Marketing Management Question Paper 2025
Dibrugarh University BCOM 1st SEM
NEP Syllabus
Paper: MINMKT1 (Marketing Management)
Total Marks: 60 Pass Marks: 24
1. (a) শুদ্ধ নে অশুদ্ধ লিখা:
Write True
or False: 1*3=5
(i) মূল্য হৈছে বিক্রী হোৱা সামগ্রীব খবচ।
Prices are
the cost of products sold.
(ii) উৎপাদন জীৱন চক্ৰ হৈছে মূল্য নির্ধাবণ সিদ্ধান্তব এটা অভ্যন্তৰীণ কাৰক।
Product
life cycle is an internal factor of pricing decision.
(iii) সুবিধাজনক সামগ্রী হৈছে অস্থায়ী সামগ্রী।
Convenience
goods are non-durable goods.
(b) খালী ঠাই পূৰ কৰা:
Fill in
the blanks: 1*3=3
(i)
_________ ধৰণৰ বণিক মধ্যভোগী আছে।
There are
_________ types of merchant middle men.
(ii) প্ৰচাৰৰ উৎসাহ _________ কালীন ব্যৱস্থা।
Sales
promotion incentives are _________ term measures.
(iii) ভাড়া ক্রয় হৈছে _________ ব্যৱসায়ৰ এক প্ৰকাৰ।
Hire
purchase is a type of _________ business.
2. চমু টোকা লিখা (যি কোনো দুটা):
Write
short notes on (any two): 4*2=8
(a) উন্নত লেবেলৰ আৱশ্যকতা
Essential
of a good label
(b) ব্যৱসায় চিহ্ন বনাম ব্রেন্ড
Trademark
vs. Brand
(c) বিক্ৰী-পৰৱৰ্তী সেৱাৰ লক্ষ্যসমূহ
Objectives
of after-sales service
3. (a) বিপণনৰ প্ৰকৃতি উল্লেখ কৰা। বিপণনে কেনেকৈ মানুহৰ প্ৰয়োজন পূৰণ কৰে? 11
State the
nature of marketing. How does marketing satisfy the wants of people?
অথবা / Or
(b) “বিপণনৰ পৰিসৰ কেৱল গ্রাহকক দ্রব্য বিক্ৰী কৰাৰ মাজতেই সীমাৱদ্ধ নহয়, ই অনেক বিস্তৃত।” তুমি এই বক্তব্যৰ সৈতে একমত নে? মন্তব্য কৰা। 11
"The
scope of marketing is not just confined to the sale of product to the customers
but is much wider." Do you agree with this statement? Comment.
4. (a) “উপভোক্তা ব্যৱহাৰক প্ৰায়ে সংস্কৃতি আৰু সমাজৰ প্ৰতিফলন বুলি কোৱা হয়।” সাংস্কৃতিক আৰু সামাজিক কাৰকৰ স্থায়ী আৰু হ্রাস পোৱা প্ৰভাৱ দুয়োটাকে প্ৰতিফলিত কৰি এই বক্তব্যটো সমালোচনাত্মকভাৱে পৰীক্ষা কৰা। 11
"Consumer
behaviour is often said to be a reflection of culture and society."
Critically examine this statement, highlighting both the enduring and diminishing
effects of cultural and social factors.
অথবা / Or
(b) বজাৰ খণ্ডিতকৰণ কি? আধুনিক বজাৰত ইয়াৰ আধাৰ, গুৰুত্ব আৰু সীমাৱদ্ধতা সম্পর্কে আলোচনা কৰা। 3+8=11
What is
market segmentation? Discuss its bases, importance and limitations in modern
marketing.
5. (a) পেকেজিঙৰ সংজ্ঞা দিয়া। সমাজৰ বিভিন্ন গোটৰ লোকসকলৰ বাবে পেকেজিঙৰ সুবিধাসমূহ ব্যাখ্যা কৰা। 11
Define
packaging. Explain the advantages of packaging to various groups of people.
অথবা / Or
(b) পেকেজিঙক আকৰ্ষণীয় আৰু কাৰ্যকৰী কৰিবলৈ কি কি বিভিন্ন কাৰকসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে? 11
What are
the various factors that need to be taken care of in order to make packaging
attractive and efficient?
6. (a) ভৌতিক বিতৰণৰ ভূমিকা আলোচনা কৰা। ভৌতিক বিতৰণ প্ৰণালীৰ কাৰ্যক্ষমতা কেনেকৈ উন্নত কৰিব পাৰি? 6+6=12
Discuss
the role of physical distribution. How can one improve the efficiency of
physical distribution system?
অথবা / Or
(b) বিতৰণৰ প্ৰণালী নিৰ্বাচনত প্ৰভাৱ পেলোৱা পৰিৱেশগত কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। 12
Discuss
the environmental factors affecting the selection of channel of distribution.
(2023 বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে 20 মূল্যাংকৰ অতিৰিক্ত প্রশ্ন)
(Additional Questions, 20 marks for 2023 Batch)
7. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো দুটা): 10*2=20
Answer the
following questions (any two):
(a) "বর্তমান সময়ৰ বজাৰকৰণ গ্রাহক-কেন্দ্রিক।” উক্তিটো ব্যাখ্যা কৰা।
"The
present-day marketing is consumer-oriented." Explain this statement.
(b) পণ্যৰ মূল্য নির্ধাৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
State the
objectives behind pricing of a product.
(c) প্ৰচাৰ মিশ্ৰণক প্ৰভাৱিত কৰা বিভিন্ন কাৰকসমূহ ব্যাখ্যা কৰা।
Explain
the various factors that influence the promotion mix.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.