Understanding India Question Paper
2025
Dibrugarh University BCOM 1st
SEM NEP 2025
VALUE ADDED COURSE – 1 (For
Arts/Science/Commerce)
Paper: VAC 1 (Understanding India)
Full Marks: 30 (40 for 2023
Batch)
Time: 1 hour (2 hours for
2023 Batch)
The figures in the margin indicate full marks for
1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা:
Answer the following questions: (1*3 = 3)
(a) 'চতুৰাশ্রম' কাক কোৱা হয়?
What is known as 'Chaturasram'?
(b) সিন্ধু উপত্যকাৰ প্ৰসিদ্ধ এখন নগৰৰ নাম লিখা।
Write the name of one famous city of the Indus
Valley Civilization.
(c) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?
Who was the Chairman of the Constituent
Assembly of India?
2. তলব যি কোনো তিনিটাৰ ওপৰত চমু টোকা লিখা:
Write short notes on any three of the
following: (2*3 = 6)
(a) প্রাচীন ভাৰতীয় শিক্ষাৰ মূল্যবোধ
Values of ancient Indian education
(b) ত্রিপিটক
Tripitaka
(c) গান্ধাৰ শিল্পকলা
Gandhara Art
(d) দাণ্ডি যাত্রা
Dandi March
(e) ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ
Fundamental Rights of the Indian Citizens
3. (a) বৈদিক ধৰ্ম আৰু দৰ্শনৰ মূল বৈশিষ্ট্যসমূহ বর্ণনা কৰা।
Narrate the main features of the Vedic
religion and philosophy. (7)
অথবা / Or
(b) প্রাচীন ভাৰতত বিজ্ঞানৰ বিকাশ সম্পর্কে চমুকৈ ব্যাখ্যা কৰা।
Explain briefly the development of science in
ancient India. (7)
4. (a) প্রাচীন ভাৰতৰ শিল্পকলা আৰু স্থাপত্যৰ বিষয়ে চমুকৈ আলোচনা কৰা।
Discuss in brief about the art and
architecture of ancient India. (7)
অথবা / Or
(b) ভক্তিধৰ্মৰ মূলনীতি আৰু শিকনিবোৰ আলোচনা কৰা।
Discuss the main principles and teachings of
Bhaktism. (7)
5. (a) ভাৰতৰ জাতীয়তাবাদৰ বিকাশৰ অন্তৰালত নিহিত কাৰণসমূহ আলোচনা কৰা।
Discuss the causes for the development of
Nationalism in India. (7)
অথবা / Or
(b) ভাৰতীয় সাংবিধানিক ব্যৱস্থাৰ আধাৰত নাগৰিকত্ব লাভৰ পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰা।
Discuss the various methods of acquisition of
citizenship under the Indian constitutional system. (7)
(Additional 10 marks for 2023 Batch)
6. (a) দিল্লীব চুলতানী যুগৰ স্থাপত্যব বিষয়ে চমুকৈ লিখা।
Write briefly on the architecture of Delhi
Sultanate. (10)
অথবা / Or
(b) সংসদীয় ব্যৱস্থা বুলিলে কি বুজা? সংসদীয় ায় ব্যৱস্থাৰ গুণ আৰু দোষৰ লগতে প্রকৃতি সম্পর্কে ব্যাখ্যা কৰা।
What do you understand by parliamentary
system? Explain the nature of parliamentary system along with its merits and
demerits. (2 + 8 = 10)
***************
Post a Comment
Kindly give your valuable feedback to improve this website.