Marketing for Beginners Question Paper
2024
Dibrugarh University BCOM 1st
SEM NEP Syllabus
1 SEM FYUGP COMMERCE (Generic Elective Course)
Paper: GECCOM1 (Marketing for Beginners)
Full Marks: 60 (80 for 2023 Course)
Pass Marks: 18 (24 for 2023 Course)
Time: 2 Hours (3 hours for 2023 Course)
The figures in the margin indicate full marks
for the questions.
1. তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া:
Answer the following questions: 1*8=8
(a) প্ৰফেচৰ ফিলিপ কট্লাৰৰ মতে, বজাৰকৰণৰ আটাইতকৈ পুৰণি ধাৰণাটো কি?
According to Prof. Philip Kotler, which is the
oldest concept of marketing?
(b) বজাৰ খণ্ডিতকৰণৰ এটা অসুবিধা উল্লেখ কৰা।
Mention one disadvantage of market
segmentation.
(c) ক্রেতা আৰু গ্ৰাহকৰ মাজত থকা এটা পার্থক্য লিখা।
Write one difference between Buyer and
Consumer.
(d) PLC-ৰ সম্পূৰ্ণ ৰূপটো কি?
What is the full form of PLC?
(e) প্ৰচাৰৰ এটা উদাহৰণ দিয়া।
Give one example of publicity.
(f) পণ্য শ্রেণী বুলিলে তুমি কি বুজা?
What do you mean by product line?
(g) মূল্য নির্ধাৰণ সিদ্ধান্তৰ এটা অসুবিধা লিখা।
Write one problem of pricing decision.
(h) লেৱেলকৰণৰ এটা উপকাৰিতা উল্লেখ কৰা।
Mention one merit of labeling.
2. তলত দিয়াবোৰৰ চমু টোকা লিখা:
Write short notes on the following: 4*3=12
(a) সম্বোধনকৰণ
Targeting
(b) দ্রব্য ৰেখা সিদ্ধান্ত
Product line decision
(c) লজিষ্টিক ব্যৱস্থাপনা
Logistic management
3. (a) বিপণন কি? বিপণন মিশ্ৰণৰ ক্ষেত্ৰত আধুনিক বিপণনকাৰীয়ে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হয়? 2+8=10
What is marketing? What are the challenges
faced by modern marketers in marketing mix?
অথবা / Or
(b) বজাৰকৰণৰ বিভিন্ন ধাৰণাৰ উল্লেখ আৰু ব্যাখ্যা কৰা। $10$
State and explain the different concepts of
marketing.
4. (a) নতুন পণ্য বুলিলে তুমি কি বুজা? নতুন পণ্য উন্নয়নৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰা। 2+8=10
What do you mean by new product? Explain the
process of new product development.
অথবা / Or
(b) চিহ্নিতকৰণ আৰু টোপোলাকৰণ কি? চিহ্নিতকৰণ আৰু টোপোলাকৰণৰ আৱশ্যকতাসমূহ লিখা। 2+2+6=10
What are branding and packaging? Write the
importances of branding and packaging.
5. (a) মূল্য কি? এটা ব্যৱসায় সংগঠনৰ মূল্য নির্ধাৰণৰ উদ্দেশ্যসমূহ কি কি? 2+8=10
What is price? What are the objectives of
pricing of a business organization?
অথবা / Or
(b) মূল্য নির্ধাৰণৰ কৌশল কি? এটা ব্যৱসায় সংগঠনৰ মূল্য নির্ধাৰণের বিভিন্ন কৌশলসমূহ ব্যাখ্যা কৰা। 2+8=10
What is pricing strategy? Explain the
different pricing strategies of a business organization.
6. (a) বজাৰৰ প্ৰসাৰ বুলিলে তুমি কি বুজা? বজাৰৰ প্ৰসাৰ আৰু বিক্ৰীৰ প্ৰসাৰৰ মাজত থকা পার্থক্যসমূহ নির্ণয় কৰা। 2+8= 10
What do you mean by market promotion?
Distinguish between Market Promotion and Sales Promotion.
অথবা / Or
(b) বিতৰণ প্ৰণালীৰ প্ৰকৃতি সম্পর্কে লিখা। শাৰীৰিক বিতৰণৰ বিভিন্ন প্ৰণালীসমূহ কি কি? 2+8=10
Write the nature of physical distribution
channels. What are the various channels of physical distribution?
(Additional 20 marks for 2023 Batch)
7. (a) বজাৰকৰণ মিশ্ৰণৰ প্ৰধান উপাদানসমূহ ব্যাখ্যা কৰা। 10
Explain the main components of marketing mix.
অথবা / Or
(b) তলত দিয়াসমূহ আলোচনা কৰা: 5+5=10
Discuss the following:
(i) বজাৰ খণ্ডিতকৰণ
Market segmentation
(ii) বজাৰকৰণৰ ব্যৱস্থাপনা
Marketing management
8. (a) মূল্য নির্ধাৰণৰ কৌশলত প্ৰভাৱ বিস্তাৰ কৰা আভ্যন্তৰীণ আৰু বাহ্যিক উপাদানসমূহ ব্যাখ্যা কৰা। 10
Explain the internal and external forces that
influence the pricing strategy of a product.
অথবা / Or
(b) বজাৰ বৰ্ধিতকৰণৰ বিভিন্ন উপাদানসমূহ ব্যাখ্যা কৰা। 10
Explain the different elements of market
promotion.
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.