Indian Financial
System Question Paper 2025
Gauhati University BCOM 1st SEM NEP 2023 Syllabus
(Sem-1/Ar) BCM03N -
COMMERCE
Paper:
BCM0100304/BCM0100304-N (Indian Financial System)
Full Marks: 60
Time: 2½ hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Answer
the questions from the following as per direction: 1*8=8
তলত দিয়া প্রশ্নবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ লিখাঃ
(a) Who can issue the
treasury bills?
কোষাগাৰ বিল কোনে বিলি কৰিব পাৰে?
(i)
Ministry of Finance (বিত্ত মন্ত্রণালয়)
(ii) RBI (আৰ বি আই)
(iii) SEBI
(চেবি)
(iv) IRDAI
(আই আৰ ডি এ আই)
(b) In which year the
Banking Regulation Act was passed?
কোন চনত বেংকিং ৰেগুলেচন আইন পাছ কৰা হৈছিল?
(i) 1969 (১৯৬৯)
(ii) 1980 (১৯৮০)
(iii) 1949
(১৯৪৯)
(iv) 1975 (১৯৭৫)
(c) Write the full
form of IRDAI.
IRDAI ৰ সম্পূৰ্ণ ৰূপটো লিখা।
(d) Which of the
following is not an example of financial service?
তলত দিয়া কোনটো বিত্তীয় সেৱাৰ উদাহৰণ নহয়?
(i) Banking
(বেংকিং)
(ii)
Treasury bill (কোষাগাৰ বিল)
(iii)
Insurance (বীমা)
(iv) Credit
Rating (ক্রেডিট ৰেটিং)
(e) SBI is an example
of scheduled bank. (Write True or False)
SBI তালিকাভুক্ত বেংকৰ এটা উদাহৰণ। (শুদ্ধ নে অশুদ্ধ লিখা)
(f) Who regulates the
money market in India?
ভাৰতবৰ্ষত মুদ্রা বজাৰ কোনে নিয়ন্ত্ৰণ কৰে?
(i) The
central Government (কেন্দ্ৰীয় চৰকাৰ)
(ii) SEBI (চেবি)
(iii) The
Banking Regulation Act. 1949 (বেংকিং ৰেগুলেচন আইন ১৯৪৯)
(iv) RBI (ভাৰতীয় ৰিজার্ভ বেংক)
(g) Capital market
dealt with short term securities. (Write True or False)
মূলধনী বজাৰে হ্রস্বম্যাদী নিৰাপত্তা পত্ৰৰ লেনদেন কৰে। (শুদ্ধ নে অশুদ্ধ লিখা)
(h) In which year RBI
was established?
কোন চনত ভাৰতীয় ৰিজার্ভ বেংক প্রতিষ্ঠা কৰা হৈছিল?
(i) 1948 (১৯৪৮)
(ii) 1935 (১৯৩৫)
(iii) 1934
(১৯৩৪)
(iv) 1949 (১৯৪৯)
2. Answer
any six questions of the following in about 50 words each: 2*6=12
তলত দিয়া প্রশ্নসমূহৰ যিকোনো ছয়টা প্ৰশ্নৰ ৫০টা শব্দৰ ভিতৰত উত্তৰ লিখা:
(a) What is money market?
মুদ্রা বজাৰ কি?
(b) Write two features
of financial instruments.
বিত্তীয় আহিলাৰ দুটা বৈশিষ্ট্য লিখা।
(c) What is scheduled
Bank?
তালিকাভুক্ত বেংক কি?
(d) What are the main
categories of Indian financial market?
ভাৰতীয় বিত্তীয় বজাৰৰ প্ৰধান ভাগ কেইটা কি কি লিখা?
(e) Mention two
benefits of online trading in stock market.
ষ্টক বজাৰত অনলাইন ব্যবসায়ৰ দুটা সুবিধা উল্লেখ কৰা।
(f) Define the term
insurance.
বীমাৰ সংজ্ঞা দিয়া।
(g) State two
acid-test functions of commercial banks.
বাণিজ্যিক বেংক দুটা acid-test কার্য্য লিখা।
(h) What is lease
financing?
লিজ বিত্তায়ন কি?
(i) State any two
types of fee based financial services.
যিকোনো দুটা মাচুল ভিত্তিক বিত্তীয় সেৱাৰ বিষয়ে উল্লেখ কৰা।
(j) Write two
objectives of SEBI. SEBI ৰ দুটা উদ্দেশ্য লিখা।
3. Answer
any four questions of the following in about 200 words each: 5*4=20
তলত দিয়া প্রশ্নসমূহৰ যিকোনো চাৰিটা প্ৰশ্নৰ ২০০টা শব্দৰ ভিতৰত উত্তৰ লিখা:
(a) Explain the basic
features of Indian financial system.
ভাৰতীয় বিত্তীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে বর্ণনা কৰা।
(b) Explain in brief
the sub-markets of money market.
মুদ্রা বজাৰৰ উপ-বজাৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
(c) Distinguish
between primary market and secondary market.
প্রাথমিক বজাৰ আৰু গৌণবজাৰৰ মাজত থকা পার্থক্য লিখা।
(d) Write a note on
Regional Rural Bank.
আঞ্চলিক গ্রাম্য বেংকৰ বিষয়ে এটি টোকা লিখা।
(e) Distinguish
between scheduled and non-scheduled banks.
তালিকাভুক্ত আৰু অ-তালিকাভুক্ত বেংকৰ মাজৰ পাৰ্থক্য লিখা।
(f) What are the major
participant of Indian money market? Explain.
ভাৰতীয় মুদ্রাবজাৰৰ প্ৰধান অংশগ্ৰহণকাৰী বোৰ কি কি? বৰ্ণনা কৰা।
(g) Write a detailed
note on stock market.
ষ্টক বজাৰৰ বিষয়ে বহলাই এটি টোকা লিখা।
(h) What is credit
control? Explain the objectives of credit control.
ঋণ নিয়ন্ত্রণ কি? ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্যৰ বিষয়ে বর্ণনা কৰা।
4. Answer
any two of the following questions in about 600 words each: 10*2=20
তলত দিয়া প্রশ্নসমূহৰ যিকোনো দুটা প্ৰশ্নৰ ৬০০টা শব্দৰ ভিতৰত উত্তৰ লিখা।
(a) What are the major
contributions of financial system in the economic development of a country?
Discuss.
এখন দেশৰ অৰ্থনৈতিক উন্নয়নত বিত্তীয় ব্যৱস্থাৰ প্ৰধান বৰঙনিসমূহ কি কি? আলোচনা কৰা।
(b) Discuss the
characteristics of a developed money market.
এখন উন্নত মুদ্রা বজাৰৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰা।
(c) Discuss the
various functions of stock market.
ষ্টক বজাৰৰ বিভিন্ন কামকাজসমূহৰ বিষয়ে আলোচনা কৰা।
(d) What is mutual
fund? Discuss the different types of mutual fund.
সামুহীক পুঁজি কি? বিভিন্ন প্ৰকাৰৰ সামূহীক পুঁজিৰ বিষয়ে আলোচনা কৰা।
(e) Discuss the
functions of Reserve Bank of India.
ভাৰতীয় ৰিজার্ভ বেংকৰ কাৰ্য্যাবলী আলোচনা কৰা।
Post a Comment
Kindly give your valuable feedback to improve this website.