Business Studies Question Paper 2023 [AHSEC Class 11 Business Studies Question Papers]

BUSINESS STUDIES Question Paper 2023 (Commerce)
AHSEC Class 11 Business Studies Question Papers

Full Marks: 80 | Pass Marks: 24

Time: 3 hours

The figures in the margin indicate full marks for the questions.

Q. No.

Number of Questions

Total

Q. No. 1 carries 1 mark each

8

1×8=8

Q. Nos. 2-5 carry 2 marks each

4

2×4=8

Q. Nos. 6-10 carry 3 marks each

5

3×5=15

Q. Nos. 11-15 carry 5 marks each

5

5×5=25

Q. Nos. 16-18 carry 8 marks each

3

8×3=24

Total

80

1. Answer the following as directed: তলত দিয়াবোৰৰ নির্দেশ অনুসৰি উত্তৰ দিয়া 1×8=8  

(a) Write the full form of MSME. MSME সম্পূৰ্ণ ৰূপটো কি 

(b) Mention two sources of short-term finance. হ্রস্বম্যাদী বিত্তব দুটা উৎস লিখা।  

(c) What does 'E' stand for in E-business? E-ব্যৱসায়ত 'E' অৰ্থ কি 

(d) Profit earning is the primary objective of business. (Write True or False) লাভ উপার্জন হৈছে ব্যৱসায়ৰ প্রধান উদ্দেশ্য।  (শুদ্ধ নে অশুদ্ধ লিখা

(e) Give one example of tertiary industry. এটা তৃতীয় পৰ্যায়ৰ উদ্যোগৰ উদাহৰণ দিয়া। 

(f) A public company can operate its business only after receiving the ______. এটা ৰাজহুৱা কোম্পানীয়ে ______ লাভ কৰাৰ পিছতহে নিজৰ ব্যৱসায় চলাব পাৰিব। (Fill in the blank) (খালী ঠাই পূৰ কৰা)  

(g) Mention two modes of online payment. অনলাইন পৰিশোধৰ দুটা ধৰণৰ উল্লেখ কৰা। 

(h) Integrity, loyalty and honesty are few principles of business ethics.  (Write True or False) বিশ্বস্ততা, আনুগত্যতা আৰু সততা হৈছে ব্যৱসায়িক নৈতিকতাৰ কেইটামান নীতি। (শুদ্ধ নে অশুদ্ধ লিখা

2. Define business risk. ব্যৱসায়ী বিপদাশংকাৰ সংজ্ঞা দিয়া। 2 

3. Mention two limitations of Private Ltd. Co. 2 ব্যক্তিগত সীমিত কোম্পানীৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। 

4. Mention two initiatives which need to be taken by a business enterprise for environmental protection. পবিবেশ সুৰক্ষাৰ বাবে এটা ব্যৱসায়িক উদ্যোগে গ্রহণ কবিবলগীয়া দুটা পদক্ষেপ উল্লেখ কৰা। 2 

5. Mention two limitations of E-business. -ব্যৱসায়ৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। 2 

6. Why is profit so important to a business? ব্যবসায় এটাৰ বাবে লাভ কিয় ইমান গুৰুত্বপূর্ণ3 

7. Write about three distinctive features of Hindu Undivided Family (HUF). হিন্দু অবিভক্ত পৰিয়ালৰ (HUF) তিনিটা স্বকীয় বৈশিষ্ট্যৰ বিষয়ে লিখা। 3 

8. Suggest three measures to overcome risks associated with online payment. অনলাইন পবিশোধৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰিবলৈ তিনিটা পৰামর্শ দিয়া। 3 

9. Write three ill-effects of Corona pandemic on international business. আন্তর্জাতিক ব্যৱসায়ত কৰ'না মহামাৰীৰ তিনিটা কু-প্ৰভাৱ লিখা। 3 

10. What are the purposes of IMF? আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ উদ্দেশ্যসমূহ কি কি3 

11. Discuss the various problems faced by micro-, small and medium enterprises in NE India. উত্তৰ-পূৱ ভাৰতত ক্ষুদ্রতম, ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহে সম্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা। 5 

12. What are the various steps involved during registration of a company? কোম্পানী এটাব পঞ্জীয়নব সময়ত কি কি বিভিন্ন পদক্ষেপ জড়িত হৈ থাকে5 

13. Define a partnership deed. What are the various contents of a partnership deed?  অংশীদাবিত্ব দলিলৰ সংজ্ঞা দিয়া। অংশীদাৰিত্ব দলিলৰ বিভিন্ন বিষয়বস্তুসমূহ কি কি5 

14. Discuss the various types of social responsibilities of business. ব্যৱসায়ৰ বিভিন্ন ধৰণৰ সামাজিক দায়িত্বৰ বিষয়ে আলোচনা কৰা। 5 

15. Distinguish between equity share and preference share. ইকুইটি শেয়াৰ আৰু প্ৰিফাৰেন্স শেয়াৰৰ মাজত পাৰ্থক্য কৰা। 5 

16. Write a note on various formats of retailing. 8 খুচুৰা বিক্ৰীৰ বিভিন্ন বিন্যাসৰ ওপৰত এটা টোকা লিখা।

Or / অথবা

Discuss the role of chambers of commerce and industry in promotion of internal trade. আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰৰ ক্ষেত্ৰত বাণিজ্য আৰু উদ্যোগ সংস্থাৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

17. What is commercial bank? Discuss its role towards the economic growth of a country like India.  বাণিজ্যিক বেংক কিভাৰতৰ দৰে দেশৰ অৰ্থনৈতিক বিকাশৰ দিশত ইয়াৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 8 

Or / অথবা

What is warehousing? Why there is a need for warehousing? Discuss the various types of warehousing. 2+3+3=8  

গুদাম কি? গুদামৰ প্ৰয়োজন কিয়বিভিন্ন ধৰণৰ গুদামৰ বিষয়ে আলোচনা কৰা। 

18. Write a note on changing role of public sector enterprises in India in the post-Independence era. 8 

স্বাধীনতাৰ পিছৰ যুগত ভাৰতত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পৰিৱৰ্তিত ভূমিকা সম্পর্কে এটা টোকা লিখা। 

Or / অথবা

Define a global enterprise. Write the various features of a global enterprise.  

এটা বিশ্বব্যাপী উদ্যোগ সংজ্ঞায়িত কৰা। এটা বিশ্বব্যাপী উদ্যোগৰ বিভিন্ন বৈশিষ্ট্যসমূহ লিখা। 

Also Read: AHSEC Class 11 Business Studies Question Papers

Business Studies 2015 Question Paper

********

0/Post a Comment/Comments

Kindly give your valuable feedback to improve this website.