Introduction to Banking
Question Paper 2024
Dibrugarh University BCOM
1st SEM NEP Syllabus
1 SEM FYUGP GECCOMM1
(A/B/C/D)
COMMERCE (Generic Elective Course)
Paper: GECCOM1
Full Marks: 60 (80 for 2023 Course)
Pass Marks: 18
Time: 3 hours
The figures in the margin indicate full marks for the questions.
Paper: GECCOM1D (Introduction
to Banking)
1. তলত দিয়াবোৰৰ খালী ঠাই পূৰ কৰা:
Fill in the blanks of the following: 1*4=4
(a) _______________ চনত 'বেংক অফ বোম্বে' প্ৰতিষ্ঠা কৰা হৈছিল।
'Bank of Bombay' was
established in the year _______________.
(b) RBIৰ মুখ্য কার্যালয় _______________ ত অৱস্থিত।
RBI's Head Office is
located at _______________.
(c) _______________ য়ে ধনৰ বাস্তৱ সময়ৰ নিষ্পত্তি প্রদান কৰে।
_______________ provides
real-time settlement of funds.
(d) অধিবিকর্ষ সুবিধা _______________ হিচাপ ধাৰকক আগবঢ়োৱা হয়।
Overdraft facility is
provided to _______________ Account holders.
2. তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা:
Write short notes on any
four of the following: 4*4=16
(a) অনুসূচিত বেংক
Scheduled Bank
(b) ভাৰতীয় ষ্টেট বেংকৰ বিৱৰ্তন
Evolution of State Bank of
India
(c) কে. ৱাই. চি.
KYC
(d) ট্রাষ্টী হিচাপে বেংকৰ কাৰ্য
Functions of a bank as
trustee
(e) ই-বেংকিং
E-Banking
(f) এন. ই. এফ. টি.
NEFT
3. (a) বেংকৰ সংজ্ঞা দিয়া। বাণিজ্যিক বেংকৰ কাৰ্যসমূহ আলোচনা কৰা।
Define bank. Discuss the functions
of a commercial bank. 2+8=10
অথবা / Or
(b) ভাৰতীয় বেংকিং ব্যৱস্থাৰ গাঁথনিৰ বিষয়ে আলোচনা কৰা।
Discuss about the structure
of Indian Banking System. 10
4. (a) বর্তমান সময়ত বেংকৰ গৌণ কাৰ্য আৰু সেৱাৰ বিষয়ে ব্যাখ্যা কৰা।
Explain about the secondary
functions and services of a bank in the present time. 10
অথবা / Or
(b) বেংক একাউন্ট বন্ধ কৰাৰ পদ্ধতি আৰু একাউন্ট অন্য বেংক/শাখালৈ হস্তান্তৰ কৰাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
Explain briefly about the
procedures of closure of Bank Account and transfer of account to other
bank/branch. 5+5=10
5. (a) পাছ বুক আৰু চেক বুকৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।
Discuss the features of a
passbook and a check book. 5+5=10
অথবা / Or
(b) বেংকে প্ৰদান কৰা বিভিন্ন ধৰণৰ ঋণ আৰু অগ্রিম ধনৰ বিষয়ে ব্যাখ্যা কৰা।
Explain about various types
of loans and advances provided by a bank. 10
6. (a) বেংকৰ জৰিয়তে ধন প্ৰেৰণৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে ব্যাখ্যা কৰা।
Explain the various methods
of remittances of money through banks. 10
অথবা / Or
(b) ডেবিট কার্ড আৰু ক্রেডিট কাৰ্ডৰ মাজৰ পাৰ্থক্য ব্যাখ্যা কৰা।
Explain the differences
between Debit Card and Credit Card. 10
(Additional 20 marks for 2023 Batch)
7. (a) ভাৰতত বেংকৰ ক্ৰমবিকাশৰ বিষয়ে এটি টোকা লিখা।
Write a note on the
evolution of banking in India. 10
অথবা / Or
(b) বিভিন্ন ধৰণৰ বেংকৰ জমা হিচাপৰ ওপৰত এটা টোকা লিখা।
Write a note on various
types of deposit accounts. 10
8. (a) এটা বেংক একাউন্ট খোলাৰ পদ্ধতি আলোচনা কৰা।
Discuss the procedure of
opening a Bank Account. 10
অথবা / Or
(b) ইন্টাৰনেট বেংকিংৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।
Discuss the advantages and
disadvantages of Internet banking. 7+3=10
Also read: Dibrugarh University B.COM 1ST SEM NEP Syllabus Question Papers

Post a Comment
Kindly give your valuable feedback to improve this website.