতঃ একেই কথা।
Profit maximization and
wealth maximization are essentially the same thing.
(ii) কাৰ্যকৰী মূলধন ব্যৱস্থাপনাত, ধনৰ সময় মূল্যৰ কোনো প্ৰাসংগিকতা নাই।
In working capital
management, time value of money has no relevance.
(iii) সুতৰ ব্যয়ৰ বাবে বিত্তীয় লিভাৰেজৰ সৃষ্টি হয়।
Financial leverage arises
because of interest cost.
(iv) লভ্যাংশৰ স্থিৰতাই অংশপত্ৰ বজাৰ মূল্যত কোনো প্ৰভাৱ পেলাব নোৱাৰে।
Stability of dividend does
not affect the market price of the share.
(b) খালী ঠাই পূৰ কৰা: 1* 4 = 4
Fill in the blanks:
(i) বিত্তীয় সিদ্ধান্তসমূহৰ ভিতৰত আছে বিনিয়োগ, বিত্তীয় সাহায্য আৰু ________ সিদ্ধান্তসমূহ।
________ decisions involve
investment, financing and ________.
(ii) বৰ্তমান দায়বদ্ধতা হ'ল সেই দায়বদ্ধতা যিবোৰ ________ পালন হয়।
Current liabilities are
those obligations which are generally to be discharged in ________.
(iii) ________ হৈছে প্ৰতিষ্ঠানটোৱে নিয়োগ কৰা পুঁজিব প্ৰতিটো উৎসৰ গড় ব্যয়।
________ is an average of
costs of each source of funds employed by the firm.
(iv) ________ লভ্যাংশৰ ফলত কোম্পানীৰ নগদ ধনৰ স্থিতিত কোনো প্ৰভাৱ নপৰে।
________ dividend does not
affect liquidity position of the company.
2. চমু টোকা লিখা (যি কোনো দুটা): 4*2 = 8
Write short notes on (any
two):
(a) সম্পদ সৰ্বাধিক Wealth maximization
(b) বৈকল্পিক মূলধনৰ গঠন Optimal capital structure
(c) কাৰ্যকৰী মূলধনৰ পৰ্যাপ্ততা Adequacy of working capital
3. (a) "আধুনিক ব্যৱসায়ত বিত্তীয় ব্যৱস্থাপনাৰ গুৰুত্ব যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।” ব্যাখ্যা কৰা। 10
"The importance of
financial management has increased to a great extent in modern business."
Explain.
অথবা / Or
(b) বিত্তীয় কাৰ্য কি? ইয়াৰ পৰিসৰসমূহ কি কি? 3 + 7 = 10
What is finance function?
What are its scopes?
4. (a) তলত দিয়াসমূহৰ পাৰ্থক্য লিখা: 5 + 5 = 10
Distinguish between the following:
(i) গ্ৰছ কাৰ্যকৰী মূলধন আৰু নেট কাৰ্যকৰী মূলধন
Gross working capital and
Net working capital
(ii) চিৰস্থায়ী কাৰ্যকৰী মূলধন আৰু ক্ষন্তেকীয়া কাৰ্যকৰী মূলধন
Permanent working capital
and Temporary working capital
অথবা / Or
(b) তুমি এটা লিমিটেড কোম্পানীৰ পৰিচালক পৰিষদৰ বাবে 5200 একক উৎপাদনৰ কাৰ্যকলাপৰ এটা স্তৰৰ বিত্তীয় যোগানৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী মূলধনৰ এটা বিবৃতি প্ৰস্তুত কৰিব লাগিব:
You are required to prepare
for the Board of Directors of a Ltd. Co. a statement of working capital needed
to finance a level of activity of 5200 units of output. You are given the
following information:
(I) ব্যয়ৰ উপাদানসমূহ (Elements of Cost):
|
Elements of Cost |
Amount per unit (₹) |
|
কেঁচা সামগ্ৰী (Raw materials) |
8 |
|
প্ৰত্যক্ষ শ্ৰম (Direct labour) |
2 |
|
অভাৰহেড (Overhead) |
6 |
|
মুঠ ব্যয় (Total cost) |
16 |
|
লাভ (Profit) |
4 |
|
বিক্ৰী দৰ (Selling price) |
20 |
(II) (1) গড়ে 1 মাহত কেঁচা সামগ্ৰী মজুত থাকে।
Raw materials are in stock
on average 1 month.
(2) সামগ্ৰীবোৰ মাহত গড়ে ________ প্ৰক্ৰিয়াত আছে।
Materials are in process on
average ½ a month.
(3) সামৰণী মজুত সামগ্ৰীবোৰ গড়ে 6 সপ্তাহৰ ষ্টকত থাকে।
Finished goods are in stock
on average 6 weeks.
(4) ঋণদাতাসকলে অনুমতি দিয়া ঋণ 1 মাহৰ।
Credit allowed by creditors
is 1 month.
(5) ঋণদাতাসকলক 2 মাহৰ বাবে ঋণৰ অনুমতি দিয়া হৈছে।
Credit allowed to debtors
is 2 months.
