Introduction to Banking
Question Paper 2025
Dibrugarh University BCOM
1st SEM NEP Syllabus
1 SEM FYUGP GECCOMM1
(A/B/C/D)
COMMERCE (Generic Elective Course)
Paper: GECCOM1
Full Marks: 60 (80 for 2023 Course)
Pass Marks: 18
Time: 3 hours
The figures in the margin indicate full marks for the questions.
Paper: GECCOM1D (Introduction
to Banking)
1. তলত দিয়াবোৰৰ নিৰ্দেশানুসৰি উত্তৰ দিয়া:
Answer the following as directed: 1*8=8
(a) বেংক অৱ হিন্দুস্তান কেতিয়া স্থাপিত হৈছিল?
When was Bank of Hindustan established?
(b) ভাৰতীয় ৰিজার্ভ বেংক আইন কেতিয়া প্রণয়ন কৰা হয়?
When was the Reserve Bank of India Act passed?
(c) বেংক হ'ল এক _______________। (খালী ঠাই পূৰ কৰা)
Bank is an _______________ institution. (Fill in the blank)
(d) অধিবিকৰ্ষৰ সুবিধা _______________ হিচাপত দিয়া হয়। (খালী ঠাই পূৰ কৰা)
Overdraft facility is provided in _______________ Account. (Fill in the
blank)
(e) RTGS ৰ সম্পূৰ্ণ ৰূপটো কি?
What is the full form of RTGS?
(f) সাধাৰণতে _______________ বেংক হিচাপত সুদ প্রদান কৰা নহয়। (খালী ঠাই পূৰ কৰা)
Generally, no interest is given to _______________ Bank Account. (Fill
in the blank)
(g) জমা গ্রহণ আৰু ঋণ প্রদান বেংকৰ _______________ কার্য। (খালী ঠাই পূৰ কৰা)
Accepting deposit and lending of money are _______________ functions of
a bank. (Fill in the blank)
(h) _______________ হিচাপত সুদৰ হাৰ অন্যান্য হিচাপৰ সুদৰ হাৰতকৈ অধিক হয়। (খালী ঠাই পূৰ কৰা)
The rate of Interest on _______________ Account is higher than that on
other types of Deposit Accounts. (Fill in the blank)
2. তলত দিয়াবোৰৰ যি কোনো দুটাৰ ওপৰত চমু টোকা লিখা:
Write short notes on any two of the following: 5*2=10
(a) ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া
Imperial Bank of India
(b) ক্রেডিট কার্ড
Credit Card
(c) প্রেচিডেঞ্চী বেংক
Presidency Bank
(d) কে. ৱাই. চি.
KYC
(e) Core বেংকিং
Core Banking
3. (a) ভাৰতীয় বেংক ব্যৱস্থাৰ ক্ৰমবিকাশ আৰু প্ৰগতিৰ বিষয়ে আলোচনা কৰা।
Discuss about the evolution and development of banking in India. 14
অথবা / Or
(b) ভাৰতীয় বেংক ব্যৱস্থাৰ গাঁথনি সম্পর্কে বিশদভাৱে বৰ্ণনা কৰা।
Write in detail about the structure of Indian Banking System. 14
4. (a) বাণিজ্যিক বেংকসমূহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ ঋণ আৰু আগধনসমূহৰ বিষয়ে লিখা।
Write about the different types of loan and advance given by Commercial
Banks. 14
অথবা / Or
(b) আধুনিক বাণিজ্যিক বেংকসমূহে প্রদান কৰা অভিকৰণ কাৰ্য আৰু সাধাৰণ উপযোগিতামূলক কাৰ্যসমূহৰ বিষয়ে লিখা। 7+7=14
Write about the agency functions and general utility functions of modern
commercial banks.
5. (a) বেংকসমূহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ বেংক হিচাপসমূহ আৰু এই হিচাপসমূহৰ গুৰুত্বৰ বিষয়ে লিখা ।
Write in detail about the different types of Bank Account facility
provided by banks along with their significance. 14
অথবা / Or
(b) বেংকে কি কি পৰিস্থিতিত এজন গ্রাহকৰ বেংক হিচাপ বন্ধ কৰিবলগীয়া হয়?
Under what circumstances, a bank closes the accounts of its customers? 14
(Additional
20 marks for 2023 Batch)
6. (a) বেংকে প্রদান কৰা ই-বেংকিং সেৱাসমূহৰ সুবিধাসমূহ লিখা।
Discuss the benefits of E-banking services provided by banks. 10
অথবা / Or
(b) বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিক পুঁজি হস্তান্তৰৰ উপায়সমূহৰ বিষয়ে বিশদভাৱে বর্ণনা কৰা।
Write in detail about the different modes of electronic fund transfer. 10
7. (a) ATM-ৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।
Discuss the advantages and disadvantages of ATM. 10
অথবা / Or
(b) মোবাইল বেংকিংৰ বিভিন্ন সুবিধাসমূহ আলোচনা কৰা।
Discuss the various advantages of Mobile Banking. 10
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.