Human Resource
Management Question Paper 2024
Dibrugarh
University B. Com 1st SEM Question Papers NEP syllabus
1 SEM FYUGP
COMMERCE (Paper: MINHRM1)
(Human Resource
Management - I)
Full Marks: 60 (80
Marks for 2023 Course)
Pass Marks: 18 (24
for 2023 Course)
Time: 2 hours (3
Hours for 2023 Course)
The figures in the margin indicate full marks for the questions
1. তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া:
Answer the following as directed:
(a) মানৱ সম্পদ পৰিচালনা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত এটা পাৰ্থক্য উল্লেখ কৰা। 1
State one difference between Human Resource
Management and Human Resource Development.
(b) ব্যক্তিগত কোচিং হ’ল এটা কৰ্ম অৱস্থানৰ বাহিৰত প্ৰশিক্ষণ পদ্ধতি। (শুদ্ধ নে অশুদ্ধ লিখা) 4
Coaching is an off-the-job training method. (Write
True or False)
(c) কৰ্মচাৰী সংগ্ৰহ আৰু কৰ্মচাৰী বাছনিৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা। 1
Mention one point of distinction between
Recruitment and Selection.
(d) পদোন্নতি মানে উচ্চতৰ পদৰ পৰা পতন আৰু পদাবনতি মানে উচ্চতৰ পদলৈ উত্থান। (শুদ্ধ নে অশুদ্ধ লিখা) 1
Promotion means decrease in rank and demotion means
increase in rank. (Write True or False)
(e) সমুখীকৰণ বুলিলে কি বুজা? 1
What do you mean by induction?
(f) VRS-ৰ সম্পূৰ্ণ ৰূপটো লিখা। 1
Write the full form of VRS.
(g) ফেক্টৰী আইন, ১৯৪৮-ৰ দুটা বিধান উল্লেখ কৰা। 2
Mention two provisions of Factories Act, 1948.
2. তলত দিয়াবোৰৰ ওপৰত যি কোনো তিনিটাৰ চমু টোকা লিখা: 4*3=12
Write short notes on any three of the following:
(a) নিয়োগৰ বাস্তৱিক দৰ্শন
Realistic philosophy of recruitment
(b) সংবেদনশীল প্ৰশিক্ষণ
Sensitivity training
(c) আনুসংগিক সুবিধাসমূহ
Fringe benefits
(d) কৰ্মশক্তিৰ সংমিশ্ৰণ
Workforce diversity
3. (a) মানৱ সম্পদ পৰিচালনাৰ কোনবিলাক কাৰ্যই এটা সংগঠনৰ কৰ্মশক্তি বৰ্তাই ৰাখি লক্ষ্যত উপনীত হোৱাত সহায় কৰে? 10
Which functions of human resource management helps
to maintain a work-force for attaining the organizational goals?
অথবা / Or
(b) ব্যৱসায় সংগঠনসমূহে মানৱ সম্পদৰ কাৰ্যকলাপসমূহৰ ক্ষেত্ৰত মুখামুখি হোৱা আভ্যন্তৰীণ প্ৰত্যাহ্বানবিলাকৰ মূল কাৰকসমূহ আলোচনা কৰা। 10
Discuss the key factors of internal challenges of
human resource activities faced by the business organizations.
4. (a) ‘কৰ্ম বিশ্লেষণ’ কি? কৰ্ম বিশ্লেষণ প্ৰস্তুতকৰণত জড়িত থকা বিভিন্ন পদক্ষেপসমূহ আলোচনা কৰা। 2+8=10
What is 'job analysis'? Discuss the various steps
involved in the preparation of job analysis.
অথবা / Or
(b) কৰ্মচাৰী সংগ্ৰহ বুলিলে কি বুজা? কৰ্মচাৰী সংগ্ৰহৰ বিভিন্ন উৎসসমূহৰ বিষয়ে আলোচনা কৰা। 2+8=10
What do you mean by recruitment? Discuss the
various sources of recruitment.
5. (a) ভাল প্ৰশিক্ষণ কাৰ্যসূচী এটাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ ব্যাখ্যা কৰা। 10
Explain the essential steps of a good training
programme.
অথবা / Or
(b) ‘কেৰিয়াৰ’ শব্দটোৰ সংজ্ঞা লিখা। কেৰিয়াৰ উন্নয়নৰ পদক্ষেপসমূহ ব্যাখ্যা কৰা। 2+8=10
Define the term 'career'. Explain the steps in
career development.
6. (a) ‘ক্ষতিপূৰণ’ৰ ধাৰণাটো আলোচনা কৰা। এটা ঔদ্যোগিক সংগঠনত কৰ্মচাৰীসকলৰ ক্ষতিপূৰণ ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰা উপাদানসমূহ কি কি? 2+8=10
Discuss the concept of 'compensation'. What are the
factors which affect compensation of employees in an industrial organization?
অথবা / Or
(b) কৰ্মচাৰীৰ ক্ষতিপূৰণৰ নিয়ন্ত্ৰণমূলক বিধানসমূহ আলোচনা কৰা। 10
Discuss the regulatory provisions relating to
employees' compensation.
7. (a) মানৱ সম্পদ পৰিচালনাৰ উৎপত্তি আৰু উৎকৰ্ষৰ ওপৰত এটি টোকা লিখা। 5
Write a note on genesis and growth of human
resource management.
অথবা / Or
(b) মানৱ সম্পদ পৰিচালকৰ ভৱিষ্যতৰ ভূমিকা পৰীক্ষা কৰা। 5
Examine the future role of human resource managers.
8. (a) সাক্ষাৎকাৰৰ সময়ত মানিবলগীয়া বিভিন্ন গাইডলাইনসমূহ আলোচনা কৰা। 5
Discuss the various guidelines to be followed for
an interview.
অথবা / Or
(b) নিযুক্তিৰ তাৎপৰ্য বৰ্ণনা কৰা। 5
Describe the significance of placement.
9. (a) কাৰ্যবাহী বিকাশৰ উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। 5
Explain the objectives of executive development.
অথবা / Or
(b) আত্মবিকাশৰ ক্ষেত্ৰসমূহ আলোচনা কৰা। 5
Discuss the areas of self-development.
10. (a) কৰ্মচাৰীৰ স্বাস্থ্যৰ বিভিন্ন মাত্ৰাৰ বিষয়ে ব্যাখ্যা কৰা। 5
Explain the various dimensions of the employees’
health.
অথবা / Or
(b) কৰ্মচাৰীৰ সামাজিক স্বাস্থ্য সম্পৰ্কে এটি টোকা লিখা। 5
Write a note on employee’s social health.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.