(6) মজুৰী প্ৰদানৰ সময় 1½ সপ্তাহ।
Lag in payment of wages is
1½ weeks.
(7) নগদ হাতে জমা আৰু বেংক জমা 7,300 টকা আশা কৰা হয়।
Cash in hand and at bank is
expected to be 7,300.
তোমাৰ জ্ঞাতাৰ্থে উল্লেখ কৰা হৈছে যে উৎপাদন গোটেই বছৰজুৰি সমানে চলি থাকে আৰু সেই অনুপাতে মজুৰী আৰু অভাৰহেড উৎপন্ন হয়।
You are informed that
production is carried on evenly during the year and wages and overheads accrue
similarly.
5. (a) বিনিয়োগৰ সিদ্ধান্ত ল'বৰ বাবে তুমি কি কি উপাদান বিবেচনা কৰিবা? বিনিয়োগৰ সিদ্ধান্তৰ বাবে প্ৰয়োগ কৰা মূল কৌশলসমূহ ব্যাখ্যা কৰা। 4 + 8 = 12
What factors would you
consider for taking investment decision? Explain major techniques that can be
employed for taking investment decisions.
অথবা / Or
(b) A লিমিটেড কোম্পানীৰ সমাংশ অংশপত্ৰ মূলধন 50,00,000 টকা, 50000 সমাংশ অংশপত্ৰৰ প্ৰতিটো 100 টকা মূল্যৰ। কোম্পানীৰ প্ৰসাৰ আৰু আধুনিকীকৰণৰ বাবে তলত দিয়া বিকল্পসমূহৰ যোগেদি এই মূলধন পৰৱৰ্তী 40,00,000 টকালৈ বৃদ্ধি কৰিব খুজিছে:
A Ltd. Company has equity share capital of ₹50,00,000 consisting of
50000 equity share of ₹100 each. It wishes to raise further ₹40,00,000 for
expansion cum modernization of its plans with the following alternatives:
(i) 100% সমাংশ অংশপত্ৰ 100% equity share
(ii) 50% সমাংশ অংশপত্ৰত প্ৰতিটোত 100 টকাকৈ আৰু বাকী 8% ঋণ 50% in equity share of 100
each and the balance in 8% debt
(iii) 30% সমাংশ অংশপত্ৰ প্ৰতিটোত 100 টকাকৈ আৰু বাকী বছৰি 9% সুতৰ হাৰত দীৰ্ঘম্যাদী ঋণৰ যোগেদি 30% in equity share of 100
each and the balance through long-term borrowing @ 9% interest p.a.
(iv) 50% সমাংশ অংশপত্ৰ প্ৰতিটো 100 টকাকৈ আৰু বাকী অংশ 5% অগ্ৰাধিকাৰ অংশপত্ৰ 50% in equity share of 100
each and the balance through preference share with 5% dividend
কোম্পানীৰ আকাংক্ষিত আয় সুত আৰু কৰ কৰ্তনৰ আগত 20,00,000 টকা। কৰ্পৰেট কৰ 50%.
The company's expected
earnings before interest and tax will be 20,00,000. The corporate tax rate is
50%.
তুমি প্ৰতিটো অংশৰ আয় (EPS) আৰু বিত্তীয় লাভালাভৰ মাত্ৰা (DFL) নিৰ্ণয় কৰা আৰু মতামত দিয়া। 12
You are required to
determine the Earnings Per Share (EPS) and Degree of Financial Leverage (DFL),
and comment.
6. (a) Modigliani-Miller লভ্যাংশৰ অপ্ৰাসংগিক ধাৰণা পদ্ধতিৰ আলোচনা কৰা। এই তত্ত্বটোৰ মুখ্য সমালোচনাসমূহ কি কি? 4 + 8 = 12
Discuss the
Modigliani-Miller approach of irrelevance concept of dividends. What are the
major criticisms of this theory?
অথবা / Or
(b) সুস্থিৰ লাভাংশ নীতিটো ব্যাখ্যা কৰা। সুস্থিৰ লাভাংশৰ তাৎপৰ্য কি? 6 + 6 = 12
Explain stable dividend
policy. What is the significance of stability of dividend?
(2023 বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে 20 মূল্যাংকৰ অতিৰিক্ত প্ৰশ্ন)
(Additional Questions, 20
marks for 2023 Batch)
7. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা): 10 \times 2 = 20
Answer the following
questions (any two):
(a) বিত্তীয় পৰিচালকৰ ভূমিকা আলোচনা কৰা। Discuss the role of
financial manager.
(b) মূলধন বাজেটৰ পদ্ধতি সম্পৰ্কে ব্যাখ্যা কৰা। Explain the procedure of
capital budgeting.
(c) কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তাৰ বিত্তীয় উৎসসমূহ ব্যাখ্যা কৰা। Explain the sources of
financial working capital requirements.
***************************
Post a Comment
Kindly give your valuable feedback to improve this website.