BUSINESS STUDIES
Question Paper 2024 (Commerce)
AHSEC Class 11
Business Studies Question Papers
Full Marks: 80 |
Pass Marks: 24
Time: 3 hours
The figures
in the margin indicate full marks for the questions.
|
Q. No. |
Number of Questions |
Total |
|
Q. No. 1 carries 1 mark each |
8 |
1×8=8 |
|
Q. Nos. 2-5 carry 2 marks each |
4 |
2×4=8 |
|
Q. Nos. 6-10 carry 3 marks each |
5 |
3×5=15 |
|
Q. Nos. 11-15 carry 5 marks each |
5 |
5×5=25 |
|
Q. Nos. 16-18 carry 8 marks each |
3 |
8×3=24 |
|
Total |
80 |
|
1. Answer the following questions: তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া: 1×8=8
(a) State one feature of Joint Hindu Family Business. যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়ৰ এটা বৈশিষ্ট্য লিখা।
(b) What do you mean by E-business? ই-ব্যৱসায় বুলিলে কি বুজা?
(c) Give one example of unethical behavior in business. ব্যৱসায়ত অনৈতিক আচৰণৰ এটা উদাহৰণ দিয়া।
(d) When can a private company commence business? এটা ঘৰুৱা কোম্পানীয়ে কেতিয়া ব্যৱসায় আৰম্ভ কৰিব পাৰে?
(e) Who is a promoter? প্ৰৱৰ্তকজন কোন হয়?
(f) Write one feature of cottage industry. কুটিৰ উদ্যোগৰ এটা বৈশিষ্ট্য লিখা।
(g) Mention one problem of small business. ক্ষুদ্ৰ ব্যৱসায়ৰ এটা সমস্যা উল্লেখ কৰা।
(h) What is the maximum number of members of a public
company? এটা ৰাজহুৱা কোম্পানীৰ সৰ্বোচ্চ সদস্যসংখ্যা কিমান?
2. What is partnership deed? অংশীদাৰী চুক্তিপত্র কি? 2
3. Write two features of public sector enterprise. ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুটা বৈশিষ্ট্য লিখা। 2
4. State two responsibilities of business towards consumer. উপভোক্তাৰ প্ৰতি ব্যৱসায়ৰ দুটা দায়িত্ব বর্ণনা কৰা। 2
5. Mention two merits of equity share. সমাংশৰ দুটা সুবিধা উল্লেখ কৰা। 2
6. State three functions of a retailer. এজন খুচুৰা বেপাৰীৰ তিনিটা কাৰ্যাৱলী লিখা। 3
7. Explain any three features of business. ব্যৱসায়ৰ যি কোনো তিনিটা বৈশিষ্ট্য ব্যাখ্যা করা। 3
8. State any three natures of service. সেৱাৰ যি কোনো তিনিটা প্রকৃতি বর্ণনা কৰা। 3
9. What do you mean by outsourcing of service? সেৱাৰ বহির্গামী উৎস বুলিলে কি বুজা? 3
10. State three causes of international trade. আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ তিনিটা কাৰণ বৰ্ণনা কৰা। 3
11. "Profit is not the main objective of a
business." Explain. "লাভই ব্যৱসায়ৰ মুখ্য উদ্দেশ্য নহয়।" বর্ণনা কৰা। 5
12. Explain the advantages of insurance to the business
community. ব্যৱসায় সম্প্ৰদায়ৰ বাবে বীমাৰ সুবিধাবোৰ ব্যাখ্যা কৰা। 5
13. Discuss five limitations of E-business. ই-বাণিজ্যৰ পাঁচটা সীমাবদ্ধতা আলোচনা কৰা। 5
14. Explain the role of small industries in rural areas. গ্রাম্য অঞ্চলত ক্ষুদ্র উদ্যোগৰ ভূমিকা ব্যাখ্যা কৰা। 5
15. Distinguish between domestic and international trade. দেশীয় বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মাজত পাৰ্থক্য দেখুওৱা। 5
16. Define a wholesaler. Discuss the role of a wholesaler towards
retailer. পাইকাৰী ব্যৱসায়ীৰ সংজ্ঞা দিয়া। খুচুৰা ব্যৱসায়ীৰ ওপৰত পাইকাৰী ব্যৱসায়ীৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 8
Or / অথবা
What are the various features of a global enterprise? এটা বিশ্বব্যাপী উদ্যোগৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি?
17. Explain the concept of consumer cooperative store. What are its
merits? গ্রাহক সমবায় ভাণ্ডাৰৰ ধাৰণা ব্যাখ্যা কৰা। ইয়াৰ সুবিধাসমূহ কি কি? 8
Or / অথবা
What are the different types of preference share? বিভিন্ন প্ৰকাৰ অগ্ৰাধিকাৰযুক্ত অংশপত্র কি কি?
18. Write a note on the changing role of public sector enterprises
in India in the post-Independence era. স্বাধীনতাৰ পিছৰ যুগত ভাৰতত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পৰিৱৰ্তিত ভূমিকা সম্পর্কে এটা টোকা লিখা। 8
Or / অথবা
What is share? Write the features of equity share. অংশপত্র মানে কি? সমাংশৰ বৈশিষ্ট্যবোৰ লিখা।
Also Read: AHSEC Class 11 Business Studies Question Papers
Business Studies 2015 Question Paper******************

Post a Comment
Kindly give your valuable feedback to improve this website.