Understanding India Question Paper 2024 [Dibrugarh University BCOM 1st SEM NEP 2023]

Understanding India Question Paper 2024
Dibrugarh University BCOM 1st SEM NEP 2024

VALUE ADDED COURSE – 1 (For Arts/Science/Commerce)

Paper: VAC 1 (Understanding India)

Full Marks: 30 (40 for 2023 Batch)

Time: 1 hour (2 hours for 2023 Batch)

The figures in the margin indicate full marks for the questions.

1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা: / Answer the following questions: (1*3 = 3)

(a) প্রাচীন ভাৰতত কোনে পাই (Pi) আনুমানিক মান নির্ণয় কৰিছিল?

Who did the approximation of Pi in ancient India?

(b) দিল্লীৰ লাল কিল্লা কোনে নিৰ্মাণ কৰাইছিল?

Who constructed the Red Fort in Delhi?

(c) ভাৰতৰ সংবিধান কোন তাৰিখ, মাহ আৰু বছৰৰ পৰা কার্যকৰী হৈছিল?

On which date, month and year did the Constitution of India come into effect?

2. তলৰ যি কোনো তিনিটাৰ ওপৰত চমু টোকা লিখা:

Write short notes on any three of the following: (2*3 = 6)

(a) জৈন ধর্ম আৰু বৌদ্ধ ধৰ্মৰ মাজৰ সাদৃশ্য

Similarities between Jainism and Buddhism

(b) দিল্লী চুলতানেটৰ স্থাপত্যৰ দুটা বৈশিষ্ট্য

Two characteristic features in the architecture of the Delhi Sultanate

(c) অসমৰ শংকৰদেৱ এজন ভক্তি সাধু হিচাপে

Sankardev of Assam as a Bhakti saint

(d) জাতি গঠন আৰু বিচিত্ৰতাৰ মাজত একতা গঢ়া

Nation-building and fostering unity in diversity

(e) ভাৰতীয় সংবিধানৰ সংঘাত্মক গঠন

Federal structure of the Indian Constitution

3. (a) প্রাচীন ভাৰতত বিজ্ঞানৰ বিকাশৰ ওপৰত চমু বৰ্ণনা দাঙি ধৰা।

Explain briefly the development of science in ancient India. (7)

অথবা / Or

(b) প্রাচীন ভাৰতীয় শিক্ষাৰ মূল্যবোধসমূহ বহলাই লিখা।

Elaborate on the core values of ancient Indian education. (7)

4. (a) মোগল যুগৰ স্থাপত্যৰ বৈশিষ্ট্যসমূহ বর্ণনা কৰা।

Describe the distinctive features of the architecture of the Mughal period. (7)

অথবা / Or

(b) ভাৰতৰ সুফীবাদৰ উৎপত্তি আৰু বিকাশৰ ইতিহাসৰ অনুসৰণ কৰা।

Trace the origin and growth of Sufism in India. (7)

5. (a) ন্যায়পালিকাৰ স্বাধীনতা কি? ভাৰতীয় সংবিধানৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰা পাঁচটা দিশ লিখা।

What is Independence of the Judiciary? Write five ways in which the Indian Constitution ensures Independence of the Judiciary. (2 + 5 = 7)

অথবা / Or

(b) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কি? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লিখিত পাঁচটা গুৰুত্বপূৰ্ণ আদর্শ লিখা।

What is the Preamble of the Indian Constitution? Explicate five significant ideals enshrined in the Preamble of the Indian Constitution. (2 + 5 = 7)

(Additional 10 marks for 2023 Batch)

6. (a) প্রাচীন ভাৰতৰ মন্দিৰ স্থাপত্য শিল্পৰ বৈশিষ্ট্যসমূহৰ আলোচনা কৰা।

Discuss the various features of temple architecture of ancient India. (10)

অথবা / Or

(b) ভাৰতীয় জাতীয়তাবাদৰ বিকাশৰ কাৰণসমূহৰ সংক্ষিপ্ত বিৱৰণ দিয়া।

Briefly describe the causes of the rise of the Indian Nationalism. (10)

************************

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.