Marketing for Beginners Question Paper
2025
Dibrugarh University BCOM 1st
SEM NEP Syllabus
1 SEM FYUGP COMMERCE (Generic Elective Course)
Paper: GECCOM1 (Marketing for Beginners)
Full Marks: 60 (80 for 2023 Course)
Pass Marks: 18 (24 for 2023 Course)
Time: 2 Hours (3 hours for 2023 Course)
The figures in the margin indicate full marks
for the questions.
1. তলত দিয়া বিবৃতিসমূহ সত্য নে অসত্য উল্লেখ কৰা:
State whether the following statements are True or False: 1*4=4
(a)
পণ্যৰ
জীৱনচক্ৰৰ
প্ৰৱৰ্তনৰ
পৰ্যায়টো
সাধাৰণতে
উচ্চ
বিক্ৰী
আৰু
উচ্চ
লাভৰ
দ্বাৰা
চিহ্নিত
কৰা
হয়।
The
introduction stage of a product life cycle is generally marked by high sales
and high profit.
(b)
প্রতিযোগিতাই
সামগ্ৰীৰ
মূল্য
নির্ধাৰণত
প্ৰভাৱিত
কৰে।
Competition
influences the product pricing decision.
(c)
বিক্ৰীৰ
প্ৰচাৰ
আৰু
বিজ্ঞাপন
একেই।
Sales
promotion and advertising are same.
(d)
উৎপাদনৰ
পৰিমাণে
বিতৰণৰ
মাধ্যমৰ
বাছনিত
কোনো
প্ৰভাৱ
নেপেলায়।
The
volume of production does not influence the choice of channels of distribution.
2.
তলত
দিয়া
খালী
ঠাইবোৰ
পূৰণ
কৰা:
Fill
in the blanks of the following: 1*4=4
(a)
বিপণনৰ
আধুনিক
ধাৰণাটো
_________ মুখী।
Modern
concept of marketing is _________ oriented.
(b)
প্ৰচাৰ
_________ ৰ
এটা
উপাদান।
Promotion
is an element of _________.
(c)
_________ পদ্ধতিটোক উৎপাদক-উপভোক্তা মাধ্যম বুলিও কোৱা হয়।
_________
method is also known as manufacturer-consumer channel.
(d)
বিতৰণৰ
মাধ্যমটো
_________ চলক।
The
channel of distribution is major variable of _________.
3.
তলত
দিয়া
বিষয়বোৰৰ
ওপৰত
চমু
টোকা
লিখা:
Write
short notes on the following: 4*3=12
(a)
লক্ষ্য
বজাৰ
Target
Market
(b)
পণ্যৰ
বৈচিত্র্য
Product
Diversification
(c)
স্কিমিং
মূল্য
নির্ধাৰণ
Skimming
Pricing
4.
(a) “আধুনিক বিপণন ধাৰণাটোৰ অধীনত গ্রাহক হৈছে ৰজা।” ব্যাখ্যা কৰা।
"Under
modern marketing concept, consumer is the king.” Explain. 10
অথবা / Or
(b)
'বিপণন
মিশ্রণ'
কি?
বিপণন
মিশ্ৰণৰ
উপাদানসমূহ
ব্যাখ্যা
কৰা।
2+8=10
What
is 'marketing mix'? Explain the elements of marketing mix.
5.
(a) নতুন সামগ্ৰী retaliation এটা বিকশিত কৰাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Discuss
in brief the different stages of developing a new product. 10
অথবা / Or
(b)
পণ্যৰ
জীৱনচক্ৰ
কি?
কোনো
সামগ্ৰীৰ
বৃদ্ধিৰ
পৰ্যায়ৰ
বাধাসমূহ
অতিক্ৰম
কৰিবলৈ
এজন
বজাৰকৰ্তাই
কি
কি
কৌশল
গ্রহণ
কৰিব
লাগিব?
4+6=10
What
is product life cycle? What strategies a marketer has to adopt to overcome the
hurdles of the growth stage of a product?
6.
(a) মূল্যৰ সংজ্ঞা দিয়া। বিপণন মিশ্রণত মূল্য নির্ধাৰণৰ ভূমিকা ব্যাখ্যা কৰা। 2+8=10
Define
price. Explain the role of pricing in marketing mix.
অথবা / Or
(b)
'মূল্য
নির্ধাৰণ'
কি?
মূল্য
নির্ধাৰণ
নীতি
প্ৰস্তুত
কৰাৰ
সময়ত
বিবেচনা
কৰিবলগীয়া
কাৰকসমূহ
ব্যাখ্যা
কৰা।
2+8=10
What
is 'pricing'? Explain the factors to be taken into consideration while
formulating a pricing policy.
7.
(a) বিপণন প্ৰচাৰ কি? ব্যৱসায়িক প্ৰতিষ্ঠান এটাক বিপণন প্ৰচাৰৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব ব্যাখ্যা কৰা। 2+8=10
What
is sales promotion? Explain the need and importance of sales promotion to a
business enterprise.
অথবা / Or
(b)
'ভৌতিক
বিতৰণ'
বুলিলে
কি
বুজা?
আধুনিক
বিপণনত
ইয়াৰ
ভূমিকা
আলোচনা
কৰা।
2+8=10
What
do you mean by 'physical distribution'? Discuss its role in modern marketing.
(Additional 20 marks for 2023 Batch)
8.
(a) বিপণন আৰু বিক্ৰীৰ মাজত পার্থক্য লিখা। 5
Distinguish
between marketing and selling.
অথবা / Or
(b)
এটা
প্ৰতিষ্ঠানৰ
বাবে
বজাৰ
বিভাজনৰ
গুরুত্ব
ব্যাখ্যা
কৰা।
5
Explain
the importance of market segmentation for a firm.
9.
(a) এটা সামগ্ৰীৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। 5
Discuss
the important features of a product.
অথবা / Or
(b)
সামগ্ৰী
পৰিকল্পনাৰ
উদ্দেশ্যসমূহৰ
বিষয়ে
আলোচনা
কৰা।
5
Discuss
the objectives of a product planning.
10.
(a) এটা প্ৰতিষ্ঠানৰ নতুন সামগ্ৰীৰ মূল্য নির্ধাৰণ কৌশলৰ বিষয়ে আলোচনা কৰা। 5
Discuss
the new product pricing strategy of a firm.
অথবা / Or
(b)
এটা
প্রতিষ্ঠানৰ
প্ৰচাবমূলক
মূল্য
নির্ধাবণ
কৌশলব
বিষয়ে
আলোচনা
কৰা।
5
Discuss
the promotional pricing strategy of a firm.
11.
(a) বিক্ৰীৰ প্ৰচাৰৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। 5
Discuss
the characteristics of sales promotion.
অথবা / Or
(b)
ভৌতিক
বিতৰণৰ
বিভিন্ন
চেনেলৰ
বিষয়ে
আলোচনা
কৰা।
5
Discuss
the different channels of physical distribution.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.